• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইতিহাসৰ সবাতোকৈ কৰুণ ঘটনাৰ সামৰণিৰ দিশে, ৪০ বছৰৰ পাছত ১২৬ কোটি টকা খৰচেৰে কৰিব এই কাম

ইতিহাসৰ সবাতোকৈ কৰুণ ঘটনাৰ সামৰণিৰ দিশে, ৪০ বছৰৰ পাছত ১২৬ কোটি টকা খৰচেৰে কৰিব এই কাম

2 years ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

1 hour ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

2 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

2 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

3 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

4 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

5 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

5 hours ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

6 hours ago
কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

6 hours ago
Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

7 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th Pay Commission: Level 8 ৰ কৰ্মচাৰীয়ে ১৭.৯৪ লাখ বকেয়া লাভ কৰিব

7 hours ago
অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ইতিহাসৰ সবাতোকৈ কৰুণ ঘটনাৰ সামৰণিৰ দিশে, ৪০ বছৰৰ পাছত ১২৬ কোটি টকা খৰচেৰে কৰিব এই কাম

editor by editor
January 2, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
ইতিহাসৰ সবাতোকৈ কৰুণ ঘটনাৰ সামৰণিৰ দিশে, ৪০ বছৰৰ পাছত ১২৬ কোটি টকা খৰচেৰে কৰিব এই কাম
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইতিহাসৰ সবাতোকৈ কৰুণ ঘটনাৰ সামৰণিৰ দিশে, ৪০ বছৰৰ পাছত ১২৬ কোটি টকা খৰচেৰে কৰিব এই কাম

ভাৰতৰ ইতিহাসৰ সবাতোকৈ কৰুণ ঘটনাৰ অন্যতম, ভুপালৰ বিষাক্ত গেছ নিৰ্গমণৰ ঘটনাৰ অন্ত পৰাৰ দিশে। ৪০ বছৰৰ পাছত ভূপালৰ পৰা আঁতৰিল সেই বিষাক্ত আৱৰ্জনাবোৰ। ২০২৫ৰ জানুৱাৰী মাহৰ প্ৰথমটো নিশাতেই ভূপালৰ পৰা পীথমপুৰলৈ নিয়া হৈছে সকলো আৱৰ্জনা।

১২৬ কোটি টকা খৰচ কৰি সেই আৱৰ্জনাবোৰ নিষ্কাসন কৰা হব। কোনো অন্য লোকৰ যাতে এই আৱৰ্জনাৰ পৰা পুনৰ ক্ষতি নহয় তাৰ বাবেই কাঢ়া নজৰ দিছে প্ৰশাসনে। ১২ খন কন্টেনাৰতকৈ পীথমপুৰলৈ নিয়া হৈছে এই আৱৰ্জনাবোৰ।

১৯৮৪ চনৰ ২-৩ ডিচেম্বৰৰ মাজনিশা। বিশ্বৰ সৰ্ববৃহৎ উদ্যোগিক দুৰ্ঘটনা সংঘটিত হৈছিল মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত। যি দুৰ্ঘটনাত প্ৰাণ হেৰুাৱইছিল ৩৭০০ৰো অধিক লোকে, চীৰ জীৱনৰ বাবে ঘূণীয়া হৈছিল ১৬০০০ ৰো অধিক লোক। নতুনকৈ জন্ম পোৱা সন্তানবোৰৰ দেহতো পোৱা গৈছিল এই বিষাক্ত গেছৰ প্ৰাদুৰ্ভাৱ। বিকলাংগ হৈ জন্ম হৈছিল বহু।

সেই কৰুণ দুৰ্ঘটনাৰেই ৪০ বছৰ পিছত ভূপাল বিষাক্ত আৱৰ্জনা মুক্ত হৈছে। বুধবাৰে নিশা ৩৩৭ মেট্ৰিক টন অতি বিপজ্জনক আৰু বিষাক্ত আৱৰ্জনাৰে ভৰপূৰ ১২টা কন্টেইনাৰ পিথমপুৰলৈ নিয়া হয়। নিৰাপত্তাৰ বাবে ১২ কন্টেইনাৰৰ আগত মোতায়েন কৰা হৈছে আৰক্ষী বাহিনী।

প্ৰতিটো ছেক্সনত যাতে কোনো সমস্যা নহয় তাৰ বাবেও বিশেষ ব্যৱস্থা। ভিভিআইপি নিৰাপত্তাৰ মাজতে যি যি নগৰৰ মাজেৰ বাহন কেইখন পাৰ হৈছে সেই সকলো ঠাইতে হাই এলাৰ্ট পৰিস্থিতি।

শনিবাৰৰ পৰা আৰম্ভ হৈছিল ভূপালৰ বিষাক্ত আৱৰ্জনা আঁতৰোৱাৰ প্ৰক্ৰিয়া। জাবৰ সংগ্ৰহ কৰিবলৈ সময় লাগিছিল ১১৪ ঘণ্টা। এই আৱৰ্জনা সংগ্ৰহৰ কামত নিয়োজিত আছিল ১০০ বিশেষজ্ঞকে ধৰি প্ৰায় ১০০০ লোক।

এই জাবৰবোৰ কিমান বিপজ্জনক হব পাৰে এই কথাৰ পৰা অনুমান কৰিব পাৰি যে ইয়াক সংগ্ৰহ কৰাত নিয়োজিত শ্ৰমিকসকলক প্ৰতি ৩০ মিনিটৰ মূৰে মূৰে পৰীক্ষা কৰা হৈছিল। এজন শ্ৰমিকে মাত্ৰ ৩০ মিনিটৰ বাবেহে জাবৰ সংগ্ৰহ কৰিছিল। ইয়াৰ পিছত তেওঁৰ পিপিই কিট সলনি কৰি স্বাস্থ্য পৰীক্ষা কৰা হৈছিল। সকলো ব্যৱস্থা সুকিয়া কৰা হৈছিল শ্ৰমিক সকলৰ বাবে।

ইউনিয়ন কাৰ্বাইডৰ এই আৱৰ্জনাসমূহ ১২৬ কোটি টকাৰ বিনিময়ত নিষ্কাশন কৰা হ’ব। প্ৰতি কেজিৰ বাবদ খৰচ হব ৩৭৫০ টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BhopalBhopal Gas casebhopal gas tragedyBhopal tragedy
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?
বাণিজ্য

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

September 25, 2026
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি
বাণিজ্য

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

September 25, 2026
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ
বাণিজ্য

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

September 25, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

September 25, 2026
Next Post
টেষ্ট কেৰিয়াৰ শেষ ৰোহিত শৰ্মাৰ! ছিডনীত দেখা নাযাব পাৰে হিটমেনক, বিদায় মেচো নাপাব নেকি অধিনায়কগৰাকীয়ে

টেষ্ট কেৰিয়াৰ শেষ ৰোহিত শৰ্মাৰ! ছিডনীত দেখা নাযাব পাৰে হিটমেনক, বিদায় মেচো নাপাব নেকি অধিনায়কগৰাকীয়ে

দেশৰ এক বিশেষ ঠাই, যি ঠাইত যাব নোৱাৰে বাহিৰা মানুহ, গ’লেই হ’ব বিপদ

দেশৰ এক বিশেষ ঠাই, যি ঠাইত যাব নোৱাৰে বাহিৰা মানুহ, গ'লেই হ'ব বিপদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.