• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিক্ৰী হ’বলৈ বাধ্য হ’ল “টুইটাৰ কোম্পানী”। আঁকোৰগোঁজ ইলন মাস্কে কিনিহে এৰিলে টুইটাৰক।

বিক্ৰী হ’বলৈ বাধ্য হ’ল “টুইটাৰ কোম্পানী”। আঁকোৰগোঁজ ইলন মাস্কে কিনিহে এৰিলে টুইটাৰক।

4 years ago
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

60 minutes ago
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

1 hour ago
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

2 hours ago
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

2 hours ago
‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

4 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

5 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

5 hours ago
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

6 hours ago
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

7 hours ago
এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

8 hours ago
বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

9 hours ago
আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

বিক্ৰী হ’বলৈ বাধ্য হ’ল “টুইটাৰ কোম্পানী”। আঁকোৰগোঁজ ইলন মাস্কে কিনিহে এৰিলে টুইটাৰক।

editor by editor
April 26, 2022
in প্ৰযুক্তি, বাণিজ্য, বিজ্ঞান, বিশ্ব
0
বিক্ৰী হ’বলৈ বাধ্য হ’ল “টুইটাৰ কোম্পানী”। আঁকোৰগোঁজ ইলন মাস্কে কিনিহে এৰিলে টুইটাৰক।
0
SHARES
105
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

টকা থাকিলে সকলো সম্ভৱ। আজিৰ দিনত কেৱল টকাই কথা কয়। আৰু টকাই যে সকলো কৰিব পাৰি তাৰে প্ৰমাণ পুনৰ দাঙি ধৰিলে বিশ্বৰ এক নম্বৰ ধনাধ্য ব্যক্তি ইলন মাক্সে। যথেষ্ট প্ৰত্যাহ্বানৰ পিছত শেষত ইলন মাক্সৰ ওচৰত বৈশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য হ’ল টুইটাৰ কৰ্তৃপক্ষ। চূড়ান্ত বাক-বিতণ্ডাৰ অন্তত ইলন মাক্সকেই বিক্ৰি কৰিবলৈ বাধ্য হ’ল টুইটাৰ কোম্পানী।

SEE MORE: GMCHৰ পৰা চেন্নাইলৈ কোনে লৈ গ’ল দেৱশিশু প্ৰিয়মক?

বিশ্বৰ এক নম্বৰ ধনাধ্য ব্যক্তি হোৱাৰ ওপৰিও অতন্ত আঁকোৰগোজ স্বভাৱৰ ব্যক্তি ইলন মাক্স। যি কৰিম বুলি কথা দিয়ে সেয়া কাৰ্যত পৰিণত কৰিহে শান্তি লভে এই গৰাকী ধনী ব্যক্তি ইলন মাক্সে। আৰু এনে আঁকোৰগোজ স্বভাৱৰ হোৱাৰ বাবেহে তেওঁ আজি বিশ্বৰ এক নম্বৰ ধনী ব্যক্তি। এটা সময় আছিল য’ত টুইটাৰক লৈ চূড়ান্ত অসন্তুষ্টিত আছিল ইলন মাক্স। কিয়নো শেহতীয়া পৰ্যায়ত টুইটাৰে সামাজিক মাধ্যম হিচাপে যেনেদৰে নিজৰ মইমতালিৰে কাম কৰি আছিল তাক লৈ টুইটাৰৰ ওপৰত অভিযোগৰ অন্ত নাছিল ইলন মাক্সৰ।

SEE MORE: পঁইতা ভাত স্বাস্থ্যৰ বাবে উপকাৰীনে?

আনকি শেহতীয়া পৰ্যায়ত টুইটাৰে সমাজত অশান্ত বিয়পোৱাৰ অভিযোগ দি বহু কেইগৰাকী সমাজৰ উচ্চ খাপৰ বিশেষ ব্যক্তিক তেওঁলোকৰ টুইটাৰ একাউন্টসমূহ ডিএক্টিভেট কৰি দিছিল। যাক লৈ ইলন মাস্কে মানুহৰ বাক স্বাধীনতাক মুকলিকৈ প্ৰকাশ কৰাত খৰ্ব কাৰৰ অভিযোগ দিছিল। ইলন মাস্কৰ মতে যদি টুইটা মত প্ৰকাশৰ এক মাধ্যম তেন্তে কিয় বিভিন্ন লোকে সমাজৰ বিভিন্ন বিষয় সম্পৰ্কত দিয়া তেওঁলোকৰ মতামতৰ বাবে তেওঁলোকক টুইটাৰ পৰা বহিষ্কাৰ কৰে।

SEE MORE: মালিকক নোসোধাকৈ চিঙৰা খোৱাৰ বাবেই গ্ৰাহকক মৰিয়াই হত্যা

তেওঁৰ মতে এইয়া ব্যক্তিৰ বাক স্বাধীনতাক টুইটাৰে খৰ্ব কৰিছে। এই অধিকাৰ টুইটাৰৰ নাই। এনেবোৰ কাৰণৰ বাবেই টুইটাৰ সম্পৰ্কে সম্পূৰ্ণ অসন্তুষ্ট আছিল ইলন মাস্ক। সেয়েহে তেওঁ নিজৰ স্থিতি স্পষ্ট কৰিছিল যে ইলন মাস্ক টুইটাৰ কোম্পানীৰ সম্পূৰ্ণ মালিকিস্বত্ব নিজৰ কাষলৈ আনিব আৰু নিজৰ মতে টুইটাৰক নতুন এটা ৰূপ দি সমগ্ৰ বিশ্বতেই প্ৰচলন কৰিব। ইফালে টুইটাৰ কোম্পানী ক্ৰয় কৰাৰ সিদ্ধান্ত লোৱাৰ পূৰ্বেই ইলন মাস্কে ক্ৰয় কৰি ৰাখিছিল টুইটাৰ কোম্পানীৰ ৯ শতাংশ শ্বেয়াৰ।

