• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘তাই আমাৰ সকলো লুটি নিলে, পুত্ৰৰ মৰোণোত্তৰ সন্মান হাতেৰে চুই চাব নিদিলে,’ গুৰুতৰ অভিযোগ অংশুমানৰ পিতৃ-মাতৃৰ

‘তাই আমাৰ সকলো লুটি নিলে, পুত্ৰৰ মৰোণোত্তৰ সন্মান হাতেৰে চুই চাব নিদিলে,’ গুৰুতৰ অভিযোগ অংশুমানৰ পিতৃ-মাতৃৰ

2 years ago
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

1 hour ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

2 hours ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

2 hours ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

3 hours ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

3 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

4 hours ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

4 hours ago
‘হত শৈশৱ’

‘হত শৈশৱ’

6 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

7 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

7 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

8 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘তাই আমাৰ সকলো লুটি নিলে, পুত্ৰৰ মৰোণোত্তৰ সন্মান হাতেৰে চুই চাব নিদিলে,’ গুৰুতৰ অভিযোগ অংশুমানৰ পিতৃ-মাতৃৰ

‘তাই আমাৰ সকলো লুটি নিলে, পুত্ৰৰ মৰোণোত্তৰ সন্মান হাতেৰে চুই চাব নিদিলে,’ গুৰুতৰ অভিযোগ অংশুমানৰ পিতৃ-মাতৃৰ

editor by editor
July 12, 2024
in জীৱনশৈলী, ভাৰত
0
‘তাই আমাৰ সকলো লুটি নিলে, পুত্ৰৰ মৰোণোত্তৰ সন্মান হাতেৰে চুই চাব নিদিলে,’ গুৰুতৰ অভিযোগ অংশুমানৰ পিতৃ-মাতৃৰ
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুত্ৰই মৰণোত্তৰ সন্মান কীৰ্তি চক্ৰ লৈ শহুৰৰ ঘৰ এৰি পঞ্জাৱৰ গুৰদাসপুৰলৈ গুচি গৈছে পুত্ৰবধূ৷ এই অভিযোগ তুলিছে প্ৰয়াত কেপ্টেইন অংশুমান সিঙৰ পিতৃ-মাতৃয়ে৷ বিগত ৫ জুলাইত মৰোণোত্তৰ সন্মান কীৰ্তি চক্ৰ তুলি দিয়া হৈছে প্ৰয়াত কেপ্টেইন অংশুমানৰ মাতৃ আৰু পত্নীৰ হাতত৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে সেই সন্মান তুলি  দিয়া হৈছে কেপ্টেইন পৰিয়ালৰ হাতত৷

পুত্ৰবধূৰ বিৰুদ্ধে পুত্ৰৰ মৰণোত্তৰ সন্মান কীৰ্তি চক্ৰ, পুত্ৰৰ ছবি, নথি আৰু কেপ্টেইনৰ যাৱতীয় সকলো স্মৃতি লগত লৈ গুচি যোৱাৰ অভিযোগ তুলিছে অংশুমানৰ পিতৃ-মাতৃয়ে৷ ইণ্ডিয়া টিভিক প্ৰয়াত কেপ্টেইনৰ পিতৃ ৰবি প্ৰতাপ সিংহই জনোৱা অনুসৰি পুত্ৰবধূৱে তেওঁলোকৰ ঘৰ এৰি গুচি গৈছে৷ গুচি যোৱাই নহয় নিজৰ সকলো ঠিকনাও সলনি কৰি লৈছে যাতে শহুৰৰ ঘৰৰ মানুহে তেওঁৰ কোনো সন্ধান উলিয়াব নোৱাৰে৷

