• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সমাধান দিয়ক, পত্নীৰ মাৰপিটৰ পৰা ৰক্ষা কৰক! প্ৰধানমন্ত্ৰীলৈ বিশেষ আহ্বান কিয় জনালে ব্যক্তিগৰাকীয়ে?

3 years ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

18 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

19 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

20 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

21 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

22 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

23 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

1 day ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

2 days ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

সমাধান দিয়ক, পত্নীৰ মাৰপিটৰ পৰা ৰক্ষা কৰক! প্ৰধানমন্ত্ৰীলৈ বিশেষ আহ্বান কিয় জনালে ব্যক্তিগৰাকীয়ে?

editor by editor
November 3, 2022
in অপৰাধ, জীৱনশৈলী, ভাৰত
0
সমাধান দিয়ক, পত্নীৰ মাৰপিটৰ পৰা ৰক্ষা কৰক! প্ৰধানমন্ত্ৰীলৈ বিশেষ আহ্বান কিয় জনালে ব্যক্তিগৰাকীয়ে?
0
SHARES
197
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সদায়ে আক্ৰমণ কৰে পত্নীয়ে। কেৱল মানসিক আক্ৰমণে নহয় শাৰীৰিকভাৱেও আক্ৰমণ কৰে। পত্নীৰ আক্ৰমণত অতীষ্ঠ হৈ প্ৰধানমন্ত্ৰী মোদীলৈ এগৰাকী ব্যক্তিয়ে টুইটযোগে প্ৰধানমন্ত্ৰীক সুধিছে, ‘এয়াই আপোনালোকৰ নাৰী শক্তি নেকি? মই মোৰ পত্নীৰ বিৰুদ্ধে গাৰ্হস্থ্য হিংসাৰ অভিযোগ দাখিল কৰিব পাৰিম নে?’ পত্নীৰ দ্বাৰা নিৰ্যাতিত হৈ এনেদৰে টুইটযোগে প্ৰধানমন্ত্ৰী মোডী, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুক প্ৰশ্ন কৰিলে বাংগালুৰুৰ এগৰাকী ব্যক্তিয়ে।

পত্নীয়ে নিয়মিতভাৱে তেওঁক মাৰপিট কৰাৰ অভিযোগ তুলি বাংগালুৰুৰ নিৱাসী যদুনন্দন আচাৰ্য নামৰ ব্যক্তিজনে টুইটযোগে বিচাৰে প্ৰধানমন্ত্ৰী আৰু আইন মন্ত্ৰীৰ সহায়।টুইটটোত ব্যক্তিজনে তেওঁৰ তেজ ওলাই থকা হাতৰ এখন ফটো শ্বেয়াৰ কৰি লিখিছে, ‘কোনোবাই মোক সহায় কৰিবনে? নে মোৰ সতে এই ঘটনা ঘটাত কোনোবাই মোক সহায় কৰিছিল? নাই, কাৰণ মই পুৰুষ!’

টুইটটোত আগলৈ তেওঁ পুনৰ লিখিছে, ‘মোৰ পত্নীয়ে মোক চুৰীৰে আক্ৰমণ কৰিছে, এয়াই নেকি আপোনালোকে আগবঢ়াই নিয়া নাৰী শক্তি? ইয়াৰ বাবে মই মোৰ পত্নীৰ বিৰুদ্ধে গাৰ্হস্থ্য হিংসাৰ গোচৰ দিব পাৰিমনে? নোৱাৰো!’ এই টুইটটোত তেওঁ প্ৰধানমন্ত্ৰী মোডী, আইন মন্ত্ৰী কিৰেণ ৰিজিজুৰ লগতে বাংগালুৰুৰ আৰক্ষী আয়ুক্ত প্ৰতাপ ৰেড্ডীক টেগ কৰিছে। এই টুইটৰ পিছতে বাংগালুৰুৰ আৰক্ষী আয়ুক্ত প্ৰতাপ ৰেড্ডীয়ে তেওঁক থানালৈ গৈ আইনী ব্যৱস্থা ল’বলৈ আৰু তেওঁৰ অভিযোগৰ সমাধান কৰিবলৈ আহ্বান জনায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা
জীৱনশৈলী

March 13, 2026
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?
জীৱনশৈলী

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

March 13, 2026
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

March 13, 2026
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
Next Post
ভুলৰ পৰাই শিক্ষা লওক! প্ৰিয়ংকা চোপ্ৰাৰ জীৱনশৈলীৰ পৰা এই পাঁচটা কথা শিকিলে আপুনিও হ’ব সফল

মোদীৰ ৰাজ্য গুজৰাটত দুই দফীয়া নিৰ্বাচন! মোদী-শ্বাহক টক্কৰ দিবলৈ সাজু কোনটো ৰাজনৈতিক দল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন