• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

1 month ago
PNBৰ ৪৪৪ দিনৰ FDত ২.৫ লাখ টকা জমা কৰাৰ কথা ভাৱিছে? ১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

PNBৰ ৪৪৪ দিনৰ FDত ২.৫ লাখ টকা জমা কৰাৰ কথা ভাৱিছে? ১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

25 minutes ago
৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?

৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?

1 hour ago
শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে

শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে

1 hour ago
জীৱনত ভাল সময় অহাৰ পূৰ্বেই আহে এই ৫সংকেত, জানিব উপচি পৰিব সুখ সৌভাগ্য

জীৱনত ভাল সময় অহাৰ পূৰ্বেই আহে এই ৫সংকেত, জানিব উপচি পৰিব সুখ সৌভাগ্য

2 hours ago
৩০ এপ্ৰিল পৰ্যন্ত মঙ্গল বুধৰ বিশেষ যুঁটি, বাম্পাৰ ইনকাম হ’ব ৪ ৰাশিৰ

৩০ এপ্ৰিল পৰ্যন্ত মঙ্গল বুধৰ বিশেষ যুঁটি, বাম্পাৰ ইনকাম হ’ব ৪ ৰাশিৰ

3 hours ago
বুধবাৰৰ লাকী ৰাশিঃ বুধবাৰে গণেশৰ কৃপা থাকিব এই ৫ৰাশিত

বুধবাৰৰ লাকী ৰাশিঃ বুধবাৰে গণেশৰ কৃপা থাকিব এই ৫ৰাশিত

3 hours ago
ভাৰতত এলক’হলেৰে চলিব বাহন! পেট্ৰল থাকিব মাত্ৰ ১৫শতাংশহে, নতুন প্ৰস্তাৱ অনাৰ পথত কেন্দ্ৰীয় চৰকাৰ

ভাৰতত এলক’হলেৰে চলিব বাহন! পেট্ৰল থাকিব মাত্ৰ ১৫শতাংশহে, নতুন প্ৰস্তাৱ অনাৰ পথত কেন্দ্ৰীয় চৰকাৰ

5 hours ago
জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

5 hours ago
ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?

ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?

6 hours ago
একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

6 hours ago
কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

6 hours ago
টোপনিৰ অভাৱ আৰু চকুৰ বিষ, সকাহ পোৱাৰ সহজ উপায় জানক

টোপনিৰ অভাৱ আৰু চকুৰ বিষ, সকাহ পোৱাৰ সহজ উপায় জানক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

editor by editor
March 11, 2026
in জীৱনশৈলী
0
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ
0
SHARES
850
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাশিচক্ৰৰ শেষ ৰাশি মীন৷ সূৰ্যই এটা এটা ৰাশিত এমাহ অৱস্থান কৰে৷ অৰ্থাৎ ৰাশিচক্ৰৰ ১২ টা ৰাশি ঘূৰি আহিবলৈ সূৰ্যৰ এবছৰ সময় লাগে৷ সেই হিচাপত সম্পূৰ্ণ এবছৰ পাছত মীন ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই৷ আগন্তুক ১৫ মাৰ্চত সূৰ্যই মীন ৰাশিত প্ৰৱেশ কৰিলে তাতেই ত্ৰিগ্ৰহী যোগ গঠিত হব৷ কাৰণ মীন ৰাশিত পূৰ্বৰে পৰাই অৱস্থান কৰিছে শুক্ৰ আৰু শনিয়ে৷ জানি থওক মীন ৰাশিত তিনি গ্ৰহ কাষলৈ আহিলে ভাগ্য খুলিব কাৰ কাৰ?

