• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰিলৰ নিচাই শেষ কৰিলে জীৱন, জলপ্ৰপাতৰ গভীৰ খাদত পৰি শেষ হৈ গ’ল এইগৰাকী ট্ৰেভেল ব্লগাৰ

ৰিলৰ নিচাই শেষ কৰিলে জীৱন, জলপ্ৰপাতৰ গভীৰ খাদত পৰি শেষ হৈ গ’ল এইগৰাকী ট্ৰেভেল ব্লগাৰ

2 years ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

5 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

5 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

6 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

6 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

7 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

7 hours ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

7 hours ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

8 hours ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

9 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

9 hours ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

9 hours ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰিলৰ নিচাই শেষ কৰিলে জীৱন, জলপ্ৰপাতৰ গভীৰ খাদত পৰি শেষ হৈ গ’ল এইগৰাকী ট্ৰেভেল ব্লগাৰ

ৰিলৰ নিচাই শেষ কৰিলে জীৱন, জলপ্ৰপাতৰ গভীৰ খাদত পৰি শেষ হৈ গ’ল এইগৰাকী ট্ৰেভেল ব্লগাৰ

editor by editor
July 18, 2024
in জীৱনশৈলী, বিশ্ব, ভাৰত, লেখা
0
ৰিলৰ নিচাই শেষ কৰিলে জীৱন, জলপ্ৰপাতৰ গভীৰ খাদত পৰি শেষ হৈ গ’ল এইগৰাকী ট্ৰেভেল ব্লগাৰ
0
SHARES
6.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেৱল নিছা নহয়, ৰীল বনোৱাটো তেওঁৰ পেছাও আছিল৷ সেই পেছাই প্ৰাণ ল’লে এগৰাকী ইনফ্লুয়েঞ্চাৰৰ৷ মহাৰাষ্ট্ৰৰ ৰায়গড় ওচৰৰ কুম্ভ জলপ্ৰপাতত ৰিল বনাবলৈ গৈছিল ট্ৰেভেল ব্লগাৰ আনভি কামদাৰে৷ শ্বুটিঙৰ সময়ত এটা দ খাৱৈত পৰি মৃত্যু হ’ল মুম্বাইৰ এইগৰাকী ইনফুয়েঞ্চাৰৰ৷ ২৬ বছৰ বয়সীয়া এই ইনষ্টাগ্ৰাম ইনফ্লুয়েন্সাৰ তেওঁৰ ট্ৰেভেল ব্লগসমূহৰ বাবে বেছ জনপ্ৰিয় আছিল৷ লাইক, কমেণ্ট, শ্বেয়াৰৰ নিছাতেই আকৌ এটি নতুন ৰিল ভিডিঅ’ শ্বুট কৰিবলৈ ৰায়গড়ৰ কুম্ভ জলপ্ৰপাতৰ কাষলৈ গৈছিল আনভি কামদাৰ৷ আৰু সেয়াই কাল হ’ল তেওঁৰ বাবে৷ ৰিল ভিডিঅ’ শ্বুটিং কৰাৰ সময়ত ৩০০ ফুট গভীৰ খাৱৈত পৰি যায় আনভি৷

