কাইলৈ ২২ এপ্ৰিল ২০২৫ মঙলবাৰে চন্দ্ৰই মকৰ ৰাশি এৰি কুম্ভ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ ব’হাগৰ কৃষ্ণা নৱমী তিথি৷ কাইলৈৰ পৰা আৰম্ভ হৈছে অগ্নি পঞ্চক৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ শুভ যোগ আৰু শুক্লা যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ থাকিব শ্ৰৱণা নক্ষত্ৰ আৰু ধনিষ্ঠা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত মঙলবাৰ হৈছে বজৰংবলীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কেইটামান ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰচুৰ সুখ সাফল্য আহিব৷ জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















