• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১২৯ টা সন্তানৰ পিতৃ কোন এই জ’নছ? কেনেকৈ হ’ল ১২৯ টা সন্তানৰ পিতৃ তেওঁ?

১২৯ টা সন্তানৰ পিতৃ কোন এই জ’নছ? কেনেকৈ হ’ল ১২৯ টা সন্তানৰ পিতৃ তেওঁ?

4 months ago
শ্ৰীলংকাৰ পিছতে পাল পাকিস্তানৰ! ইয়াৰ পিছত পাল কোন কোন ৰাষ্ট্ৰৰ?

শ্ৰীলংকাৰ পিছতে পাল পাকিস্তানৰ! ইয়াৰ পিছত পাল কোন কোন ৰাষ্ট্ৰৰ?

2 hours ago
বিবাহৰ উপহাৰ বিস্ফোৰণ, আহত ভতিজাসহ নৱবিবাহিত দৰা

বিবাহৰ উপহাৰ বিস্ফোৰণ, আহত ভতিজাসহ নৱবিবাহিত দৰা

3 hours ago
অন্য যুৱকেৰে প্ৰেমিকাৰ বন্ধুত্ব! ব্লেডেৰ কাটি প্ৰেমিকাক হত্যা প্ৰেমিকৰ

অন্য যুৱকেৰে প্ৰেমিকাৰ বন্ধুত্ব! ব্লেডেৰ কাটি প্ৰেমিকাক হত্যা প্ৰেমিকৰ

4 hours ago
বুকুৰ ওপৰৰ অংশ উন্মুক্ত! লণ্ডনৰ ৰাজপথত এয়া কি কৰিলে অভিনেত্ৰী হিনাই?

বুকুৰ ওপৰৰ অংশ উন্মুক্ত! লণ্ডনৰ ৰাজপথত এয়া কি কৰিলে অভিনেত্ৰী হিনাই?

4 hours ago
পঞ্চাশোৰ্ধৰ মহিলাৰ যৌনতা হ্ৰাস পাই নেকি? অধ্যয়নে কি কয়?

পঞ্চাশোৰ্ধৰ মহিলাৰ যৌনতা হ্ৰাস পাই নেকি? অধ্যয়নে কি কয়?

5 hours ago
ভাৰতৰ কাষত থিয় দিলে চিৰবৈৰী চীনে! কিন্তু কিয় ভাৰতক সমৰ্থন চীনৰ?

ভাৰতৰ কাষত থিয় দিলে চিৰবৈৰী চীনে! কিন্তু কিয় ভাৰতক সমৰ্থন চীনৰ?

6 hours ago
সাৱধান! জলপ্ৰপাতত ফটো তুলি থাকোতে ৫০ ফুট তললৈ পৰি মৃত্যু সুন্দৰী যুৱতী পৰ্যটকৰ

সাৱধান! জলপ্ৰপাতত ফটো তুলি থাকোতে ৫০ ফুট তললৈ পৰি মৃত্যু সুন্দৰী যুৱতী পৰ্যটকৰ

7 hours ago
যৌন সংগমৰ সময়ত মাত্ৰাধিক চিঞৰ বাখৰ এহাল দম্পতীৰ, প্ৰতিবেশীয়ে তৰিলে গোচৰ!

যৌন সংগমৰ সময়ত মাত্ৰাধিক চিঞৰ বাখৰ এহাল দম্পতীৰ, প্ৰতিবেশীয়ে তৰিলে গোচৰ!

8 hours ago
জঘন্য কাণ্ড! গৰু পোৱালিক ধৰ্ষণ কৰি  ত্ৰিপুৰাত গ্ৰেপ্তাৰ হ’ল অসমৰ যুৱক