ইনষ্টাগ্ৰাম ইনফ্লুয়েঞ্চাৰ আনভি কামদাৰে বিগত ১৬ জুলাইত কুম্ভ জলপ্ৰপাতলৈ গৈছিল৷ তেওঁৰ সৈতে আছিল অইন ৭গৰাকী বন্ধু৷  বুধবাৰে পুৱা ১০.৩০ মিনিটত ঘটে মৰ্মান্তিক ঘটনা৷ ৰিল ভিডিঅ’ শ্বুট কৰাৰ সময়তে হঠাৎ পিছলি পৰে আনভি৷ স্থানীয় কৰ্তৃপক্ষই দ্ৰুত পদক্ষেপ গ্ৰহণ কৰি উদ্ধাৰকাৰী দলক ফোন কৰে৷ লগে লগেই সেই স্থানত উদ্ধাৰকাৰী দলৰ লোক উপস্থিত হৈ অভিযান চলায়৷ অভিযানত পৰি যোৱাৰ ৬ঘণ্টা পাছত জীৱন্তে উদ্ধাৰ হয় আনভি৷ এগৰাকী উদ্ধাৰকাৰী দলৰ সদস্যই এই অভিযানৰ বিষয়ে কয়, ‘আমি ঘটনাস্থলত উপস্থিত হৈয়েই দ্ৰুততৰভাৱে অভিযান চলাও৷ তেতিয়ালৈকে আমি গম পাইছিলো যে যুৱতীগৰাকী ৩০০-৩৫০ ফুট তলত পৰি গৈছে৷ ইমান তলত তেওঁৰ কাষত গৈ পোৱাটো আমাৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিছিল৷ প্ৰচণ্ড বৃষ্টিপাতে উদ্ধাৰকাৰ্যত সমস্যাৰো সৃষ্টি কৰিছিল৷ এটা উলম্ব কপিকল ব্যৱহাৰ কৰি তেওঁক আমি বাহিৰলৈ উলিয়াই আনিছো৷’

আনভিক জীৱিত অৱস্থাতেই উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলে৷ উদ্ধাৰকাৰী দলে জনোৱামতে দ খাৱৈত পৰি যোৱাৰ সময়ত তেওঁৰ শৰীৰৰ বিভিন্ন স্থানত গুৰুতৰ আঘাত লাগিছিল৷ লগে লগেই তেওঁক মহকুমা হাস্পতালত ভৰ্তি কৰোৱা হয়৷ হাস্পতালতেই মৃত্যুক সাৱটি লয় আনভিয়ে৷  আনভিৰ মৃত্যুৰ পাছতেই কুম্ভ জলপ্ৰপাতত পৰ্যটকক লৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে আৰক্ষীয়ে৷ সকলোকে একেবাৰে কাষলৈ নাযাবৰ বাবে আহ্বান জনাইছে প্ৰশাসনে৷ জীৱনক বিপন্ন কৰি কোনো কাম কৰা অনুচিত বুলিও সঁকীয়াই দিছে প্ৰশাসনে৷ আনভিৰ মৃত্যুত এতিয়া সামাজিক মাধ্যমত গভীৰ শোক প্ৰকাশ কৰা দেখা গৈছে তেওঁৰ অনুৰাগীসকলক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল
জীৱনশৈলী

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

April 6, 2026
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ
জীৱনশৈলী

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

April 6, 2026
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?
জীৱনশৈলী

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

April 6, 2026
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

April 6, 2026
Next Post
ডিব্ৰুগড় অভিমুখী ৰে’লৰ ভয়ংকৰ দুৰ্ঘটনা! বৰ্তমানলৈ শেষ হ’ল ৪গৰাকীৰ জীৱন, ক’ত কেনেকৈ এই দুৰ্ঘটনা?

ডিব্ৰুগড় অভিমুখী ৰে’লৰ ভয়ংকৰ দুৰ্ঘটনা! বৰ্তমানলৈ শেষ হ’ল ৪গৰাকীৰ জীৱন, ক’ত কেনেকৈ এই দুৰ্ঘটনা?

সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্থ এটা AC কোচ, অন্য ১২ টা AC ডবাও লাইনচ্যুত, আপোনাৰ চিনাকি কোনো যাত্ৰী থাকিলে যোগাযোগ কৰক এই হেল্পলাইন নম্বৰত

সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্থ এটা AC কোচ, অন্য ১২ টা AC ডবাও লাইনচ্যুত, আপোনাৰ চিনাকি কোনো যাত্ৰী থাকিলে যোগাযোগ কৰক এই হেল্পলাইন নম্বৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.