• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সৌৰধুমুহা… সুনীতা, উইলমোৰৰ উদ্ধাৰকাৰী মহাকাশযানৰ উৎক্ষেপণক লৈ দুশ্চিন্তা

সৌৰধুমুহা… সুনীতা, উইলমোৰৰ উদ্ধাৰকাৰী মহাকাশযানৰ উৎক্ষেপণক লৈ দুশ্চিন্তা

2 years ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

6 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

6 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

6 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

7 hours ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

7 hours ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

8 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

9 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

10 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

11 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

12 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

12 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সৌৰধুমুহা… সুনীতা, উইলমোৰৰ উদ্ধাৰকাৰী মহাকাশযানৰ উৎক্ষেপণক লৈ দুশ্চিন্তা

সৌৰধুমুহা... সুনীতা, উইলমোৰৰ উদ্ধাৰকাৰী মহাকাশযানৰ উৎক্ষেপণক লৈ দুশ্চিন্তা

editor by editor
September 24, 2024
in জীৱনশৈলী, বিজ্ঞান, বিবিধ, বিশ্ব, লেখা
0
সৌৰধুমুহা… সুনীতা, উইলমোৰৰ উদ্ধাৰকাৰী মহাকাশযানৰ উৎক্ষেপণক লৈ দুশ্চিন্তা
0
SHARES
595
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আন্তৰ্জাতিক স্পেছ ষ্টেচন ক্ৰু-৯মিছনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে নাছা আৰু স্পেছ এক্সে৷ বৃহস্পতিবাৰে ২৬ ছেপ্টেম্বৰ মহাকাশত উপস্থিত হ’ব এই মিছনৰ ৰকেট৷ সুনীতা উইলিয়ামছ আৰু বুচ উইলমোৰক উভতাই আহিবলৈ এই মহাকাশযান পঠিওৱা হৈছে৷ এইক্ষেত্ৰত দেখা দিছে নতুন বিপদে৷ ২০২৫ চনত ফেব্ৰুৱাৰী মাহত উভতাই অনা হ’ব সুনীতাহঁতক৷ তাৰেই প্ৰস্তুতি আৰম্ভ কৰিছে নাছাই৷

এই নতুন ক্ৰুৰ-৯ মিছনৰ মহাকাশযানখনে সুনীতা আৰু সংগীক পৃথিৱীলৈ উভতাই আনিব বুলি আশা কৰা হৈছে৷ মহাকাশযানখনত দুখন আসন ৰখা হৈছে সুনীতা আৰু বুচৰ বাবে৷ জনা গৈছে যে ক্ৰান্তীয় এক ঘূৰ্ণীবতাহৰ কাৰণে বিপদৰ সন্মুখীন হৈছে এই মিছন৷ ট্ৰেপিকেল চাইক্লোন নাইন নামৰ ঘূৰ্ণীবতাহেই আনিছে বিপদ৷ যি ক্ৰমশ গাল্ফ অৱ মেক্সিকো আৰু ফ্লোৰিডাৰ পশ্চিম উপকূলৰ ফালে অগ্ৰসৰ হৈছে৷ ফ্লৰিডাত নাছাৰ কেনেডি স্পেছ চেণ্টাৰত সম্প্ৰতি এই মিছনৰ বাবে ৰকেটৰ পৰীক্ষা কৰি থকা হৈছে৷

এই মিছনৰ বিশেষজ্ঞ হিচাপে আছে ৰছকমছ কছমোনেট আলেকজেণ্ডাৰ গৱৰ্ণৰ৷ ফেলকন ৯ ৰকেটেৰে ৰাওনা হ’ব স্পেছ এক্সৰ ড্ৰেগন মহাকাশযান৷ মঙলবাৰে কেপ কেনেভেৰাল স্পেছ ফৰ্ছ ষ্টেচনৰ পৰা বাহিৰলৈ ওলাই ফেলকন-৯ ৰকেটটিক লৈ যোৱা হ’ব স্পেছ লঞ্চ কমপ্লেক্স-৪০লৈ৷ তাতেই চূড়ান্ত উৰাণ আৰম্ভ হ’ব৷

উৎক্ষেপণৰ পাছত মহাকাশ আন্তৰ্জাতিক স্পেছ ষ্টেচনত কমেও পাঁচ মাহ থাকিব উদ্ধাৰকাৰী এই মহাকাশযানখন৷ এই সময়ৰ মাজত একাধিক পৰীক্ষা কৰিব নভোশ্চৰসকলে৷ স্পেছ ষ্টেচনৰ স্পেছৱাকৰ বাবে ৰক্ষণাবেক্ষণৰ কামো হ’ব৷ এই গুৰুত্বপূৰ্ণ মিছনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে নাছা আৰু স্পেছ এক্সৰ৷ ২৬ ছেপ্টেম্বৰত সুনীতাক উদ্ধাৰৰ বাবে যানখন যাব পাৰিবনে সেয়া অৱশ্যে নিৰ্ভৰ কৰিব সৌৰ ধুমুহাৰ ওপৰতহে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩
প্ৰযুক্তি

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

August 18, 2026
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

August 18, 2026
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?
জীৱনশৈলী

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

August 18, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

August 18, 2026
Next Post
মৃত্যু কোনবাটেৰে আহে কোনে জানে? টিউছনলৈ গৈ উভতাৰ পথতেই কৰুণ মৃত্যু ছাত্ৰীৰ

মৃত্যু কোনবাটেৰে আহে কোনে জানে? টিউছনলৈ গৈ উভতাৰ পথতেই কৰুণ মৃত্যু ছাত্ৰীৰ

কাইলৈ কৃষ্ণা অষ্টমীত সিদ্ধিদাতাৰ কৃপা ৫ৰাশিত, পূৰণ হ’ব মনৰ সকলো ইচ্ছা

কাইলৈ কৃষ্ণা অষ্টমীত সিদ্ধিদাতাৰ কৃপা ৫ৰাশিত, পূৰণ হ’ব মনৰ সকলো ইচ্ছা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.