• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ওৱেটাৰ ঋষিয়ে কেনেকৈ বিবাহৰ প্ৰস্তাৱ দিছিল ইনফ’ছিছৰ স্বত্বাধিকাৰী নাৰায়নমূৰ্তীৰ কন্যাক? অক্ষতাৰ সম্পত্তিৰ তালিকাই ৰাণী এলিজাবেথকো চেৰ পেলায়

ওৱেটাৰ ঋষিয়ে কেনেকৈ বিবাহৰ প্ৰস্তাৱ দিছিল ইনফ’ছিছৰ স্বত্বাধিকাৰী নাৰায়নমূৰ্তীৰ কন্যাক? অক্ষতাৰ সম্পত্তিৰ তালিকাই ৰাণী এলিজাবেথকো চেৰ পেলায়

3 years ago
সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

16 minutes ago
আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

1 hour ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

2 hours ago
ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

3 hours ago
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

3 hours ago
কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

4 hours ago
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

5 hours ago
Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

6 hours ago
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

7 hours ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

16 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

17 hours ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ওৱেটাৰ ঋষিয়ে কেনেকৈ বিবাহৰ প্ৰস্তাৱ দিছিল ইনফ’ছিছৰ স্বত্বাধিকাৰী নাৰায়নমূৰ্তীৰ কন্যাক? অক্ষতাৰ সম্পত্তিৰ তালিকাই ৰাণী এলিজাবেথকো চেৰ পেলায়

editor by editor
September 10, 2023
in জীৱনশৈলী, বাণিজ্য, বিশ্ব, ভাৰত
0
ওৱেটাৰ ঋষিয়ে কেনেকৈ বিবাহৰ প্ৰস্তাৱ দিছিল ইনফ’ছিছৰ স্বত্বাধিকাৰী নাৰায়নমূৰ্তীৰ কন্যাক? অক্ষতাৰ সম্পত্তিৰ তালিকাই ৰাণী এলিজাবেথকো চেৰ পেলায়
0
SHARES
15.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰতত এতিয়া ঋষি ছুনাকৰ চৰ্চা। ব্ৰিটেইনত ভাৰতীয়মূলৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী ঋষি ছুনাক৷ ব্ৰিটেইনৰ ইতিহাসত সৰ্বকনিষ্ঠ প্ৰধানমন্ত্ৰীও ঋষি ছুনাক৷ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ শাসনৰ দায়িত্বত থকা ঋষিৰ ব্যক্তিগত জীৱনৰ বিষয়সমূহো চৰ্চালৈ আহিছে৷ ভাৰতলৈ আহিয়েই সনাতন ধৰ্মক প্ৰশংসা কৰাক লৈ শিৰোনাম দখল কৰিছে ঋষি ছুনাকে। ঋষি ছুনাকৰ পত্নী অক্ষতা মূৰ্তীকলৈও আৰম্ভ হৈছে চৰ্চা৷

২০০৬ চনত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ক এমবিএ পঢ়িবলৈ গৈছিল ঋষি৷ তাতেই ইনফ’ছিছৰ প্ৰতিষ্ঠাতা নাৰায়ণমূৰ্তীৰ কন্যৰে দেখাদেখি হয় ঋষিৰ৷ প্ৰথম দেখাতেই অক্ষতাৰ প্ৰেমত পৰে ঋষি৷ তাৰ পিছতেই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এখন কফি হাউছত একেলগে কফি শ্বেয়াৰ কৰিলে ঋষি-অক্ষতায়৷ আৰম্ভ হয় বন্ধুত্ব৷ বন্ধুত্বই এদিন প্ৰেমৰ ৰূপ পালে৷ ইফালে জীয়াৰীৰ প্ৰেমৰ সম্পৰ্কৰ কথা গম পোৱাৰ পিছতেই এই সম্পৰ্কক লৈ আনন্দ প্ৰকাশ কৰে পিতৃ নাৰায়ণ মূৰ্তীয়েও৷ কিন্তু ঋষিক লগ পোৱাৰ পিছত সেই ভাললগাই ক্ষোভৰ ৰূপ লয় নাৰায়ণ মূৰ্তীৰ মনত৷ কিয়নো নাৰায়ণ মূৰ্তীৰ প্ৰেমত পৰা ঋষি তেতিয়া চাউদাম্পটনৰ এখন ভাৰতীয় হোটেলৰ ৱেইটাৰ আছিল৷ অক্ষতাৰ প্ৰেমত পৰিয়েই সলনি হ’ল ঋষিৰ ভাগ্য৷ কমসময়ৰ ভিতৰতেই ঋষি হৈ পৰিল মিলিয়নাৰ৷

তিনিবছৰ ধৰি প্ৰেমৰ সম্পৰ্কত থকাৰ পিছত দুয়ো বিবাহপাশত আবদ্ধ হয়৷ অৰ্থনীতিৰ সমান্তৰালকৈ ফৰাছী ভাষাৰ ভাষাতো ডিগ্ৰী গ্ৰহণ কৰিছে অক্ষতায়৷ ফেশ্বন ডিজাইনিঙত ডিপ্লমা গ্ৰহণ কৰা অক্ষতাৰ ইনফ’ছিছতো আছে অৰ্ধ শ্বেয়াৰ৷ অক্ষতাৰ সম্পত্তিৰ তালিকাই ঋষিক বহুবাৰ বিপদতো পেলাইছে৷ ইপিনে ব্ৰিটেইনৰ ৰাণী এলিজাবেথকৈও অধিক সম্পত্তিৰ অধিকাৰী ঋষি ছুনাকৰ পত্নী অক্ষতা বুলি সামাজিক মাধ্যমত চৰ্চা চলাও পৰিলক্ষিত হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24Best news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান
ভাৰত

সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

March 31, 2026
আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?
স্বাস্থ্য

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

March 31, 2026
১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!
বাণিজ্য

১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

March 31, 2026
ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী
বাণিজ্য

ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

March 31, 2026
Next Post
বিশ্বকৰ্মা পূজাৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিব তিনি ৰাশিৰ, সূৰ্যৰ ৰাশি পৰিবৰ্তনত বিদেশ যাত্ৰা কাৰ কাৰ ভাগ্যত?

বিশ্বকৰ্মা পূজাৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিব তিনি ৰাশিৰ, সূৰ্যৰ ৰাশি পৰিবৰ্তনত বিদেশ যাত্ৰা কাৰ কাৰ ভাগ্যত?

ডেৰ বছৰ পাছত স্থান সলনি কৰিব ৰাহুৱে! সাফল্যৰ শীৰ্ষত উপনীত হ’ব এই ৩ ৰাশিৰ জাতক

ডেৰ বছৰ পাছত স্থান সলনি কৰিব ৰাহুৱে! সাফল্যৰ শীৰ্ষত উপনীত হ’ব এই ৩ ৰাশিৰ জাতক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.