'CAA লৈ অপপ্ৰচাৰ কৰা হৈছিল। মই আৱেগিক হৈ সিদ্ধান্ত লৈছিলো। অতীততো মই বিজেপি, বৰ্তমানো বিজেপি আৰু ভৱিষ্যতলৈও বিজেপি হৈ থাকিম।' U turn যতীন বৰাৰ।