বৃষ ৰাশি

বৃষ ৰাশিৰ একাদশ ঘৰত গোচৰ কৰিব সূৰ্যই৷ ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত উপাৰ্জন বাঢ়িব, সম্পদ বৃদ্ধি হ’ব বৃষ ৰাশিৰ জাতকৰ৷ এই সময়ত আপোনাৰ মনৰ দীৰ্ঘদিনৰ কোনো ইচ্ছা পূৰণ হব পাৰে৷ সামাজিক মিলামিছা বাঢ়িব৷ কেৰিয়াৰত উন্নতি কৰাৰ সুযোগ পাব৷ বেচৰকাৰী চাকৰিয়ালে বৃহৎ সাফল্য লাভ কৰাৰো যোগ আছে৷

মিথুন ৰাশি

মিথুন ৰাশিৰ দশম ঘৰত গোচৰ কৰিব সূৰ্যই৷ ত্ৰিগ্ৰহী যোগৰ শুভ প্ৰভাৱত মিথুন ৰাশিৰ জাতকৰ কেৰিয়াৰত উন্নতিৰ জোৱাৰ উঠিব৷ ডাঙৰ কোনো সন্মান লাভ কৰিব পাৰে৷ কেৰিয়াৰৰ দিশৰ পৰা এই সময়ত অত্যন্ত শুভ, প্ৰমোছন পাব পাৰে৷ কোনো ডাঙৰ কামৰ দায়িত্ব পাব পাৰে৷ আয় বাঢ়িব৷ বিশেষ কাৰোবাৰ সহায়ত সাফল্য পাব পাৰে৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ নৱম ঘৰত গোচৰ কৰিব সূৰ্যই৷ ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত এই সময়ত সকলো কামতে সৌভাগ্য লাভ কৰিব কৰ্কট ৰাশিৰ জাতকে৷ শিক্ষা আৰু আধ্যাত্মিকতা সম্পৰ্কিত কামত সাফল্য পাব৷ লাইফ পাৰ্টনাৰৰ সৈতে সম্পৰ্ক মজবুত হব৷ দেশৰ মাজত দূৰৈৰ কৰোবাত ভ্ৰমণ কৰিব পাৰে৷ পৰিয়ালৰ প্ৰবীণসকলৰ আশীৰ্বাদ পাব৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ পঞ্চম ঘৰত গোচৰ কৰিব সূৰ্যই৷ ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত এই সময়ত ব্যৱসায়ত বৃহৎ সাফল্য লাভ কৰিব৷ পূৰ্বে কৰা কামৰ সুফল পাব৷ কৰ্মত সাফল্য পাব৷ চিকিৎসা শাস্ত্ৰৰ সৈতে যিসকল যুক্ত, তেওঁলোকে বিশেষ উন্নতি কৰিব পাৰে৷ সন্তান সংক্ৰান্তিয় সুখবৰ পাব পাৰে৷

মকৰ ৰাশি

মকৰ ৰাশিৰ তৃতীয় ঘৰত গোচৰ কৰিব সূৰ্যই৷ ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত এই সময়ত সাহস বাঢ়িব মকৰ ৰাশিৰ জাতকৰ৷ লাইফ পাৰ্টনাৰৰ সৈতে সম্পৰ্ক ভাল হব৷ ইয়াৰোপৰি ভ্ৰমণ কৰিব পাৰে৷ সংবাদমাধ্যম আৰু সাহিত্যচৰ্চাৰ সৈতে যুক্ত ব্যক্তিয়ে সাফল্য পাব৷ চৰকাৰী কামত সাফল্য লাভৰ যোগ আছে৷ ভায়েক ভনীয়েকৰ মাজত সম্পৰ্কৰ উন্নতি হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PNBৰ ৪৪৪ দিনৰ FDত ২.৫ লাখ টকা জমা কৰাৰ কথা ভাৱিছে? ১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?
জীৱনশৈলী

PNBৰ ৪৪৪ দিনৰ FDত ২.৫ লাখ টকা জমা কৰাৰ কথা ভাৱিছে? ১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

April 21, 2026
৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?
জীৱনশৈলী

৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?

April 21, 2026
শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে
জীৱনশৈলী

শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে

April 21, 2026
জীৱনত ভাল সময় অহাৰ পূৰ্বেই আহে এই ৫সংকেত, জানিব উপচি পৰিব সুখ সৌভাগ্য
জীৱনশৈলী

জীৱনত ভাল সময় অহাৰ পূৰ্বেই আহে এই ৫সংকেত, জানিব উপচি পৰিব সুখ সৌভাগ্য

April 21, 2026
Next Post
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.