• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পঁইতা ভাত স্বাস্থ্যৰ বাবে উপকাৰীনে?

পঁইতা ভাত স্বাস্থ্যৰ বাবে উপকাৰীনে?

4 years ago
গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

26 minutes ago
গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

58 minutes ago
বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

1 hour ago
বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

2 hours ago
মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

3 hours ago
লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!

লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!

3 hours ago
বিচনাত খাদ্য খোৱাৰ অভ্যাস? হ’ব পাৰে আপোনাৰ সৰ্বনাশ!

বিচনাত খাদ্য খোৱাৰ অভ্যাস? হ’ব পাৰে আপোনাৰ সৰ্বনাশ!

4 hours ago
দেশভক্তি কৰি বিপদত ৰণবীৰ সিং! ফাৰহান আখতাৰৰ বাবেই বলীউডত বয়কট নেকি ৰণবীৰ?

দেশভক্তি কৰি বিপদত ৰণবীৰ সিং! ফাৰহান আখতাৰৰ বাবেই বলীউডত বয়কট নেকি ৰণবীৰ?

5 hours ago
এফালে স্তনৰ ছবি আনফালে দেৱালত হাত যুৱকৰ, খঙত অভিনেত্ৰীয়ে কৰিলে এই কাম!

এফালে স্তনৰ ছবি আনফালে দেৱালত হাত যুৱকৰ, খঙত অভিনেত্ৰীয়ে কৰিলে এই কাম!

5 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

6 hours ago
প্ৰেম নহয়, পত্নীয়ে স্বামীৰ পৰা বেছিকৈ বিচাৰে এইবিধ বস্তু!

প্ৰেম নহয়, পত্নীয়ে স্বামীৰ পৰা বেছিকৈ বিচাৰে এইবিধ বস্তু!

7 hours ago
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

অত্যাধিক মৰমে ধ্বংস কৰে সংসাৰ! এই ৫ টিপছেৰে সংগীক ৰাখক নিজৰ কাষত

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

পঁইতা ভাত স্বাস্থ্যৰ বাবে উপকাৰীনে?

editor by editor
April 26, 2022
in অসম, খাদ্য, জীৱনশৈলী, স্বাস্থ্য
0
পঁইতা ভাত স্বাস্থ্যৰ বাবে উপকাৰীনে?
0
SHARES
619
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লাহে লাহে বাঢ়ি আহিছে গৰমৰ মাত্ৰা। এনে গৰমত পেট ঠাণ্ডা কৰি ৰখাটো খুব জৰুৰী। ইয়াৰ বাবে আমাৰ মনলৈ সততে আহে পঁইতা ভাতৰ কথা। পঁইতা ভাত খালে আপোনাৰ পেট ঠাণ্ডা থাকিব। পিছে এয়া সত্যনে?

SEE MORE: মালিকক নোসোধাকৈ চিঙৰা খোৱাৰ বাবেই গ্ৰাহকক মৰিয়াই হত্যা

পঁইতা ভাত কি?

আমি সকলোৱে জানো ভাতত শৰ্কৰা থাকে। সেই ভাত যদি পানীত ৰখা হয়, তেতিয়া তাৰ বিভিন্ন বেক্টেৰীয়া বা ইষ্টে শৰ্কৰা ভাঙি ইথানল আৰু লেক্টিক এছিড তৈয়াৰ কৰে। এছিড তৈয়াৰৰ ফলত ভাতৰ অম্লতা বৃদ্ধি হয়। এনেদৰে পানীত তিয়াই ৰখা ভাতকে পঁইতা বা পন্তা ভাত বোলে।

