• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

4 months ago
আয়াতুল্লা আলী খামেনেইৰ জানাজাত হুকহুকাই কান্দিলে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে

আয়াতুল্লা আলী খামেনেইৰ জানাজাত হুকহুকাই কান্দিলে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে

36 minutes ago
হৰিদ্বাৰলৈ গৈছেনে? এই স্থানত পূৰণ হ’ব সকলো মনোকামনা!

হৰিদ্বাৰলৈ গৈছেনে? এই স্থানত পূৰণ হ’ব সকলো মনোকামনা!

1 hour ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

ৰে’লৱেত ওলাইছে চাকৰি, ৪০৯৮ পদৰ বাবে কৰক আবেদন

3 hours ago
কেৱল মৰম নহয়, পত্নীক লাগে এইবোৰ বস্তু! জানি হ’ব আচৰিত

কেৱল মৰম নহয়, পত্নীক লাগে এইবোৰ বস্তু! জানি হ’ব আচৰিত

4 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

অহা সপ্তাহত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, ভাংগাই দিলে ভৱিষ্যদ্বাণী!

4 hours ago
অফিচত সকলোৱে কৰিব ভয়, মাত্ৰ মানি চলক চাণক্যৰ এই নীতি!

অফিচত সকলোৱে কৰিব ভয়, মাত্ৰ মানি চলক চাণক্যৰ এই নীতি!

5 hours ago
ফোন চাৰ্জ কৰাৰ এই সাধাৰণ ভুলে কমাব পাৰে বেটেৰীৰ আয়ুস! বিশেষজ্ঞৰ সতৰ্কবাণী

ফোন চাৰ্জ কৰাৰ এই সাধাৰণ ভুলে কমাব পাৰে বেটেৰীৰ আয়ুস! বিশেষজ্ঞৰ সতৰ্কবাণী

7 hours ago
গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই

গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই

8 hours ago
বৰষুণ বতৰত কাহ-চৰ্দিক সাধাৰণ ৰোগ বুলি ভাবে নেকি? ভুলতো নকৰিব এইকেইটা কাম

বৰষুণ বতৰত কাহ-চৰ্দিক সাধাৰণ ৰোগ বুলি ভাবে নেকি? ভুলতো নকৰিব এইকেইটা কাম

9 hours ago
ছলমান খানে যি কৰিব পৰা নাই, আমীৰ খানে কৰিলে ৩ বাৰ…

ছলমান খানে যি কৰিব পৰা নাই, আমীৰ খানে কৰিলে ৩ বাৰ…

9 hours ago
বাৰে বাৰে চুলি ফণীয়াই থাকে নেকি? প্ৰকাৰ অনুসৰি কেনেকৈ ফণীয়াব চুলি?

বাৰে বাৰে চুলি ফণীয়াই থাকে নেকি? প্ৰকাৰ অনুসৰি কেনেকৈ ফণীয়াব চুলি?

10 hours ago
মাৰ্কিন ডলাৰক বিদায়! এতিয়াৰে পৰা টকা-য়েনত হ’ব বাণিজ্য!

মাৰ্কিন ডলাৰক বিদায়! এতিয়াৰে পৰা টকা-য়েনত হ’ব বাণিজ্য!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

editor by editor
March 11, 2026
in জীৱনশৈলী
0
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই
0
SHARES
4.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ১১ মাৰ্চ ২০২৬৷ আজিৰ দিনটো জ্যোতিষশাস্ত্ৰৰ ফালৰ পৰা খুবেই গুৰুত্বপূৰ্ণ৷ দেৱগুৰু বৃহস্পতিয়ে ইমানদিন বক্ৰী হৈ থাকিলেও এইবাৰ নিজৰ গতি সলনি কৰিব৷ মাৰ্গী হ’ব জ্ঞান, সমৃদ্ধি আৰু সৌভাগ্যৰ গ্ৰহই৷ বিগত চাৰি মাহ ধৰি বৃহস্পতি বক্ৰী অৱস্থাত আছিল৷ ফলত বহু ৰাশিৰ জাতকে কঠোৰ পৰিশ্ৰম কৰিও ফল পোৱা নাছিল৷ বৃহস্পতি মাৰ্গী হোৱাত ভাগ্য খুলিব তেওঁলোকৰ৷ ২ জুন ২০২৬লৈকে সুসময় চলিব পাঁচ ৰাশিৰ জাতকৰ জীৱনত৷ কাৰ কাৰ ভাগ্য খুলিব?

