• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মে মাহত গ্ৰহগতিৰ প্ৰভাৱত তিনিবাৰকৈ ত্ৰিগ্ৰহী যোগ, কেৰিয়াৰত সাফল্যৰ লগতে হাতলৈ ধন আহিব ৩ৰাশিৰ

মে মাহত গ্ৰহগতিৰ প্ৰভাৱত তিনিবাৰকৈ ত্ৰিগ্ৰহী যোগ, কেৰিয়াৰত সাফল্যৰ লগতে হাতলৈ ধন আহিব ৩ৰাশিৰ

2 years ago
DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

31 minutes ago
পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

1 hour ago
কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?

কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?

2 hours ago
শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ

শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ

2 hours ago
উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

4 hours ago
কেনেকৈ দুৰ্গতসকলৰ সাহস হৈ পৰিল হুছেইন মনছুৰী?

কেনেকৈ দুৰ্গতসকলৰ সাহস হৈ পৰিল হুছেইন মনছুৰী?

4 hours ago
সন্তানক কিমান দিনলৈ স্ত*নপান কৰাব? স্ত*নপানৰ কেইটামান প্ৰচলিত ভুল ধাৰণা

সন্তানক কিমান দিনলৈ স্ত*নপান কৰাব? স্ত*নপানৰ কেইটামান প্ৰচলিত ভুল ধাৰণা

5 hours ago
বিশেষ সূচাংক! আমেৰিকাৰ বিপৰ্যয়ৰ বিপৰীতে ভাৰতৰ অগ্ৰগতি

বিশেষ সূচাংক! আমেৰিকাৰ বিপৰ্যয়ৰ বিপৰীতে ভাৰতৰ অগ্ৰগতি

6 hours ago
ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাসকলৰ বাবে সুখবৰ!

ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাসকলৰ বাবে সুখবৰ!

7 hours ago
আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?

আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?

7 hours ago
এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

8 hours ago
বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মে মাহত গ্ৰহগতিৰ প্ৰভাৱত তিনিবাৰকৈ ত্ৰিগ্ৰহী যোগ, কেৰিয়াৰত সাফল্যৰ লগতে হাতলৈ ধন আহিব ৩ৰাশিৰ

মে মাহত গ্ৰহগতিৰ প্ৰভাৱত তিনিবাৰকৈ ত্ৰিগ্ৰহী যোগ, কেৰিয়াৰত সাফল্যৰ লগতে হাতলৈ ধন আহিব ৩ৰাশিৰ

editor by editor
May 9, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মে মাহত গ্ৰহগতিৰ প্ৰভাৱত তিনিবাৰকৈ ত্ৰিগ্ৰহী যোগ, কেৰিয়াৰত সাফল্যৰ লগতে হাতলৈ ধন আহিব ৩ৰাশিৰ
0
SHARES
5.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জ্যোতিষ অনুসৰি মে মাহৰ গ্ৰহগতি নানান দিশৰ পৰা লাভজনক প্ৰমাণিত হ’ব৷ এই মাহত তিনি বাৰ ত্ৰিগ্ৰহী যোগ তৈয়াৰ হ’ব৷ ১মে বৃষ ৰাশিত বৃহস্পতিয়ে প্ৰৱেশ কৰিছে৷ ইয়াৰোপৰি এই মাহত বুধ, সূৰ্য আৰু শুক্ৰই ৰাশি পৰিবৰ্তন কৰিব৷ এই গ্ৰহ গোচৰৰ ফলত একাধিক ৰাজযোগ তৈয়াৰ হ’ব৷ ইয়াৰ মাজত অন্যতম হৈছে ত্ৰিগ্ৰহী ৰাজযোগ৷ বিভিন্ন গ্ৰহ যুঁটিৰ ফলত তিনিবাৰ এই ৰাজযোগ তৈয়াৰ হ’ব৷ প্ৰতিক্ষেত্ৰতেই ইয়াৰ শুভ প্ৰভাৱ পৰিব তিনি ৰাশিৰ ওপৰত৷ কোন কোন গ্ৰহই কেতিয়া ত্ৰিগ্ৰহী যোগ তৈয়াৰ কৰিব?

