• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সংবিধানৰ নামত এতিয়াৰে পৰা পালন কৰা হ’ব এটি বিশেষ দিন – ঘোষণা কৰিলে কেন্দ্ৰৰ ফালৰ পৰা

সংবিধানৰ নামত এতিয়াৰে পৰা পালন কৰা হ’ব এটি বিশেষ দিন – ঘোষণা কৰিলে কেন্দ্ৰৰ ফালৰ পৰা

2 years ago
মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

4 minutes ago
কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

39 minutes ago
‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

2 hours ago
অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

3 hours ago
ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

3 hours ago
আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

4 hours ago
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

4 hours ago
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

6 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

7 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

7 hours ago
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

8 hours ago
কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সংবিধানৰ নামত এতিয়াৰে পৰা পালন কৰা হ’ব এটি বিশেষ দিন – ঘোষণা কৰিলে কেন্দ্ৰৰ ফালৰ পৰা

editor by editor
July 12, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
সংবিধানৰ নামত এতিয়াৰে পৰা পালন কৰা হ’ব এটি বিশেষ দিন – ঘোষণা কৰিলে কেন্দ্ৰৰ ফালৰ পৰা
0
SHARES
248
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সংবিধানৰ নামত এতিয়াৰে পৰা পালন কৰা হ’ব এটি বিশেষ দিন – ঘোষণা কৰিলে কেন্দ্ৰৰ ফালৰ পৰা

ভাৰতীয় সংবিধানৰ নামত এতিয়াৰ পৰা এটি বিশেষ দিন পালন কৰাৰ কথা আজি সদৰি কৰে কেন্দ্ৰৰ ফালৰ পৰা । কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে সদৰি কৰে এই বিষয়ে। এতিয়াৰে পৰা সমগ্ৰ দেশতে পালন কৰা হ’ব ‘সংবিধান হত্যা দিৱস’।

কেন্দ্ৰীয় চৰকাৰে ২৫ জুনক সংবিধান হত্যা দিৱস হিচাপে ঘোষণা কৰিছে। কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিছে। কেন্দ্ৰৰ ফালৰ পৰা কৈছে যে ১৯৭৫ চনৰ ২৫ জুনত দেশত জৰুৰীকালীন অৱস্থা জাৰি কৰা হৈছিল, সেয়েহে এতিয়া ভাৰত চৰকাৰে প্ৰতি বছৰে ২৫ জুন তাৰিখটো ‘সংবিধান হত্যা দিৱস’ হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছে।

১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ সময়ত যি সকল লোকে অমানৱীয় যন্ত্ৰণা সহ্য কৰি অপৰিসীম অৱদান দি থৈ গৈছে সেই সকলোৰে এই দিৱসত স্মৰণ কৰা হ’ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই সন্দৰ্ভত টুইটো কৰিছে।

https://x.com/AmitShah/status/1811710314901307552

অমিত শ্বাহে টুইট কৰি কয়, ‘১৯৭৫ চনৰ ২৫ জুনত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে একনায়কত্ববাদী মানসিকতাৰ পৰিচয় দি দেশত জৰুৰীকালীন অৱস্থা জাপি দি ভাৰতীয় গণতন্ত্ৰৰ আত্মাক ডিঙি চেপি ধৰিছিল। লাখ লাখ লোকক কোনো কাৰণ নোহোৱাকৈ জেলত ভৰাই দিছিল, তাৰোপৰি সংবাদ মাধ্যমৰ কণ্ঠ দমন কৰিছিল। ভাৰত চৰকাৰে প্ৰতি বছৰে ২৫ জুন তাৰিখটো ‘সংবিধান হত্যা দিৱস’ হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছে। ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ অমানৱীয় যন্ত্ৰণা সহ্য কৰা লোক সকলৰ অপৰিসীম অৱদানৰ কথা এই দিৱসটোৱে সোঁৱৰাই দিব।

তেওঁ আৰু লিখিছে, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তৰ উদ্দেশ্য হৈছে একনায়কত্ববাদী চৰকাৰৰ অসংখ্য নিৰ্যাতন আৰু অত্যাচাৰৰ সন্মুখীন হৈও গণতন্ত্ৰ পুনৰুজ্জীৱিত কৰাৰ বাবে যুঁজ দিয়া লাখ লাখ লোকৰ সংগ্ৰামক সন্মান জনোৱা। ‘সংবিধান হত্যা দিৱসে’ প্ৰতিজন ভাৰতীয়ৰ ভিতৰত গণতন্ত্ৰ আৰু ব্যক্তিগত স্বাধীনতা ৰক্ষাৰ অমৰ শিখাক জীয়াই ৰাখিবলৈ কাম কৰিব, যাতে ভৱিষ্যতে কংগ্ৰেছৰ দৰে কোনো একনায়কত্ববাদী মানসিকতাই পুনৰাবৃত্তি কৰিব নোৱাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?
বিবিধ

মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

September 2, 2026
কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ
জীৱনশৈলী

কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

September 2, 2026
‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো
বিনোদন

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

September 2, 2026
অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ
জীৱনশৈলী

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

September 2, 2026
Next Post
কইনা আনিবলৈ ওলাল অনন্ত, সমুখলৈ আহিল দৰাৰ প্ৰথমখন ফটো

কইনা আনিবলৈ ওলাল অনন্ত, সমুখলৈ আহিল দৰাৰ প্ৰথমখন ফটো

নেপালৰ ৰাজনীতিত আলোড়ন, পদত্যাগ প্ৰধানমন্ত্ৰীৰ

নেপালৰ ৰাজনীতিত আলোড়ন, পদত্যাগ প্ৰধানমন্ত্ৰীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.