• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সংকটত ৰাহুল গান্ধী! দেশদ্ৰোহৰ অভিযোগত ১০০০ এজাহাৰ দাখিল, কিন্তু কিয়?

সংকটত ৰাহুল গান্ধী! দেশদ্ৰোহৰ অভিযোগত ১০০০ এজাহাৰ দাখিল, কিন্তু কিয়?

5 years ago
‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

20 minutes ago
কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

53 minutes ago
অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

2 hours ago
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

2 hours ago
অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

3 hours ago
উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

4 hours ago
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

5 hours ago
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

5 hours ago
পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

6 hours ago
ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

7 hours ago
চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

8 hours ago
ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

সংকটত ৰাহুল গান্ধী! দেশদ্ৰোহৰ অভিযোগত ১০০০ এজাহাৰ দাখিল, কিন্তু কিয়?

editor by editor
February 14, 2022
in অসম, উত্তৰ-পূব, ভাৰত, ৰাজনীতি
0
সংকটত ৰাহুল গান্ধী! দেশদ্ৰোহৰ অভিযোগত ১০০০ এজাহাৰ দাখিল, কিন্তু কিয়?
0
SHARES
236
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কংগ্ৰেছৰ উপসভাপতি তথা লোকসভাৰ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰায় ১০০০ খন এজাহাৰ দাখিল কৰিছে অসম ৰাজ্যিক বিজেপিয়ে৷

সংবাদ সংস্থা এনআইএ-এ প্ৰকাশ কৰা অনুসৰি ভাৰতখন কেৱল গুজৰাটৰ পৰা পশ্চিমবংগলৈ বিদ্যমান বুলি অভিহিত কৰি ৰাহুল গান্ধীয়ে টুইট কৰাৰ অভিযোগ কৰি বিজেপিয়ে কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগ দাখিল কৰিছে৷

বিজেপিৰ অভিযোগ যে ৰাহুল গান্ধীয়ে গুজৰাটৰ পৰা পশ্চিমবংগলৈ ভাৰতখন বিদ্যমান বুলি কৈ অসমসহ উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ অংগ নহয় বুলি ক’ব খুজিছে৷ বিজেপিৰ এক সূত্ৰই দাবী কৰিছে যে ৰাহুল গান্ধীয়ে অৰুণাচল প্ৰদেশসহ উত্তৰ পূৰ্বাঞ্চলক উপেক্ষা কৰি চীনৰ অংগ বুলি কৰা দাবীক স্বীকাৰ কৰিব খুজিছে৷ আৰু ই একপ্ৰকাৰে দেশদ্ৰোহ বুলিও অভিহিত কৰিছে বিজেপিৰ সূত্ৰটোৱে৷

এই অভিযোগ উত্থাপন কৰিয়ে অসম ৰাজ্যিক বিজেপিয়ে কংগ্ৰেছ নেতাগৰাকীয়ে ৰাজ্যজুৰি প্ৰায় ১০০০ খন এজাহাৰ দাখিল কৰিছে৷

উল্লেখ্য যে যোৱা ১০ ফেব্ৰুৱাৰিত সাংসদ ৰাহুল গান্ধীয়ে এক টুইট কৰিছিল৷ উক্ত টুইটত ৰাহুল গান্ধীয়ে বৈচিত্ৰৰ মাজতো ভাৰত কেনেকৈ ঐক্য তাৰ উদাহৰণ দি বুজাবলৈ চেষ্টা কৰিছিল৷

ৰাহুল গান্ধীয়ে লিখিছিল, ‘‘ঐক্যই হৈছে আমাৰ সংঘীয় শক্তি৷ আমাৰ সংস্কৃতি, আমাৰ বৈচিত্ৰতা, আমাৰ ভাষাসমূহ, আমাৰ মানুহ, আমাৰ ৰাজ্যসমূহেই হৈছে ভাৰতৰ মূল চালিকা শক্তি৷’’ ইয়াৰ পিছতে ৰাহুলে উপমাৰে বুজাবলৈ গৈ লিখে, ‘‘কাশ্মীৰৰ পৰা কেৰালাকৈ, গুজৰাটৰ পৰা পশ্চিম বংগলৈকে ভিন্নৰঙী ভাৰতখন অতি মনোমোহা৷ অনুগ্ৰহ কৰি ইয়াক কেতিয়াও অপমান নকৰিব৷’’

এই টুইটৰ পিছতে অসম, ত্ৰিপুৰা, মণিপুৰ আদি উত্তৰ পূৰ্বাঞ্চলৰ বিজেপি মুখ্যমন্ত্ৰীসকলে ৰাহুল গান্ধীৰ টুইটত অসমসহ উত্তৰ পূৰ্বাঞ্চলক উল্লেখ নকৰা বিষয়টো টুইটৰ যোগে দৃষ্টিগোচৰ কৰি কংগ্ৰেছ নেতাগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলক উপেক্ষা কৰাৰ অভিযোগ কৰিছে৷

বিজেপিয়ে ৰাহুল গান্ধীয়ে অসমসহ উত্তৰ পূৰ্বাঞ্চলক এইদৰে উপেক্ষা কৰি চীনে এই সমগ্ৰ অঞ্চলটোক নিজৰ বুলি কৰি অহা দাবীক মান্যতা দিয়া বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷

এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক প্ৰশ্ন কৰি কয় ভাৰত কেৱল এক সংঘ নহয়। এক ৰাষ্ট্ৰ হিচাপে গৌৰৱান্বিত। আপোনাৰ টুকড়ে টুকড়ে গেঙৰ দৰ্শনত বন্দী নহয়৷ ৰাষ্ট্ৰ, ৰাষ্ট্ৰীয়তা আৰু ৰাষ্ট্ৰীয়তাবাদৰ লৈ সৈতে আপোনাৰ সমস্যা কি? বংগৰ পিছত আমি উত্তৰ পূৰ্বাঞ্চল দেশৰ বাহিৰত নেকি?

ত্ৰিপুৰা আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ আৰু এন বীৰেণ সিঙেও ৰাহুল গান্ধীৰ এই টুইটৰ তীব্ৰ বিৰোধিতা কৰিছে৷

ইয়াৰ পিছতে অসম ৰাজ্যিক বিজেপিৰ সূত্ৰই কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে ১০০০ খন এজাহাৰ দাখিল কৰিছে বুলি প্ৰকাশ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalbjpCongressFIR against Rahul Gandhirahul gandhi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’
অসম

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

September 12, 2026
কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা
বিনোদন

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

September 12, 2026
অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!
অসম

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

September 12, 2026
উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!
অসম

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

September 12, 2026
Next Post
‘ইছলামিক আইনেৰে নহয়, সংবিধানৰ দ্বাৰাহে চলিব দেশ’, যোগী আদিত্যনাথ

‘ইছলামিক আইনেৰে নহয়, সংবিধানৰ দ্বাৰাহে চলিব দেশ’, যোগী আদিত্যনাথ

লোকসভা নিৰ্বাচন অংক জংক-পংক! ‘কংগ্ৰেছে নিজৰ বাটত যাওক আমি আমাৰ বাটেৰে যাম’

লোকসভা নিৰ্বাচন অংক জংক-পংক! ‘কংগ্ৰেছে নিজৰ বাটত যাওক আমি আমাৰ বাটেৰে যাম’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.