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতকৰ বাবে বৃহস্পতি মাৰ্গী হোৱাত কেৰিয়াৰত উন্নতি হ’ব৷ পদোন্নতি লাভৰ সম্ভাৱনা আছে৷ কেৰিয়াৰত নতুন উন্নতিৰ পথ খুলিব পাৰে৷ জীৱনত সম্পদ, সম্পত্তি বৃদ্ধি পাব পাৰে৷ এই সময়ত পুৰণি বিনিয়োগৰ পৰা লাভ হব পাৰে৷ গুৰুত্বপূৰ্ণ কিছু কাম শেষ কৰিব পাৰে৷ চিংগল হলে নতুন কোনো প্ৰেম প্ৰস্তাৱো লাভ কৰিব৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকৰ বাবে বৃহস্পতিৰ মাৰ্গী চলনে লাভ কঢ়িয়াই আনিব৷ কৰ্মজীৱনত দ্ৰুত অগ্ৰগতি কৰিব পাৰে৷ ব্যৱসায়ীসকলে লাভৰ মুখ দেখা পাব৷ গুৰুত্বপূৰ্ণ কোনো ব্যৱসায়িক চুক্তি চূড়ান্ত কৰিব পাৰে৷ অংশীদাৰ থাকিলে লাভৰ সম্ভাৱনা দ্বিগুণ হব৷ শিক্ষাৰ্থীসকলে জীৱনত সাফল্য লাভ কৰিব পাৰে৷ ঘৰত সুখ আৰু শান্তিয়ে বিৰাজ কৰিব৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকৰ বাবে বৃহস্পতিৰ গতি সলনিত কঠোৰ পৰিশ্ৰমৰ ফল পোৱাত সহায়ক হব৷ ধীৰে হলেও এই সময়ত সিংহ ৰাশিৰ জাতকৰ অগ্ৰগতি নিশ্চিত৷ আপোনাৰ কামে স্বীকৃতি পাব৷ নিজৰ আৰ্থিক পৰিস্থিতি শক্তিশালী কৰি তুলাত সফল হব৷ এই সময়ত সঞ্চয়ত মন দিয়ক৷ দীৰ্ঘম্যাদি বিনিয়োগ লাভজনক হব৷

তুলা ৰাশি

বৃহস্পতিৰ মাৰ্গী চলনত তুলা ৰাশিৰ জাতক বিশেষভাৱে উপকৃত হব৷ ভাগ্য আপোনাৰ পক্ষত থাকিব৷ আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ আকৰ্ষণ বাঢ়িব৷ কৰ্মজীৱনত ডাঙৰ কোনো পদ লাভ কৰিব পাৰে৷ কৰ্ম সূত্ৰে বিদেশ ভ্ৰমণৰ প্ৰয়োজন হব পাৰে৷ জাতকৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু শক্তিশালী হব৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ চিংগলসকলে মনৰ মানুহৰ সাক্ষাৎ পাব পাৰে৷

ধনু ৰাশি

ধনু ৰাশিৰ ওপৰত বৃহস্পতিৰ আধিপত্য থকাৰ বাবে পোনপটিয়াকৈ প্ৰভাৱিত হব এই ৰাশিৰ জাতক৷ জাতকে নানান ব্যক্তিগত সমস্যাৰ পৰা মুক্তি পাব পাৰে৷ বিবাহিত জীৱনত প্ৰেম ভালপোৱা বাঢ়িব৷ চিংগলসকলে প্ৰেমৰ প্ৰস্তাৱ পাব পাৰে৷ চাকৰিয়ালে বিশেষভাৱে উপকৃত হব৷ জাতকৰ আয় বাঢ়িব৷ ব্যৱসায়ত উন্নতি সম্ভৱ৷ শিক্ষাৰ্থীসকলৰ মাজত একাগ্ৰতা আৰু আত্মবিশ্বাস বৃদ্ধি পাব৷ যিয়ে সাফল্য আনি দিয়াত সহায় কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হৰিদ্বাৰলৈ গৈছেনে? এই স্থানত পূৰণ হ’ব সকলো মনোকামনা!
জীৱনশৈলী

হৰিদ্বাৰলৈ গৈছেনে? এই স্থানত পূৰণ হ’ব সকলো মনোকামনা!

July 3, 2026
কেৱল মৰম নহয়, পত্নীক লাগে এইবোৰ বস্তু! জানি হ’ব আচৰিত
জীৱনশৈলী

কেৱল মৰম নহয়, পত্নীক লাগে এইবোৰ বস্তু! জানি হ’ব আচৰিত

July 3, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

অহা সপ্তাহত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, ভাংগাই দিলে ভৱিষ্যদ্বাণী!

July 3, 2026
অফিচত সকলোৱে কৰিব ভয়, মাত্ৰ মানি চলক চাণক্যৰ এই নীতি!
জীৱনশৈলী

অফিচত সকলোৱে কৰিব ভয়, মাত্ৰ মানি চলক চাণক্যৰ এই নীতি!

July 3, 2026
Next Post
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

ৰাখে হৰি মাৰে কোনে... ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.