• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কবি প্ৰণৱ কুমাৰ বৰ্মনে নিৰ্মাণ কৰিব অসমীয়া ছবি : ১৪ ফেব্ৰুৱাৰিত শুভ মহূৰত

কবি প্ৰণৱ কুমাৰ বৰ্মনে নিৰ্মাণ কৰিব অসমীয়া ছবি : ১৪ ফেব্ৰুৱাৰিত শুভ মহূৰত

4 years ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

6 minutes ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

40 minutes ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

1 hour ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

2 hours ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

14 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

14 hours ago
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

14 hours ago
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

15 hours ago
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

16 hours ago
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

18 hours ago
১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

18 hours ago
গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

কবি প্ৰণৱ কুমাৰ বৰ্মনে নিৰ্মাণ কৰিব অসমীয়া ছবি : ১৪ ফেব্ৰুৱাৰিত শুভ মহূৰত

editor by editor
January 27, 2022
in অসম, চিনেমা, বিনোদন
0
কবি প্ৰণৱ কুমাৰ বৰ্মনে নিৰ্মাণ কৰিব অসমীয়া ছবি : ১৪ ফেব্ৰুৱাৰিত শুভ মহূৰত
0
SHARES
433
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ অসমীয়া কাব্যজগতৰ জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনে এইবাৰ নিৰ্মাণ কৰিব অসমীয়া ছবি৷ ইতিমধ্যে জনপ্ৰিয় কবিগৰাকীয়ে ছবি নিৰ্মাণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে৷

কবি প্ৰণৱ কুমাৰ বৰ্মনে অসমীয়া কাব্যজগত বিপুল জনপ্ৰিয়তা লাভ কৰা তেওঁৰ নিজৰে কবিতা সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ শীৰ্ষক কবিতাটো আধাৰত নিৰ্মাণ কৰিব এখন অসমীয়া চলচ্ছিত্ৰ৷

ভৰলুমুখস্থিত বনজ্যোতি কৌণ্ডল্য প্ৰডাকচনৰ বেনাৰত বনজ্যোতি কৌণ্ডিল্যৰ প্ৰযোজনাত নিৰ্মাণ হ’ব লগীয়া অসমীয়া এই চলচ্ছিত্ৰখন পৰিচালনা কৰিব কবি প্ৰণৱ কুমাৰ বৰ্মনে নিজেই৷

ইতিমধ্যে কবি বৰ্মনে কবিতাটোৰ চিত্ৰনাট্য প্ৰস্তুত কৰি তুলিছে৷ অহা ১৪ ফেব্ৰুৱাৰী অৰ্থাৎ ভেলেণ্টাইন দে দিনাই  শুভমহূৰত কৰা হ’ব৷ ইয়াৰ পিছতে ছবিখনৰ পৰ্যায়ক্ৰমে গুৱাহাটী, মাজুলী, গোৱালপাৰা, গ্ৰাছলেণ্ড, পাছিঘাট আদিৰ মনোমোহা লোকেচনত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হ’ব৷

বিজয় প্ৰকাশ, বসন্ত নিবিৰ আৰু মিনিমিয়ে সংগীত পৰিচালনা কৰিবলগীয়া ছবিখনৰ গীতসমূহত কণ্ঠ কৰিব জনপ্ৰিয় কণ্ঠশিল্পী জুবনি গাৰ্গ, বসন্ত নিবিৰ, অমৃতপ্ৰভা, সূৰ্যপ্ৰকাশ আৰু মিনিমিয়ে৷

ছবিখনত বিশিষ্ট অভিনেতা তপন দাস, উপকূল বৰদলৈ, মাধুৰিমা চৌধুৰী, লনীশ্ৰী, হিৰণ্য ডেকা আদিয়ে বিভিন্ন চৰিত্ৰত অভিনয় কৰিব৷

ইফালে ছবিখনত অভিয়নৰ বাবে কিছুসংখ্যক নৱাগত অভিনেতা/অভিনেত্ৰীও সন্ধান কৰিছে প্ৰযোজক আৰু পৰিচালকে৷

নৱাগত অভিনয় শিল্পীসকলক অডিচনৰ যোগে নিৰ্বাচিত কৰা হ’ব বুলি প্ৰকাশ কৰিছে প্ৰযোজনা সংস্থাটোৱে৷

প্ৰযোজনা সংস্থাটোৱে ইচ্ছুক অভিনেতা/অভিনেত্ৰীসকলক কেইখন মান ফুল চাইজ ফ’টো আৰু বায়’ডাটা ৯৮৬৪৩৫২৫৭৫ আৰু ৬৯০০২০২৮৮১ নম্বৰত হোৱাটছএপ কৰি প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24assamese filmaxom live 24Pranab kumar Barman
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?
বিনোদন

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

July 14, 2026
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?
বিনোদন

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

July 13, 2026
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’
বিনোদন

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

July 13, 2026
গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!
বিনোদন

গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

July 13, 2026
Next Post
টোপনিহীনতাত ভুগিছে নেকি? মাত্ৰ ৬০ ছেকেণ্ডতে কেনেকৈ টোপনিত ঢলি পৰিব?

টোপনিহীনতাত ভুগিছে নেকি? মাত্ৰ ৬০ ছেকেণ্ডতে কেনেকৈ টোপনিত ঢলি পৰিব?

মহানগৰীৰ ৰাজপথত আৰক্ষীৰ তাণ্ডৱ : প্ৰতিবাদকাৰীৰ ওপৰত পৰিল জঁপিয়াই আৰক্ষী

মহানগৰীৰ ৰাজপথত আৰক্ষীৰ তাণ্ডৱ : প্ৰতিবাদকাৰীৰ ওপৰত পৰিল জঁপিয়াই আৰক্ষী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.