• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টুইটাৰত ব্লু-টিক পাবলৈ কিমান ধন ভৰিব লাগিব একোজন ভাৰতীয় ব্যৱহাৰকাৰীয়ে?

টুইটাৰত ব্লু-টিক পাবলৈ কিমান ধন ভৰিব লাগিব একোজন ভাৰতীয় ব্যৱহাৰকাৰীয়ে?

3 years ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

3 hours ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

3 hours ago
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

4 hours ago
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

4 hours ago
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

5 hours ago
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

6 hours ago
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

7 hours ago
শৰীৰৰ ষ্টেমিনা কিয় কমে?

শৰীৰৰ ষ্টেমিনা কিয় কমে?

8 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, জানক কিদৰে কৰিব আবেদন

8 hours ago
৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

9 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

9 hours ago
‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

টুইটাৰত ব্লু-টিক পাবলৈ কিমান ধন ভৰিব লাগিব একোজন ভাৰতীয় ব্যৱহাৰকাৰীয়ে?

editor by editor
February 9, 2023
in জীৱনশৈলী, প্ৰযুক্তি, বিশ্ব, ভাৰত
0
টুইটাৰত ব্লু-টিক পাবলৈ কিমান ধন ভৰিব লাগিব একোজন ভাৰতীয় ব্যৱহাৰকাৰীয়ে?
0
SHARES
342
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এলন মাস্কে দায়িত্ব লোৱাৰ পাছতেই Twitter ত কেইবাটাও পৰিবৰ্তন আহিছে। পৰিবৰ্তনৰ লগে লগেই ব্যৱহাৰকাৰীৰ ওপৰত প্ৰভাৱো পৰিছে। খৰচ বৃদ্ধি পাইছে ব্যৱহাৰকাৰীসকলৰ। টুইটাৰত ব্লু-টিক পাবৰ বাবেও এতিয়া দিব লাগিব ধন। পূৰ্বৰ দৰে নিয়ম মানি এতিয়া ব্লু-টিকৰ আৱেদন কৰাৰ পৰিবৰ্তে এতিয়া ধন দিয়েই ল’ব পাৰিব ব্লু-টিক।
এগৰাকী ভাৰতীয় ব্যৱহাৰকাৰীয়ে ব্লু-টিকৰ বাবে মাহিলী দিব লাগিব ৬৫০ টকাকৈ ধন। Android আৰু আইএপএছ মোবাইল ব্যৱহাৰকাৰীয়ে দিব লাগিব ৯০০ টকা৷ টুইটাৰৰ ব্লু-টিকৰ বাবে ভাৰতৰ লগতে ব্ৰাজিল আৰু ইণ্ডোনেছিয়াৰ বাসিন্দাসকলেও কৰিব পাৰিব আৱেদন৷

টুইটাৰে ভাৰতত প্ৰতি বছৰে ৬৮০০ টকাৰ ৰেহা যুক্ত বাৰ্ষিক আঁচনিও আগবঢ়াইছে৷ অৰ্থাৎ এগৰাকী ব্যৱহাৰকাৰীয়ে ব্লু-টিকৰ বাবে মাহিলী ধন দিয়াতকৈ বছৰেকীয়া প্লেন ললে কিছু লাভলাভ পাবলৈ সক্ষম হ’ব৷ বিশ্বৰ ১৫ খন দেশত এই সুবিধা উপলব্ধ বুলি জনাইছে টুইটাৰৰ মালিক এলন মাস্কে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24best news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি
জীৱনশৈলী

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

July 15, 2026
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী
জীৱনশৈলী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

July 15, 2026
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব
জীৱনশৈলী

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

July 15, 2026
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ
বিনোদন

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

July 15, 2026
Next Post
লৰা নে ছোৱালী নুশুধিব! ট্ৰান্সজেণ্ডাৰ দম্পতি জীয়া-জাহাদৰ মাজলৈ আহিল এটি কণমানি…

লৰা নে ছোৱালী নুশুধিব! ট্ৰান্সজেণ্ডাৰ দম্পতি জীয়া-জাহাদৰ মাজলৈ আহিল এটি কণমানি...

কিয়াৰাৰ সৈতে সাতজনমলৈ একেলগে থকাৰ প্ৰতিজ্ঞা সিদ্ধাৰ্থৰ! বিবাহৰ খবৰক লৈ কি ক’লে সিদ্ধাৰ্থৰ প্ৰাক্তন প্ৰেয়সী আলিয়াই?

কিয়াৰাৰ সৈতে সাতজনমলৈ একেলগে থকাৰ প্ৰতিজ্ঞা সিদ্ধাৰ্থৰ! বিবাহৰ খবৰক লৈ কি ক’লে সিদ্ধাৰ্থৰ প্ৰাক্তন প্ৰেয়সী আলিয়াই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.