• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ অগ্নিকাণ্ড, একেলগে ছাৰখাৰ শতাধিক ঘৰ, ২ শিশুৱে হেৰুৱালে প্ৰাণ, বহু অগ্নিদ্বগ্ধ

ভয়ংকৰ অগ্নিকাণ্ড, একেলগে ছাৰখাৰ শতাধিক ঘৰ, ২ শিশুৱে হেৰুৱালে প্ৰাণ, বহু অগ্নিদ্বগ্ধ

1 year ago
চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

8 minutes ago
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

37 minutes ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

1 hour ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

2 hours ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

3 hours ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

5 hours ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

7 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

7 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

8 hours ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

20 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

21 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

ভয়ংকৰ অগ্নিকাণ্ড, একেলগে ছাৰখাৰ শতাধিক ঘৰ, ২ শিশুৱে হেৰুৱালে প্ৰাণ, বহু অগ্নিদ্বগ্ধ

editor by editor
April 27, 2025
in Uncategorized, বিবিধ, বিশ্ব, ভাৰত
0
ভয়ংকৰ অগ্নিকাণ্ড, একেলগে ছাৰখাৰ শতাধিক ঘৰ, ২ শিশুৱে হেৰুৱালে প্ৰাণ, বহু অগ্নিদ্বগ্ধ
0
SHARES
239
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভয়ংকৰ অগ্নিকাণ্ড, একেলগে ছাৰখাৰ শতাধিক ঘৰ, ২ শিশুৱে হেৰুৱালে প্ৰাণ, বহু অগ্নিদ্বগ্ধ

ৰাজধানী দিল্লীত আজি সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। যি জুইত ছাৰখাৰ হৈ পৰে ১৫০ৰো অধিক জুপুৰি ঘৰ। ঘটনাত বহু লোক অগ্নিদ্বগ্ধ হৈ পৰে। লগতে প্ৰাণ হেৰুৱাই দুটা শিশুৱে।

এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে দিল্লীৰ ৰোহিনী ছেক্টৰ ১৭ অঞ্চলত। জুপুৰি ঘৰেৰে ভৰ্তি হৈ থকা এটা বস্তি অঞ্চলত এই ব্যাপক অগ্নিকাণ্ড সংঘটিত হয়। এই ঘটনাত ১৫০টাতকৈও অধিক জুপুৰি জ্বলি ছাই হৈ পৰে।

এ এন আইৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰা অনুসৰি আজি দিনৰ ১১.৫৫ বজাত অগ্নিনিৰ্বাপক বাহিনীয়ে এই অগ্নিকাণ্ডৰ খবৰ লাভ কৰে।

এই তথ্য লাভ কৰাৰ লগে লগে ২০খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে সেই স্থানত উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা কৰে। লগতে উদ্ধাৰ কৰে দুটিকৈ শিশুৰ মৃতদেহ।

ৰোহিনী জিলাৰ ১৭ নং ছেক্টৰৰ শ্ৰীনিকেতন এপাৰ্টমেণ্টৰ সমীপত অৱস্থিত বস্তিত এক বৃহৎ অগ্নিকাণ্ড। জুই ইমানেই তীব্ৰ আছিল যে আকাশত ধোঁৱাই চানি ধৰে। বৰ্তমানে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে। আনহাতে আহত সকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Delhi FireDelhi Rohini sector 17 fire
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!
বাণিজ্য

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

August 26, 2026
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…
বিনোদন

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

August 26, 2026
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া
জীৱনশৈলী

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

August 26, 2026
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?
অসম

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

August 26, 2026
Next Post
অক্ষয় তৃতীয়াৰ পূৰ্বে নিজৰ গতি সলনি কৰিব শনিয়ে, জীৱনত বিপদ বাঢ়িব পাৰে কিছু ৰাশিৰ

অক্ষয় তৃতীয়াৰ পূৰ্বে নিজৰ গতি সলনি কৰিব শনিয়ে, জীৱনত বিপদ বাঢ়িব পাৰে কিছু ৰাশিৰ

এপলৰ ডাঙৰ সিদ্ধান্ত- চীনক বিদায়, ভাৰতৰ পৰা চলিব আইফোনৰ ব্যৱসায়

এপলৰ ডাঙৰ সিদ্ধান্ত- চীনক বিদায়, ভাৰতৰ পৰা চলিব আইফোনৰ ব্যৱসায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.