• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ইছলামিক আইনেৰে নহয়, সংবিধানৰ দ্বাৰাহে চলিব দেশ’, যোগী আদিত্যনাথ

‘ইছলামিক আইনেৰে নহয়, সংবিধানৰ দ্বাৰাহে চলিব দেশ’, যোগী আদিত্যনাথ

4 years ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

6 hours ago
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

7 hours ago
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

7 hours ago
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

8 hours ago
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

9 hours ago
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

9 hours ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

11 hours ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

12 hours ago
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

13 hours ago
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

13 hours ago
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

14 hours ago
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

‘ইছলামিক আইনেৰে নহয়, সংবিধানৰ দ্বাৰাহে চলিব দেশ’, যোগী আদিত্যনাথ

editor by editor
February 14, 2022
in ভাৰত, ৰাজনীতি
0
‘ইছলামিক আইনেৰে নহয়, সংবিধানৰ দ্বাৰাহে চলিব দেশ’, যোগী আদিত্যনাথ
0
SHARES
131
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিৰ্বাচনৰ পূৰ্বে পুনৰ এবাৰ ৰাজনৈতিক বিস্ফোৰণ ঘটাইছে উত্তৰ প্ৰদেশৰ বিজেপিৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে৷

উত্তৰ প্ৰদেশৰ চলিত বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা যোগী আদিত্যনাথে ভোটাৰক উদ্দেশ্যি কয় নতুন ভাৰতবৰ্ষৰ নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হৈছে বিশ্বৰে আটাইতকৈ জনপ্ৰিয় নেতা৷ আৰু এই নতুন ভাৰতবৰ্ষত সকলোৰে উন্নয়ন হ’ব, কাৰোবাক তোষণ কৰি নহয়৷

সংবাদ এঞ্চেন্সি এনআইএ-ক দিয়া এক সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী যোগীয়ে আৰু কয় এই নতুন ভাৰতবৰ্ষ সংবিধানৰ মতেহে চলিব৷ শ্বৰিয়ত দ্বাৰা নহয়৷

ইফালে উত্তৰ প্ৰদেশৰ ৮০ শতাংশ লোকেই যোগী আদিত্যনাথৰ শাসনত সন্তুষ্ট বুলি দাবী কৰিছে গেৰুৱা বসনধাৰী মুখ্যমন্ত্ৰীগৰাকীয়ে৷ তেওঁৰ দাবী যে ৰাজ্যখনৰ মাত্ৰ ২০ শতাংশ লোকহে তেওঁৰ বিৰোধিতা কৰিছে৷

ইফালে নিজকে গণতন্ত্ৰপন্থী বুলি জাহিৰ কৰি ‘‘আমি ব্যক্তিগত বিশ্বাস জাপি নিদিওঁ৷ আমাৰ ব্যক্তিগত স্বাধীনতা, বিশ্বাস, পচন্দ তথা অপচন্দ আদিবোৰক দেশৰ ওপৰতো জাপি নিদিওঁ৷’’

AIMIMৰ নেতা তথা লোকসভাৰ সাংসদ আছাদুদ্দিন ওৱেছীয়ে হিজাব পিন্ধা ছোৱালীয়ে এদিন দেশৰ প্ৰধানমন্ত্ৰী হ’ব কৰা মন্তব্যৰ সম্পৰ্কেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যোগী আদিত্যনাথে৷

যোগী আদিত্যনাথে এই সম্পৰ্কে কয় ‘‘সকলো ছোৱালীৰে দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ অধিকাৰ আছে আৰু সেয়ে প্ৰধানমন্ত্ৰী মোদীয়ে তিনি তালাকক দেশত বন্ধ কৰিছে৷ ইয়ে তেওঁলোকৰ ন্যায় নিশ্চিত কৰাৰ লগতে তেওঁলোকক শক্তিশালীও কৰি তুলিব৷’’

ইফালে কংগ্ৰেছক ডুবাবলৈ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়েই যথেষ্ট বুলিও তীৰ্যক মন্তব্য কৰে যোগী আদিত্যনাথে৷

উল্লেখ্য যে সাতটা পৰ্যায়ত উত্তৰ প্ৰদেশত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ হৈছে৷ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়তে যোগী আদিত্যনাথে ভোটাৰক মোহাৱদ্ধ কৰি তুলিবলৈ এইদৰে মন্তব্য কৰা বুলি ধাৰণা কৰা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalUP election 2022yogi adityanath
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!
ভাৰত

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

July 10, 2026
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী
বিবিধ

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

July 10, 2026
E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন
ভাৰত

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

July 10, 2026
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম
ভাৰত

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

July 10, 2026
Next Post
লোকসভা নিৰ্বাচন অংক জংক-পংক! ‘কংগ্ৰেছে নিজৰ বাটত যাওক আমি আমাৰ বাটেৰে যাম’

লোকসভা নিৰ্বাচন অংক জংক-পংক! ‘কংগ্ৰেছে নিজৰ বাটত যাওক আমি আমাৰ বাটেৰে যাম’

KCRৰ গুৰুক চাৰ্জিকেল ষ্ট্ৰাইকছৰ প্ৰমাণ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই; কোন এই KCR গুৰু?

KCRৰ গুৰুক চাৰ্জিকেল ষ্ট্ৰাইকছৰ প্ৰমাণ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই; কোন এই KCR গুৰু?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.