• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেইঘণ্টামান পাছতে ধৰাত ভৰি দিব সুনীতা আৰু সতীৰ্থই, ক’ত কিদৰে চাব পাৰিব লাইভ

কেইঘণ্টামান পাছতে ধৰাত ভৰি দিব সুনীতা আৰু সতীৰ্থই, ক’ত কিদৰে চাব পাৰিব লাইভ

2 years ago
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

11 hours ago
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

12 hours ago
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

13 hours ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

13 hours ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

14 hours ago
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

14 hours ago
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

15 hours ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

16 hours ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

17 hours ago
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

17 hours ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

19 hours ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেইঘণ্টামান পাছতে ধৰাত ভৰি দিব সুনীতা আৰু সতীৰ্থই, ক’ত কিদৰে চাব পাৰিব লাইভ

editor by editor
March 18, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
কেইঘণ্টামান পাছতে ধৰাত ভৰি দিব সুনীতা আৰু সতীৰ্থই, ক’ত কিদৰে চাব পাৰিব লাইভ
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেইঘণ্টামান পাছতে ধৰাত ভৰি দিব সুনীতা আৰু সতীৰ্থই, ক’ত কিদৰে চাব পাৰিব লাইভ

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ৯ মাহ কটোৱাৰ পিছত অৱশেষত পৃথিৱীলৈ উভতি আহি আছে নাছাৰ মহাকাশচাৰী ভাৰতীয় মূলৰ সুনীতা উইলিয়ামছ আৰু তেখেতৰ সতীৰ্থ বুচ উইলম’ৰ। ক্ৰু-৯ৰ সদস্য মহাকাশচাৰী নিক হেগ আৰু মহাকাশচাৰী আলেকজেণ্ডাৰ গৰ্বুনভৰ সৈতে পৃথিৱীলৈ উভতি আহিব সুনীতা উইলিয়ামছ আৰু বুচ উইলমৰে।

এ এফ পিৰ প্ৰতিবেদন অনুসৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত আবদ্ধ মহাকাশচাৰীসকলৰ সৈতে স্পেচএক্সৰ কেপচুল ক্ৰু-৯ উভতনি যাত্ৰা কৰিছে।

আমেৰিকাৰ মহাকাশ সংস্থা নাছাই সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰৰ পৃথিৱীত অৱতৰণৰ তাৰিখ, সময় আৰু স্থান নিশ্চিত কৰিছে। মহাকাশচাৰীসকলৰ পৃথিৱীলৈ উভতি অহা উৰণৰ লাইভ কভাৰেজো নাছাই দেখুৱাবলৈ প্ৰস্তুতি চলাইছে।

সংস্থাটোৰ বিনামূলীয়া ষ্ট্ৰীমিং প্লেটফৰ্ম নাছা+ (পূৰ্বতে নাছা টিভি)ত এই লাইভষ্ট্ৰিম প্ৰদৰ্শন কৰা হ’ব। ইয়াৰ উপৰিও ইয়াক plus.nasa.gov ত সকলোৰে বাবে বিনামূলীয়াকৈ উপলব্ধ কৰা হ’ব ।

ইয়াৰ উপৰিও মহাকাশ সংস্থাটোৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স, ফেচবুক, ইউটিউব আৰু টুইচত নাছাৰ প্ৰগ্ৰেমিং উপলব্ধ। নাছাৰ প্ৰগ্ৰেমিং তৃতীয় পক্ষৰ সেৱা যেনে ৰ’কু, হুলু, ডাইৰেক্ট টিভি, ডিচ নেটৱৰ্ক, গুগল ফাইবাৰ, এমাজন ফায়াৰ টিভি আৰু এপল টিভিৰ জৰিয়তেও উপলব্ধ হব।

ভাৰতীয় সময় অনুসৰি
১৯ মাৰ্চ (বুধবাৰ) – মাজ নিশা ২:১৫ বজাত – নাছা+ত ৰিটাৰ্ণ কভাৰেজ আৰম্ভ
১৯ মাৰ্চ (বুধবাৰ) – মাজ নিশা ২:৪১ বজাত (প্ৰায়) – ডিঅৰ্বিট বাৰ্ন (আনুমানিক সময়)
১৯ মাৰ্চ (বুধবাৰ) – মাজ নিশা ৩:২৭ বজাত (প্ৰায়) – স্প্লেছডাউন (আনুমানিক সময়)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian Origin Sunita WilliamsNASANasa SpaceSpace XSunita william returnSunita Williams
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!
অসম

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

September 24, 2026
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?
প্ৰযুক্তি

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

September 24, 2026
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ
ভাৰত

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

September 24, 2026
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ
বিনোদন

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

September 24, 2026
Next Post
এই ৪ ৰাশিৰ কন্যাই সদায়ে বিচাৰে স্বাধীনতা, তালিকাত কি কি ৰাশি ?

এই ৪ ৰাশিৰ কন্যাই সদায়ে বিচাৰে স্বাধীনতা, তালিকাত কি কি ৰাশি ?

মহাকাশৰ পৰা অহাৰ পাছত ভাৰতলৈ আহিব সুনীতা, মোদীয়ে লিখিলে বিশেষ চিঠি

মহাকাশৰ পৰা অহাৰ পাছত ভাৰতলৈ আহিব সুনীতা, মোদীয়ে লিখিলে বিশেষ চিঠি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.