• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘বিবাহিত যদিত স্বামী-স্ত্ৰীৰ অনুভৱ নহ’ল!’ গৌৰৱৰ সৈতে কিয় একেলগে নাথাকে পত্নী আকাংশাই?

‘বিবাহিত যদিত স্বামী-স্ত্ৰীৰ অনুভৱ নহ’ল!’ গৌৰৱৰ সৈতে কিয় একেলগে নাথাকে পত্নী আকাংশাই?

3 months ago
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

10 hours ago
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

11 hours ago
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

11 hours ago
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

12 hours ago
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

13 hours ago
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

13 hours ago
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

14 hours ago
ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

14 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

15 hours ago
পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

15 hours ago
চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

16 hours ago
‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

‘বিবাহিত যদিত স্বামী-স্ত্ৰীৰ অনুভৱ নহ’ল!’ গৌৰৱৰ সৈতে কিয় একেলগে নাথাকে পত্নী আকাংশাই?

গৌৰৱৰ সৈতে কিয় একেলগে নাথাকে পত্নী আকাংশাই ক'লে 'লক আপ ২'ত...

editor by editor
June 29, 2026
in চিনেমা, বিনোদন, বিবিধ, লেখা
0
‘বিবাহিত যদিত স্বামী-স্ত্ৰীৰ অনুভৱ নহ’ল!’ গৌৰৱৰ সৈতে কিয় একেলগে নাথাকে পত্নী আকাংশাই?
0
SHARES
394
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১০ বছৰৰ পিছত টিভিৰ ছুপাৰষ্টাৰ গৌৰৱ খান্না আৰু আকাংক্ষা চামোলাৰ বিবাহ বিচ্ছেদ। “লক আপ” ছিজন ২ৰ প্ৰিমিয়াৰত এই কথা নিশ্চিত কৰি আকাংক্ষাই কয় যে তেওঁলোকে বিগত এবছৰ ধৰি পৃথকে পৃথকে বাস কৰি আহিছে।

ৰিয়েলিটি শ্ব’টোত আকাংক্ষাই কয় যে, “গৌৰৱ আৰু মোৰ বিবাহ বিচ্ছেদ হৈছে। যোৱা এবছৰ ধৰি আমি পৃথকে পৃথকে আছে, আৰু সেয়া ৰাজহুৱাভাৱে জ্ঞাত নাছিল। গৌৰৱ আৰু মোৰ বন্ধুত্বৰ সম্পৰ্ক বেয়া নহয়। আমি এতিয়াও ইজনে সিজনৰ লগত কথা পাতো। আমি অনুভৱ নকৰো যে আমি জীৱনসংগী হিচাপে ইজনে সিজনৰ বাবে উপযুক্ত কাৰণ আমাৰ ভৱিষ্যতৰ দৃষ্টিভংগী বহুত বেলেগ, আৰু সেই ভৱিষ্যত ইজনে সিজনৰ লগত নহয়। আমি বিবাহিত হৈও সেই স্বামী-স্ত্ৰীৰ অনুভৱ কৰিব নোৱাৰিলো।”

আকাংক্ষাই কয় তেওঁৰ পৰিয়ালে ইজনে সিজনক আৰু কিছু সময় দিবলৈ কৈছিল যদিও কাম নহ’ল আৰু অৱশেষত এতিয়া দুয়োজনেই পৃথক হ’বলৈ সিদ্ধান্ত লয়।

Akanksha Chamola revealed that she and Gaurav Khanna have been living separately for the past year and are getting divorced. This is totally unexpected. Even their families didn’t know about it. 💔#GauravKhanna #LockUppS2 #LockUpp pic.twitter.com/wr7hKDxoTz

— Digital News Hub (@digital_newshub) June 27, 2026

বিগ বছ ১৯ত গৌৰৱ হৈ পৰিছিল চৰ্চা

এই প্ৰকাশৰ পিছতে দম্পতীহালৰ অতীতৰ কথাবোৰ পুনৰ চৰ্চালৈ আহিছে তেওঁলোকে সন্তান জন্ম নিদিয়াৰ সিদ্ধান্ত। আকাংক্ষৰ এই বক্তব্য প্ৰকাশ পোৱাৰ পাছতেই সামাজিক মাধ্যমত বিগ বছ ১৯ৰ গৌৰৱ খান্নাৰ এটা পুৰণি ক্লিপ ভাইৰেল হৈ পৰে, য’ত তেওঁ বুজাই দিছিল যে প্ৰথম অৱস্থাত পিতৃ হ’ব বিচৰা সত্ত্বেও তেওঁ পত্নীৰ সিদ্ধান্তক সন্মান জনাইছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী
শিক্ষা

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

October 11, 2026
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!
ৰাজনীতি

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

October 11, 2026
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?
অসম

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

October 11, 2026
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য
অসম

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

October 11, 2026
Next Post
কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

জুলাই মাহত একেৰাহে বন্ধ থাকিব বেংক! গুৰুত্বপূৰ্ণ কাম কৰাৰ পূৰ্বে চাওক বন্ধৰ তালিকা

কিয় ১৫ দিন অসুস্থ হৈ থাকে পুৰীৰ প্ৰভু জগন্নাথ? আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক

কিয় ১৫ দিন অসুস্থ হৈ থাকে পুৰীৰ প্ৰভু জগন্নাথ? আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.