• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৯৭১ৰ পনৰাবৃত্তি!  যোগীক পৰাস্ত কৰি ইতিহাস ৰচিব নেকি চন্দ্ৰশেখৰ আজাদে?

১৯৭১ৰ পনৰাবৃত্তি! যোগীক পৰাস্ত কৰি ইতিহাস ৰচিব নেকি চন্দ্ৰশেখৰ আজাদে?

5 years ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

6 minutes ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

59 minutes ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

2 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

4 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

4 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

6 hours ago
মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

7 hours ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবল প্ৰশিক্ষক ৰুনীৰ সম্পত্তিৰ পৰিমান কিমান জানেনে?

বিশ্বৰ আটাইতকৈ ধনী ফুটবল প্ৰশিক্ষক ৰুনীৰ সম্পত্তিৰ পৰিমান কিমান জানেনে?

7 hours ago
কেতিয়া আহিব ‘মুন্নাভাই-৩’? আৰ্শ্বাদ ৱাৰ্ছীয়ে দিলে ইংগিত

কেতিয়া আহিব ‘মুন্নাভাই-৩’? আৰ্শ্বাদ ৱাৰ্ছীয়ে দিলে ইংগিত

7 hours ago
বাক্সাৰ জিলাৰ ২ ভণ্ড শিক্ষকৰ কু-কাণ্ড! অষ্টম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন কৰি ভিডিঅ’ প্ৰস্তুত

বাক্সাৰ জিলাৰ ২ ভণ্ড শিক্ষকৰ কু-কাণ্ড! অষ্টম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন কৰি ভিডিঅ’ প্ৰস্তুত

8 hours ago
নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!

নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!

9 hours ago
পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

১৯৭১ৰ পনৰাবৃত্তি! যোগীক পৰাস্ত কৰি ইতিহাস ৰচিব নেকি চন্দ্ৰশেখৰ আজাদে?

editor by editor
January 27, 2022
in অসম, ভাৰত, ৰাজনীতি
0
১৯৭১ৰ পনৰাবৃত্তি!  যোগীক পৰাস্ত কৰি ইতিহাস ৰচিব নেকি চন্দ্ৰশেখৰ আজাদে?
0
SHARES
234
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ৰাজনৈতিক দলৰ মাজত অব্যাহত থকা আগন্তুক উত্তৰ প্ৰদেশ বিধানসভাৰ নিৰ্বাচনকেন্দ্ৰিক বাক-যুদ্ধই শীৰ্ষত আৰোহণ কৰিছে৷

কোভিড পৰিস্থিতিৰ বাবে নিৰ্বাচন আয়োগে ৰাজহুৱা নিৰ্বাচনী সভা নিষিদ্ধ কৰাৰ ফলত সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ যোগেদিয়ে এই বাক-যুদ্ধ অব্যাহত ৰাখিছে ৰাজনৈতিক দলৰ নেতাসকলে৷

এই ৰাজনৈতিক আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত ৰাখি সংবাদ সংস্থা পিটিআইৰ আগত পুনৰ এবাৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক আক্ৰমণ কৰিছে গৌৰখপুৰৰ বিধানসভাৰ যোগীৰ প্ৰতিদ্বন্দ্বী চনদ্ৰশেখৰ আজাদে৷

সংবাদ সংস্থাটোৰ আগত আজাদে কয় যে গৌৰখপুৰ সমষ্টিবাসীয়ে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক পৰাস্ত কৰি ১৯৭১ চনৰ ইতিহাস পুনৰাবৃত্তি কৰিব৷ স্মৰ্তব্য যে ১৯৭১ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত তেতিয়াৰ মুখ্যমন্ত্ৰী টি এন সিঙক গৌৰখপুৰৰ ভোটাৰে পৰাস্ত কৰিছিল৷

এইবাৰ নিৰ্বাচনত গৌৰখপুৰ সমষ্টিত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰা চন্দ্ৰশেখৰ আজাদে যোৱা পাঁচটা বছৰে যোগীয়ে উত্তৰ প্ৰদেশখন ধ্বংস কৰা বুলিও গুৰুতৰ অভিযোগ তোলে৷

আনহাতে, সমাজবাদী পাৰ্টিকো তীব্ৰ সমালচোনা কৰিছে আদাজে৷ আজাদে  কয় যে তেওঁৰ দলে বিজেপিৰ বিৰুদ্ধে বিৰোধী শক্তি ঐক্যৱদ্ধ কৰি মৰ্চা গঠনৰ পোষকতা কৰিছিল৷ কিন্তু সমাজবাদী পাৰ্টিৰ প্ৰধান অখিলেশ সিং যাদৱে এই মিত্ৰতা কৰাৰ ক্ষেত্ৰত কোনো আগ্ৰহ প্ৰকাশ নকৰিলে৷

ইফালে সমাজবাদী পাৰ্টিয়ে আজাদৰ দলে নিৰ্বাচনত ভোট বিভাজন কৰোৱাই বিজেপিক সহায় কৰিব বুলি কৰা অভিযোগ খণ্ডন কৰিছে চন্দ্ৰশেখৰ আজাদে৷ নিৰ্বাচনকলৈ অত্যন্ত আত্মবিশ্বাসী হৈ থকা আজাদে আগন্তুক নিৰ্বাচনত যোগী আদিত্যনাথ পৰাস্ত হ’ব বুলিও দাবী কৰিছে৷

‘‘মই তেওঁ(যোগী)ক পৰাস্ত কৰিম৷ ইয়াৰ বাবে ঐক্যৱদ্ধ শক্তিৰ প্ৰয়োজন হ’ব আৰু আমি তাক কৰি দেখুওৱাম৷’’ আজাদে কয়৷

দুৰ্নীতি, কোভিড নিয়ন্ত্ৰণত ব্যৰ্থতা, নিবনুৱা সংস্থাপনত ব্যৰ্থতা, নাৰী সুৰক্ষাত ব্যৰ্থতা, আইন শৃংখলাত নিয়ন্ত্ৰণত ব্যৰ্থতা আদিৰ বাবেই যোগীৰ পতন হ’ব বুলি দাবী কৰিছে আজাদে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Chandra Sekhar Azadup electionUP election 2022yogi adityanath
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে
ভাৰত

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

September 5, 2026
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…
ভাৰত

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

September 5, 2026
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত
ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

September 5, 2026
কেতিয়া আহিব ‘মুন্নাভাই-৩’? আৰ্শ্বাদ ৱাৰ্ছীয়ে দিলে ইংগিত
বিনোদন

কেতিয়া আহিব ‘মুন্নাভাই-৩’? আৰ্শ্বাদ ৱাৰ্ছীয়ে দিলে ইংগিত

September 5, 2026
Next Post
মেদবহুলতাইও সুগম কৰিব পাৰে উপাৰ্জনৰ পথ… নিজকে আশীৰ্বাদ বুলি গ্ৰহণ কৰক

মেদবহুলতাইও সুগম কৰিব পাৰে উপাৰ্জনৰ পথ… নিজকে আশীৰ্বাদ বুলি গ্ৰহণ কৰক

১২৯ টা সন্তানৰ পিতৃ কোন এই জ’নছ? কেনেকৈ হ’ল ১২৯ টা সন্তানৰ পিতৃ তেওঁ?

১২৯ টা সন্তানৰ পিতৃ কোন এই জ’নছ? কেনেকৈ হ’ল ১২৯ টা সন্তানৰ পিতৃ তেওঁ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.