• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১১ মিনিটৰ ব্যৱধানত অহা ২টা ভূমিকম্পত কঁপি উঠিল অসম তথা উত্তৰ পূৱ, এফালে ধাৰাসাৰ বৰষুণ, আনফালে খহিল পাহাৰ

১১ মিনিটৰ ব্যৱধানত অহা ২টা ভূমিকম্পত কঁপি উঠিল অসম তথা উত্তৰ পূৱ, এফালে ধাৰাসাৰ বৰষুণ, আনফালে খহিল পাহাৰ

1 year ago
শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

ফেছ ৱাচ নহয়, এইকেইবিধ সামগ্ৰীৰে বঢ়াওক মুখৰ উজ্জ্বলতা

36 minutes ago
নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

54 minutes ago
বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?

বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?

1 hour ago
ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!

ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!

2 hours ago
২ আগষ্টৰ পৰা সলনি হ’ব ২ ৰাশিৰ ভাগ্য! ৰাহুৱে কৰিব সহায়

২ আগষ্টৰ পৰা সলনি হ’ব ২ ৰাশিৰ ভাগ্য! ৰাহুৱে কৰিব সহায়

2 hours ago
NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া

NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া

4 hours ago
বলীউডৰ তিক্ত সত্য, ধুনীয়া হ’বলৈ অভিনেত্ৰীয়ে কৰিলে অদ্ভুড কাণ্ড!

বলীউডৰ তিক্ত সত্য, ধুনীয়া হ’বলৈ অভিনেত্ৰীয়ে কৰিলে অদ্ভুড কাণ্ড!

5 hours ago
কোনবোৰ কামে ক্ৰোধিত কৰে ভগৱান শিৱক? সোমবাৰে নকৰিব ভুল!

শাওনত ভুলতো নাখাব এইবোৰ খাদ্য, পাপে চুব আপোনাক!

5 hours ago
চুলিৰ পৰা নখ কটালৈকে… শনিবাৰে এইবোৰ কাম কৰাৰ পূৰ্বে সাৱধান!

চুলিৰ পৰা নখ কটালৈকে… শনিবাৰে এইবোৰ কাম কৰাৰ পূৰ্বে সাৱধান!

6 hours ago
পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

7 hours ago
কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

8 hours ago
নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

১১ মিনিটৰ ব্যৱধানত অহা ২টা ভূমিকম্পত কঁপি উঠিল অসম তথা উত্তৰ পূৱ, এফালে ধাৰাসাৰ বৰষুণ, আনফালে খহিল পাহাৰ

editor by editor
March 18, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
১১ মিনিটৰ ব্যৱধানত অহা ২টা ভূমিকম্পত কঁপি উঠিল অসম তথা উত্তৰ পূৱ, এফালে ধাৰাসাৰ বৰষুণ, আনফালে খহিল পাহাৰ
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১১ মিনিটৰ ব্যৱধানত অহা ২টা ভূমিকম্পত কঁপি উঠিল অসম তথা উত্তৰ পূৱ, এফালে ধাৰাসাৰ বৰষুণ, আনফালে খহিল পাহাৰ

পুনৰ ভূমিকম্পত কঁপি উঠিল উত্তৰ পূৱ। আজি ১৮ মাৰ্চ তাৰিখে বিয়লি ১.০৭ বজাত আহে প্ৰথমটো ভূমিকম্প, তাৰ পাছতে ১ বাজি ১৮ মিনিটত আহে দ্বিতীয়টো ভূমিকম্প। ৰিখটাৰ স্কেল অনুসৰি এই ভূমিকম্পদুটাৰ প্ৰাবল্য ক্ৰমে ৩.৮ আৰু ৪.৮ প্ৰাবল্যৰ।

ভূমিকম্পদুটাৰ অভিকেন্দ্ৰ মণিপুৰ আৰু মণিপুৰ সীমান্তৰ ম্যানমাৰত। ১১ মিনিটৰ ব্যৱধানত অহা দুয়োটা ভূমিকম্পতে কঁপি উঠে অসম। প্ৰথমে মণিপুৰত অহা ভূমিকম্পটো সমতলৰ পৰা ১০ কিলোমিটাৰ গভীৰতা আৰু দ্বিতীয়টো ম্যানমাৰৰ ভূমিকম্পটোৰ কম্পনৰ অভিকেন্দ্ৰ সমতলৰ পৰা ১১০ কিলোমিটাৰ গভীৰতা।

দুটাকৈ ভূমিকম্পত এতিয়া পুনৰ শংকাত জনসাধাৰণ। কাৰণ এফালে ভূমিকম্প, এফালে ধাৰাসাৰ বৰষুণ। তাতে আৰু অসম-মেঘালয় সীমান্তত ভূতৰ ওপৰত দানৱ পৰা দি ভূমিস্খলন।

অসমৰ শিলচৰ বৰাক সংযোগী পথৰ মেঘালয়ৰ সোনাপুৰত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। সোনাপুৰ টাৰ্নেলৰ সম্মুখত সংঘটিত হৈছে ভয়ংকৰ এই ভূমিস্খলনৰ ঘটনা। নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰৰ পৰা শিল আৰু মাটিৰ এক বৃহৎ অংশ খহি আহি পৰে ৰাজপথত। ফলত পথচোৱাত বন্ধ হৈ পৰে যাতায়াত। পথৰ দুয়ো পাৰে আবদ্ধ হৈ পৰে শ শ বাহন । পথ মুকলিৰ বাবে যুদ্ধকালীন তৎপৰতাত কাম কৰিছে মেঘালয় প্ৰশাসনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: earthquakeHeavy Rainlandslide
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা
বিনোদন

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

July 17, 2026
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য
অসম

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

July 16, 2026
NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন
অসম

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

July 13, 2026
গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!
অসম

গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

July 13, 2026
Next Post
কেইঘণ্টামান পাছতে ধৰাত ভৰি দিব সুনীতা আৰু সতীৰ্থই, ক’ত কিদৰে চাব পাৰিব লাইভ

কেইঘণ্টামান পাছতে ধৰাত ভৰি দিব সুনীতা আৰু সতীৰ্থই, ক'ত কিদৰে চাব পাৰিব লাইভ

এই ৪ ৰাশিৰ কন্যাই সদায়ে বিচাৰে স্বাধীনতা, তালিকাত কি কি ৰাশি ?

এই ৪ ৰাশিৰ কন্যাই সদায়ে বিচাৰে স্বাধীনতা, তালিকাত কি কি ৰাশি ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.