• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেৱ গুৰু বৃহস্পতিৰ বৃষ ৰাশিত প্ৰৱেশ, ফলত এই কেইটা ৰাশিৰ বৃদ্ধি পাব সমস্যা

2 years ago
৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

1 hour ago
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

3 hours ago
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

1 day ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

2 days ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দেৱ গুৰু বৃহস্পতিৰ বৃষ ৰাশিত প্ৰৱেশ, ফলত এই কেইটা ৰাশিৰ বৃদ্ধি পাব সমস্যা

editor by editor
May 16, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ
0
দেৱ গুৰু বৃহস্পতিৰ বৃষ ৰাশিত প্ৰৱেশ, ফলত এই কেইটা ৰাশিৰ বৃদ্ধি পাব সমস্যা
0
SHARES
502
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেৱ গুৰু বৃহস্পতিৰ বৃষ ৰাশিত প্ৰৱেশ, ফলত এই কেইটা ৰাশিৰ বৃদ্ধি পাব সমস্যা

গ্ৰহবোৰৰ পৰিৱৰ্তনে বা স্থান সালসলনি হৈ প্ৰায়ে ৰাশিবোৰৰ শুভ আৰু অশুভ কাৰকৰ সৃষ্টি কৰে। কেতিয়াবা যদি ভাল আৰু কেতিয়াবা বেয়া প্ৰভাৱ পেলায়। এই প্ৰভাৱ কিছুমান ৰাশিৰ ওপৰত বেছি হ’ব পাৰে। বৃহস্পতি গ্ৰহ বৃষ ৰাশিত প্ৰৱেশৰ বাবে কিছুমান ৰাশিৰ লোকৰ জীৱনত সমস্যা বাঢ়িব পাৰে।

কোন কোন ৰাশিৰ ওপৰত অধিক প্ৰভাৱ পৰিব-

মিথুন ৰাশি – মিথুন ৰাশিৰ জাতক জাতিকা সকলে ভ্ৰমণ সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হব পাৰে। এই সময়ত সাৱধানে যাত্ৰা কৰক। ইয়াৰ লগতে বেয়া সময়ৰ বাবে ঋণ বৃদ্ধি হোৱাৰ আশংকাও আছে।

কৰ্কট ৰাশি – কৰ্কট ৰাশিৰ লোকে প্ৰতিপক্ষৰ ওপৰত চকু ৰাখিব লাগে। এই সময়ত শত্ৰুৱে ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। ইয়াৰ সমান্তৰালকৈ পত্নীৰ লগত মতানৈক্য বাঢ়ি যোৱাৰ আশংকাও আছে।

সিংহ ৰাশি – সিংহ ৰাশিৰ লোকসকলে এই সময়ত খৰচ বৃদ্ধিৰ সন্মুখীন হ’ব পাৰে। অপ্ৰয়োজনীয় কামত ব্যয়ৰ বাবে আৰ্থিক অৱস্থা প্ৰভাৱিত হব পাৰে।

তুলা ৰাশি – তুলা ৰাশিৰ লোকসকলে চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। সৰু ভাই বা ভনীয়েকৰ পৰা সহায়ৰ অভাৱ অনুভৱ কৰিব পাৰে।

বৃশ্চিক ৰাশি – বৃশ্চিক ৰাশিৰ লোকসকলে পৰিয়ালৰ সদস্যৰ পৰা বিচ্ছিন্নতাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। কৰ্মক্ষেত্ৰত খৰখেদাকৈ সিদ্ধান্ত লোৱাটোৱে সমস্যাৰ সৃষ্টি কৰিব পাৰে।

কুম্ভ ৰাশি – বিৰোধীয়ে কুম্ভ ৰাশিৰ লোকক অশান্তি দিব পাৰে। দুৰ্ঘটনাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। অপ্ৰয়োজনীয় খৰচৰ বাবে আপুনি অশান্তি পাব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AstroastrologyDev GuruGuru Brihaspati
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি
জীৱনশৈলী

February 6, 2026
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

February 6, 2026
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?
জীৱনশৈলী

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

February 6, 2026
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
Next Post
দৈনিক ৰাশিফল- কেনে যাব আজি ১৭মে’ৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

দৈনিক ৰাশিফল- কেনে যাব আজি ১৭মে'ৰ দিনটো, সাৱধান হ'ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

প্ৰাক্তন শিক্ষা মন্ত্ৰী থানেশ্বৰ বড়োৰ দেহাৱসান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন