• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গণৰাজ্য দিৱসৰ দিনাই নিৰাপত্তাৰক্ষীক গুলীয়াই পলাল দুই সন্ত্ৰাসবাদী

গণৰাজ্য দিৱসৰ দিনাই নিৰাপত্তাৰক্ষীক গুলীয়াই পলাল দুই সন্ত্ৰাসবাদী

5 years ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

3 minutes ago
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

1 hour ago
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

1 hour ago
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

2 hours ago
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

3 hours ago
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

3 hours ago
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

4 hours ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

5 hours ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

5 hours ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

6 hours ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

7 hours ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

গণৰাজ্য দিৱসৰ দিনাই নিৰাপত্তাৰক্ষীক গুলীয়াই পলাল দুই সন্ত্ৰাসবাদী

editor by editor
January 27, 2022
in অপৰাধ, অসম, ভাৰত
0
গণৰাজ্য দিৱসৰ দিনাই নিৰাপত্তাৰক্ষীক গুলীয়াই পলাল দুই সন্ত্ৰাসবাদী
0
SHARES
73
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ ৭৩ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰি থকাৰ সময়তে বুধবাৰে জন্মু আৰু কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ চকুৰ সন্মুখৰ পৰা পলায়ন কৰে দুগৰাকীকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী৷

 

ঘটনাৰ বিৱৰণীৰ মতে বুধবাৰে নিশা দক্ষিণ কাশ্মীৰৰ শ্ব’পিয়ান এলেকাত নিৰাপত্তাৰক্ষী আৰু দুজনীয়া সন্ত্ৰাসবাদী গোট এটাৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয় আৰু দুগৰাকী নিৰাপত্তাৰক্ষীক গুলীয়াই আহত কৰি পলায়ন কৰে দুই সন্ত্ৰাসবাদীয়ে৷

 

আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে সংবাদ মাধ্যমক জনোৱা অনুসৰি বুধবাৰে সন্ধিয়া নিৰাপত্তাৰক্ষীয়ে নগ্ৰাম এলেকাত দুগৰাকী সন্ত্ৰাসবাদীৰ আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰে৷

 

সেই খবৰ লাভ কৰিয়ে নিৰাপত্তাৰক্ষীৰ এটা দলে সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান আৰম্ভ কৰে আৰু নিশা এজন বিদেশী সন্ত্ৰাসবাদীসহ দুগৰাকী সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত অতৰ্কিতে আক্ৰমণ কৰে৷ ইয়াৰ প্ৰত্যুত্তৰ নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদী দুগৰাকীলৈ লক্ষ্য কৰি গুলী বৰ্ষণ কৰে৷

 

কিন্তু আন্ধাৰৰ সুযোগ লৈ দুয়োগৰাকী সন্ত্ৰাসবাদীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ ইফালে আহত দুই জোৱানক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24indian armyjammu-kashmirmilitantsmilitants escape
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’
অসম

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

October 18, 2026
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!
অসম

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

October 18, 2026
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই
বিনোদন

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

October 18, 2026
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ
অসম

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

October 18, 2026
Next Post
অসম কেবিনেটৰ সিদ্ধান্ত : হ্ৰাস কৰা হ’ল মুখ্যমন্ত্ৰী কনভয়ৰ বাহনৰ সংখ্যা

অসম কেবিনেটৰ সিদ্ধান্ত : হ্ৰাস কৰা হ’ল মুখ্যমন্ত্ৰী কনভয়ৰ বাহনৰ সংখ্যা

১৯৭১ৰ পনৰাবৃত্তি!  যোগীক পৰাস্ত কৰি ইতিহাস ৰচিব নেকি চন্দ্ৰশেখৰ আজাদে?

১৯৭১ৰ পনৰাবৃত্তি! যোগীক পৰাস্ত কৰি ইতিহাস ৰচিব নেকি চন্দ্ৰশেখৰ আজাদে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.