জঘন্য কাণ্ড! গৰু পোৱালিক ধৰ্ষণ কৰি ত্ৰিপুৰাত গ্ৰেপ্তাৰ হ’ল অসমৰ যুৱক

9 hours ago
আৰ্ত শিশুৰ বাবে ১১৮ লিটাৰ মাতৃদুগ্ধ বিক্ৰী এগৰাকী মাতৃৰ

আৰ্ত শিশুৰ বাবে ১১৮ লিটাৰ মাতৃদুগ্ধ বিক্ৰী এগৰাকী মাতৃৰ

1 day ago
যুৱতীলৈ মেছেজ যুৱকৰ! উলংগ কৰি গাঁৱত ঘূৰাই ঘূৰাই দিয়া হ’ল যুৱকক শাস্তি

যুৱতীলৈ মেছেজ যুৱকৰ! উলংগ কৰি গাঁৱত ঘূৰাই ঘূৰাই দিয়া হ’ল যুৱকক শাস্তি

1 day ago
জাৰ্মান পৰ্যটকসহ এগৰাকী ব্ৰিটিছ ভূতত্ত্ববিদক মৃত্যুদণ্ড ইৰাকত, কিন্তু কিয়?

জাৰ্মান পৰ্যটকসহ এগৰাকী ব্ৰিটিছ ভূতত্ত্ববিদক মৃত্যুদণ্ড ইৰাকত, কিন্তু কিয়?

1 day ago
  • About
  • Advertise
  • Careers
Wednesday, May 18, 2022
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

১২৯ টা সন্তানৰ পিতৃ কোন এই জ’নছ? কেনেকৈ হ’ল ১২৯ টা সন্তানৰ পিতৃ তেওঁ?

editor by editor
January 27, 2022
in অসম, বিশ্ব, ভাৰত
0
১২৯ টা সন্তানৰ পিতৃ কোন এই জ’নছ? কেনেকৈ হ’ল ১২৯ টা সন্তানৰ পিতৃ তেওঁ?
0
SHARES
104
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম  লাইভ ২৪ঃ ৬৬ বছৰীয়া এজন বৃদ্ধই কৰা দাবীয়ে বিশ্ব সংবাদ মাধ্যমত বিশেষ চৰ্চা লাভ কৰা দেখা গৈছে৷ পেচাত অংকৰ মাষ্টৰ লোকজনে দাবী কৰিছে যে তেওঁ ১২৯ গৰাকী সন্তানৰ পিতৃ৷ ইয়াৰ পিছতে বিশ্ব সংবাদ মাধ্যমৰ চৰ্চাত আছে ব্যক্তিগৰাকী৷

 

ব্যক্তিগৰাকীৰ নাম হৈছে ক্লাইভ জ’নছ৷ এই জ’নছ পেচাত অংক মাষ্টৰ আছিল যদিও তেওঁ নিয়মিতভাৱে বীৰ্যদান কৰি সংবাদ মাধ্যমৰ চৰ্চালৈ আহিছে ৷

 

নিজকে বিশ্বৰ আটাইতকৈ শক্তিশালী বীৰ্যদাতা বুলি দাবী কৰা লোকজনে এতিয়ালৈক ১২৯ গৰাকী সন্তানৰ পিতৃত্ব অৰ্জন কৰা বিপৰীতে অতি শীঘ্ৰেই আৰু ৯ টা সন্তানৰো পিতৃ হ’ব৷  ইংলেণ্ডৰ আগশাৰীৰ সংবাদপত্ৰ ডেইলী মেইলত জ’নছে কৰা এই দাবীৰ পাছতে খলকনি লাগিছে।

 

জ’নছে বীৰ্যদানহে কৰি আহিছে, ধনৰ বিনিময়ত বীৰ্য বিক্ৰী কৰা নাই বুলিও দাবী কৰিছে জ’নছে৷

 

ডেইলী মেইলত প্ৰকাশ পোৱা মতে, জ’নছে ফেচবুক যোগে যোগাযোগ কৰি বিনামূলীয়াকৈ এই বীৰ্য দান কৰি আহিছে। যোৱা এক দশক ধৰি এই সেৱাত জড়িত হৈ আছে জ’নছ। তেওঁ এই সেৱা আৰু কেইবাবছৰলৈও কৰি যাবলৈ ইচ্ছুক বুলিও জনাইছে।

 