অংশুমানৰ পিতৃৰ ভাষ্য, ‘অংশুমানৰ সন্মতিতেই স্মৃতিৰ সৈতে আমি তাৰ বিয়া কৰাই দিছিলো৷ বিয়াৰ পাছত নয়ডাত আমাৰ ছোৱালীৰ ঘৰতেই আছিল স্মৃতি৷ ২০২৩ চনৰ ১৯ জুলাইত যেতিয়া আমি অংশুমানৰ মৃত্যুৰ খবৰ পাৰো তেতিয়া লক্ষ্ণৌলৈ তাইক আমি মাতি পঠিয়ালো৷ অংশুমানৰ শেষকৃ্ত্য কৰিছিলো গোৰক্ষপুৰত৷ কিন্তু সমস্ত আচাৰ ৰীতি শেষ হোৱাৰ পাছতেই গুৰদাসপুৰ ওভতি যাবলৈ জোৰ কৰে স্মৃতিয়ে৷’ কেপ্টেইনৰ পিতৃয়ে লগতে কয়, ‘ইয়াৰ পাছতেই আমি নয়ডাত থকা স্মৃতিৰ বাপেকৰ ঘৰলৈ যাওঁ৷ তাত গৈ দেখো যে অংশুমানৰ যাৱতীয় নথি, পোছাক, সকলোবোৰ তেওঁ লগত লৈ গৈছে৷ ৰাষ্ট্ৰপতিৰ পৰা দিয়া পুত্ৰৰ মৰোণোত্তৰ সন্মানো স্মৃতিয়ে লগত লৈ গৈছে৷’

অংশুমানৰ পিতৃয়ে কয়, ‘যেতিয়া অংশুমানক মৰোণোত্তৰ কীৰ্তি চক্ৰ দিয়া হৈছিল তেতিয়া মোৰ পত্নী আৰু স্মৃতিয়ে সেই সন্মান গ্ৰহণ কৰিছিল৷ পুত্ৰৰ মৰোণোত্তৰ সন্মান কিন্তু চুই চাবও নাপালে মাকে৷’ একেই অভিযোগ অংশুমানৰ মাতৃৰো৷

উল্লেখ্য যে সেনাৰ মেডিকেল চাৰ্ভিছৰ অফিচাৰ আছিল অংশুমান৷ ৫মাহ পূৰ্বে বিয়া কৰাইছিল অংশুমানে৷ বিয়াৰ কিছুদিন পাছতেই ছিয়াচেনলৈ তেওঁ বদলি হয়৷ স্মৃতি আৰু অংশুমানে পৰস্পৰক কলেজৰ দিনৰ পৰাই চিনি পাইছিল৷ প্ৰেমৰ সম্পৰ্কৰ পাছতেই দুয়ো বিয়াত বহে৷ যিদিনা মৃত্যুক সাবটি লৈছিল সেইদিনাও পত্নীৰ সৈতে দীৰ্ঘসময় কথা পাতিছিল অংশুমানে৷ সেই ফোনত নিজৰ ভৱিষ্যৎ পৰিকল্পনা, সন্তান লোৱাৰ কথাও কৈছিল অংশুমানে৷ কিন্তু সেই সপোন সপোনেই ৰ’ল৷ এই কথাৰ ঠিক দুদিন পাছতেই ঘৰলৈ ফোন আহে যে অংশুমান আৰু এই পৃথিৱীত নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…
জীৱনশৈলী

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

September 27, 2026
‘হত শৈশৱ’
সমীক্ষণ (আলোচনী)

‘হত শৈশৱ’

September 27, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

September 27, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

September 27, 2026
Next Post
উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ পাইছিলহে, লগে লগে পুনৰ বিপদ বাঢ়িল কেজৰিৱালৰ!

উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ পাইছিলহে, লগে লগে পুনৰ বিপদ বাঢ়িল কেজৰিৱালৰ!

মালিগাঁৱত বস্তাৰ ভিতৰত উদ্ধাৰ হোৱা ৰঘুৰ আজি মৰণোত্তৰ পৰীক্ষা, ৰহস্যঘন হৈ পৰিছে ঘটনা

মালিগাঁৱত বস্তাৰ ভিতৰত উদ্ধাৰ হোৱা ৰঘুৰ আজি মৰণোত্তৰ পৰীক্ষা, ৰহস্যঘন হৈ পৰিছে ঘটনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.