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ দিনটো আৰ্থিক দিশৰ পৰা শুভ৷ ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱ এই ৰাশিৰ জাতকৰ বিদেশ যাত্ৰাৰ সম্ভাৱনা আছে৷ উচ্চশিক্ষাৰ বাবে বিদেশ যাত্ৰা কৰিব পাৰে৷ আয়ৰ নতুন উৎস হাতলৈ আহিব৷ ভাগ্যৰ সংগ লাভ কৰিব মেষ ৰাশিৰ জাতকে৷ পৰিয়াল আৰু আৰ্থিক পৰিস্থিতিত মনোনিৱেশ কৰিব পাৰে৷ সাফল্য অৰ্জন কৰিব৷ চাকৰিয়াল আৰু ব্যৱসায়ী প্ৰচুৰ লাভাম্বিত হ’ব৷ কেৰিয়াৰত উন্নতিৰ যোগ৷ অপ্ৰত্যাশিত কোনো চাকৰি লাভ কৰিব পাৰে৷ এওঁলোকে পৰিশ্ৰমৰ ফল লাভ কৰিব৷ পুৰণা লগ্নিৰ দ্বাৰা লাভাম্বিত হ’ব এই ৰাশিৰ জাতক৷ ইয়াৰোপৰি ধন লাভৰ সম্ভাৱনা আছে৷ শুক্ৰৰ প্ৰভাৱত স্থাৱৰ সম্পত্তি ক্ৰয় কৰিব পাৰে৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷

বৃষ ৰাশি

মে মাহত তিনিবাৰ ত্ৰিগ্ৰহী যোগ তৈয়াৰ হোৱাত ভাগ্য চমকি উঠিব বৃষ ৰাশিৰ জাতকৰ৷ সমস্ত ক্ষেত্ৰত সাফল্য লাভ কৰিব পাৰিব৷ দীৰ্ঘদিন ধৰি পাবলগীয়া ধন এই সময়ত লাভ কৰিব৷ ইয়াৰোপৰি ধন-ধ্যান বৃদ্ধি পাব৷ আয়ৰ নতুন উৎস লাভ কৰিব এই ৰাশিৰ জাতকে৷ ইয়াৰ ফলত অৰ্থাভাৱৰ পৰা মুক্তি পাব৷ ইয়াৰোপৰি অৰ্থ সঞ্চয় কৰিলে সফল হ’ব৷ পাৰিবাৰিক বিবাদৰ সমাধান হ’ব আৰু পৰিয়ালৰ সৈতে শুভ সময় কটাব৷ বুদ্ধি, কৌশল আৰু বাকচাতুৰ্যৰ কাৰণে নতুন প্ৰকল্প আৰম্ভ কৰিব পাৰে৷ আপোনাৰ কাম আৰু একাগ্ৰতা দেখি কৰ্মস্থানৰ উচ্চপদস্ত বিষয়াসকল প্ৰসন্ন হ’ব৷ পদোন্নতি আৰু বেতনবৃদ্ধি সম্ভৱ৷ স্বাস্থ্য ভালে থাকিব৷

মিথুন ৰাশি

এই ৰাশিৰ জাতকৰ বাবে মে মাহত গঠিত ৰাজযোগসমূহ লাভজনক৷ ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও এই সময় শুভ৷ নতুন উৎসৰ পৰা আয় বৃদ্ধি হ’ব৷ ইয়াৰ দ্বাৰা লাভাম্বিত হ’ব এই ৰাশিৰ জাতক৷ শ্বেয়াৰ মাৰ্কেট, ষ্টক মাৰ্কেটৰ সৈতে জড়িত জাতকৰ বাবে মে মাহ অত্যন্ত লাভজনক৷ এই ৰাশিত অঙ্গাৰক যোগৰ প্ৰভাৱ থকাৰ বাবেই শুভ সময় অতিবাহিত কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?
বাণিজ্য

DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

August 1, 2026
পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ
বাণিজ্য

পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

August 1, 2026
কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?
বিনোদন

কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?

August 1, 2026
শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ
বিনোদন

শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ

August 1, 2026
Next Post
হুকহুকাই কান্দিছে পিতৃ-মাতৃয়ে,  ৮৮ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতীৰে উত্তীৰ্ণ হৈছে পুত্ৰ, কিন্তু…

হুকহুকাই কান্দিছে পিতৃ-মাতৃয়ে,  ৮৮ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতীৰে উত্তীৰ্ণ হৈছে পুত্ৰ, কিন্তু...

কাছক খাদ্য খুৱাই আছিল যুৱতী, হঠাতে আহি পালে এনে এবিধ জীৱ, কোনোমতে প্ৰাণ লৈ পয়ালন, ভিডিঅ’ চালে শিয়ৰি উঠিব আপুনিও

কাছক খাদ্য খুৱাই আছিল যুৱতী, হঠাতে আহি পালে এনে এবিধ জীৱ, কোনোমতে প্ৰাণ লৈ পয়ালন, ভিডিঅ' চালে শিয়ৰি উঠিব আপুনিও

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.