পঁইতা ভাতৰ পুষ্টিকৰ গুণ

১২ ঘণ্টা পানীত তিয়াই ৰখা ১০০ গ্ৰাম পঁইতা ভাতৰ আইৰণৰ মাত্ৰা ৭৩.৯১ মিলি গ্ৰামলৈ বৃদ্ধি পায়। সম পৰিমাণৰ গৰম ভাতত আইৰণৰ পৰিমাণ মাত্ৰ ৩.৪ মিলি গ্ৰাম। পটেছিয়াম আৰু কেলছিয়ামৰ বৃদ্ধিৰ পৰিমাণ ক্ৰমে ৮৩৯ আৰু ৮৫০ মিলিগ্ৰাম। ইয়াৰ বিপৰীতে গৰম ভাতত থকা কেলছিয়ামৰ পৰিমাণ মাত্ৰ ২১ মিলিগ্ৰাম। পঁইটা ভাতত ৩০৩ মিলিগ্ৰাম ছ’ডিয়াম থকাৰ বিপৰীতে গৰম ভাতত ইয়াৰ পৰিমাণ ৪৭৫ মিলিগ্ৰাম।

SEE MORE: মুকেশ আম্বানীক পিছ পেলালে আদানীয়ে, বিশ্বৰ কেই নম্বৰ ধনী ব্যক্তি হ’ল গৌতম আদানী?

ভিটামিনৰ উৎস

আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় ভিটামিনো পোৱা যায় পঁইটা ভাতত। ভিটামিন B6 আৰু B12ৰ ভাল উৎস হ’ল পঁইটা ভাত।

সতেজ হয় শৰীৰ

গৰমৰ দিনত ঘামৰ কাৰণে শৰীৰৰ বাবে প্ৰয়োজনীয় বহু উপাদান ঘামৰ লগত বাহিৰলৈ আহে। এনেক্ষেত্ৰত শৰীৰৰ ভিতৰ ভাগ ঠাণ্ডা আৰু সতেজ কৰি ৰখাত পঁইতা ভাতৰ অৱদান অনবদ্য। শৰীৰত পানীৰ অভাৱৰ বাবে ডিহাইড্ৰেচনৰ দৰে দেখা দিয়া সমস্যা সমাধানত পঁইতা ভাতৰ ভূমিকা গৱেষকসকলে ইতিমধ্যে অনেকবাৰ উল্লেখ কৰিছে।

দূৰ কৰে পেটৰ পীড়া

নিয়মিতভাৱে পন্তা ভাত খালে পেটৰ নানা সমস্যাৰ পৰা হাত সাৰিব পাৰি। দূৰ হয় কোষ্ঠকাঠিন্যৰ দৰে সমস্যা। সতেজ কৰে শৰীৰ। ভাল হয় হজম শক্তি।

শক্তি যোগায়

পন্তা ভাত খায় যিয়ে হাতীৰ সমান বল পায় সিয়ে। গ্ৰাম্য সমাজত প্ৰচলিত এই আপ্ত বাক্যশাৰীয়েই ইংগিত দিয়ে পঁইতা ভাতৰ পুষ্টিকৰ গুণাৱলী। আমাৰ শৰীৰ উপকৰী অনেক বেক্টেৰীয়া পোৱা যায় পঁইতা ভাতত।

SEE MORE

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbenefits of Fermented RiceBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamFermented Ricehealth benefits of Fermented Ricehow tohow to make Fermented Rice
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ
জীৱনশৈলী

গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

May 27, 2026
গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?
জীৱনশৈলী

গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

May 27, 2026
বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?
অসম

বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

May 27, 2026
বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ
জীৱনশৈলী

বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

May 27, 2026
Next Post
GMCHৰ পৰা চেন্নাইলৈ কোনে লৈ গ’ল দেৱশিশু প্ৰিয়মক?

GMCHৰ পৰা চেন্নাইলৈ কোনে লৈ গ’ল দেৱশিশু প্ৰিয়মক?

বিক্ৰী হ’বলৈ বাধ্য হ’ল “টুইটাৰ কোম্পানী”। আঁকোৰগোঁজ ইলন মাস্কে কিনিহে এৰিলে টুইটাৰক।

বিক্ৰী হ'বলৈ বাধ্য হ'ল "টুইটাৰ কোম্পানী"। আঁকোৰগোঁজ ইলন মাস্কে কিনিহে এৰিলে টুইটাৰক।

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.