আৰু এই শ্বেয়াৰ ক্ৰয় কৰি তেওঁ টুইটাৰ পৰামৰ্শদাতা সমিতিত প্ৰৱেশ কৰিছিল। কিন্তু কোনো কালে তেওঁ টুইটাৰৰ কোনো কাৰ্যকৰী মিটিঙত ভাগ লোৱা নাছিল। যাৰ বাবে বহুবাৰ টুইটাৰ কৰ্তৃপক্ষৰ পৰা ইলন মাস্কে মিটিঙত নথকাৰ কাৰণ জানিব বিচাৰি অনুৰোধ কৰিছিল ইলন মাস্কক। কিন্তু ইলন মাস্কে ষ্পষ্টকৈ জনাই দিছিল যে মাত্ৰ ৯ শতাংশ শ্বেয়াৰ ক্ৰয় কৰি তেওঁ বেলেগ এটা কোম্পানীৰ মিটিঙত থাকি কিয় সময় অপব্যয় কৰিব।

সেযেহে তেওঁ মনৰ কথা টুইটাৰ কৰ্তৃপক্ষক স্পষ্টকৈ জনাই কৈছিল যে তেওঁ ক্ৰয় কৰিব বিচাৰিছে সমগ্ৰ টুইটাৰ কোম্পানীটোৰ মালিকিস্বত্ব। অৰ্থাৎ তেওঁ বজাৰত সিচৰতি হৈ থকা সকলোবোৰ টুইটাৰৰ শ্বেয়াৰ অকলেই ক্ৰয় কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। কিন্তু ইলন মাস্কৰ এই সিদ্ধান্তত মূৰত আকাশ ভাঙি পৰিছিল টুইটাৰ কৰ্তপক্ষৰ। টুইটাৰ কৰ্তিপক্ষই মানি লোৱা নাছিল ইলন মাস্কৰ এই সিদ্ধান্তক। পিছে আমি পূৰ্বতেই কৈছো ইলন মাস্ক এজন অত্যন্ত আঁকোৰগোজ স্বভাৱৰ ব্যক্তি।

যি কৰিব বুলি সিদ্ধান্ত লয় সেয়া তেওঁ কৰিহে শান্তি পোৱা ব্যক্তি। সেয়ে তেওঁ বাৰে বাৰে টুইটাৰক প্ৰত্যাহ্বান দি হেঁচা প্ৰয়োগ কৰিছিল যে তেওঁ টুইটাৰ কোম্পানী ক্ৰয় কৰিবই। কিন্তু ইলন মাস্কৰ প্ৰত্যাহ্বানত ভয়খোৱা টুইটাৰ কোম্পানীয়ে কিছু দিনৰ পূৰ্বে ইলন মাস্কে দিছিল বাণিজ্যিক ভাষাৰে “poison pill”। অথাৎ টুইটাৰে পূৰ্বতকৈ আৰু কিছু শতাংশ শ্বেয়াৰ বজাৰত মুকলি কৰি বিভিন্ন ব্যক্তিক বিক্ৰী কৰি সিচৰতি কৰি পেলাইছিল।

আৰু যি শ্বেয়াৰ মূল্য পূৰ্তকৈ ৬ শতাংশ বৃদ্ধি কৰি প্ৰতি শ্বেয়াৰ মূল্য ৫২ ডলাৰ ধাৰ্য কৰিছিল বজাৰত। কিন্তু ইলন মাস্কে বজাৰত সিচৰতি হৈ থকা প্ৰতিটো শ্বেয়াৰ ৫৪.২০ ডলাৰত ক্ৰয় কৰাৰ সিদ্ধান্ত লয়। আৰু শেষত টুইটাৰে দিয়া “poison pill”ও ইলন মাক্সৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে খোদ টুইটাৰ কোম্পানীয়ে। আৰু শেষত যোৱা সোমবাৰে প্ৰায় ৪৪ বিলিয়ন আমেৰিকান ডলাৰত ইলন মাস্কৰ ওচৰত টুইটাৰে বিক্ৰী যোৱাৰ সিদ্ধান্ত লয়। আৰু পুনৰ এবাৰ ইলন মাস্কে টকাৰ জোৰেৰে কৰি দেখুওৱালে যে তেওঁ যি কৰিম বুলি ভাৱে সেয়া সঁচাকৈ যে কৰিহে দেখুৱায়।

SEE MORE

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assamelon muskELON MUSK HAS BOUGHT TWITTERTWIITERTWITTER SELL
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ
জীৱনশৈলী

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

June 17, 2026
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা
বিনোদন

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

June 17, 2026
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী
বাণিজ্য

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

June 17, 2026
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’
বিশ্ব

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

June 17, 2026
Next Post
টুইংকলে আকৌ অভিনয় কৰিব চিনেমাত। স্বামী অক্ষয় কুমাৰে মানিবনে এই সিদ্ধান্ত?

টুইংকলে আকৌ অভিনয় কৰিব চিনেমাত। স্বামী অক্ষয় কুমাৰে মানিবনে এই সিদ্ধান্ত?

কোনে উদ্ধাৰ কৰিব ডুবন্ত কংগ্ৰেছক? অন্তিম পাশুপাত অস্ত্ৰ প্ৰশান্ত কিশোৰেও ক’লে- NO

কোনে উদ্ধাৰ কৰিব ডুবন্ত কংগ্ৰেছক? অন্তিম পাশুপাত অস্ত্ৰ প্ৰশান্ত কিশোৰেও ক’লে- NO

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.