জন’ছে মুঠ ১৫০ টাকৈ সন্তানৰ পিতৃ হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰি লোৱা বুলি প্ৰকাশ কৰিছে৷ প্ৰতি মাহে তেওঁলৈ বিশ্বৰ কেইবাটাও পৰিয়ালে যোগাযোগ কৰে বুলি তেওঁ সাংবাদিকক জনোৱা জ’নছে যোৱা ৯ বছৰ ধৰি মানুহৰ সুখৰ বাবেই এই কাম কৰি যাবলৈ উদ্গনি লাভ কৰিছে।

 

আনহাতে, বীৰ্য দানেৰে ১২৯ টা সন্তানৰ পিতৃ হোৱা জ’নছৰ নিজৰ পত্নীৰ ফালৰো তিনিটা সন্তান আছে৷

 

ইফালে বীৰ্য দানেৰে নিজকে সন্তানহীন দম্পতিসকলক সহায় কৰি অহা বুলি দাবী কৰি আহিলেও ইংলেণ্ডৰ চিকিৎসা সংস্থাসমূহৰ ৰোষত পৰিছে জ’নছে। দেশখনৰ Human Fertilisation and Embryology Authorityএ ক্লাইভ জ’নছলৈ এক জাননী জাৰি কৰিছে।

 

জাননীখনত কোৱা হৈছে যে বীৰ্যদান কৰাৰ সময়ত যাতে তেওঁ এখন অনুজ্ঞাপ্ৰাপ্ত ক্লিনিকত ভালদৰে পৰীক্ষা কৰি লয়। অন্যথা বীৰ্যদান সম্পৰ্কীয় আইনসমূহ ভংগ কৰাৰ সম্ভাৱনাই দেখা দিব পাৰে। আৰু তেনে হ’লে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থাও লোৱা হ’ব পাৰে!

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শ্ৰীলংকাৰ পিছতে পাল পাকিস্তানৰ! ইয়াৰ পিছত পাল কোন কোন ৰাষ্ট্ৰৰ?
ভাৰত

শ্ৰীলংকাৰ পিছতে পাল পাকিস্তানৰ! ইয়াৰ পিছত পাল কোন কোন ৰাষ্ট্ৰৰ?

May 18, 2022
বিবাহৰ উপহাৰ বিস্ফোৰণ, আহত ভতিজাসহ নৱবিবাহিত দৰা
ভাৰত

বিবাহৰ উপহাৰ বিস্ফোৰণ, আহত ভতিজাসহ নৱবিবাহিত দৰা

May 18, 2022
অন্য যুৱকেৰে প্ৰেমিকাৰ বন্ধুত্ব! ব্লেডেৰ কাটি প্ৰেমিকাক হত্যা প্ৰেমিকৰ
ভাৰত

অন্য যুৱকেৰে প্ৰেমিকাৰ বন্ধুত্ব! ব্লেডেৰ কাটি প্ৰেমিকাক হত্যা প্ৰেমিকৰ

May 18, 2022
ভাৰতৰ কাষত থিয় দিলে চিৰবৈৰী চীনে! কিন্তু কিয় ভাৰতক সমৰ্থন চীনৰ?
ৰাজনীতি

ভাৰতৰ কাষত থিয় দিলে চিৰবৈৰী চীনে! কিন্তু কিয় ভাৰতক সমৰ্থন চীনৰ?

May 18, 2022
Next Post
কবি প্ৰণৱ কুমাৰ বৰ্মনে নিৰ্মাণ কৰিব অসমীয়া ছবি : ১৪ ফেব্ৰুৱাৰিত শুভ মহূৰত

কবি প্ৰণৱ কুমাৰ বৰ্মনে নিৰ্মাণ কৰিব অসমীয়া ছবি : ১৪ ফেব্ৰুৱাৰিত শুভ মহূৰত

টোপনিহীনতাত ভুগিছে নেকি? মাত্ৰ ৬০ ছেকেণ্ডতে কেনেকৈ টোপনিত ঢলি পৰিব?

টোপনিহীনতাত ভুগিছে নেকি? মাত্ৰ ৬০ ছেকেণ্ডতে কেনেকৈ টোপনিত ঢলি পৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: [email protected]

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.