• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জীৱন্তে উদ্ধাৰ হ’বনে উমৰাংছুৰ আৱদ্ধ শ্ৰমিক, ব্যৱহাৰ হ’ব অত্যাধুনিক পানী নিষ্কাশন পাম্প

জীৱন্তে উদ্ধাৰ হ’বনে উমৰাংছুৰ আৱদ্ধ শ্ৰমিক, ব্যৱহাৰ হ’ব অত্যাধুনিক পানী নিষ্কাশন পাম্প

1 year ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

21 minutes ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

1 hour ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

2 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

3 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

3 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

4 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

5 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

5 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

5 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

6 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

6 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

জীৱন্তে উদ্ধাৰ হ’বনে উমৰাংছুৰ আৱদ্ধ শ্ৰমিক, ব্যৱহাৰ হ’ব অত্যাধুনিক পানী নিষ্কাশন পাম্প

editor by editor
January 9, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
জীৱন্তে উদ্ধাৰ হ’বনে উমৰাংছুৰ আৱদ্ধ শ্ৰমিক, ব্যৱহাৰ হ’ব অত্যাধুনিক পানী নিষ্কাশন পাম্প
0
SHARES
177
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জীৱন্তে উদ্ধাৰ হ’বনে উমৰাংছুৰ আৱদ্ধ শ্ৰমিক, ব্যৱহাৰ হ’ব অত্যাধুনিক পানী নিষ্কাশন পাম্প

অসমৰ লগতে সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰা ডিমা হাছাওৰ উমৰাংছুত জীৱন্তে উদ্ধাৰ হ’বনে উমৰাংছুৰ আৱদ্ধ শ্ৰমিক। গভীৰ খাদত আজিও চলিব উদ্ধাৰ অভিযান।

যাৰ বাবে নাগপুৰৰ পৰা বিশেষ বিমানেৰে আহিব অত্যাধুনিক পানী নিষ্কাশন পাম্প। যি পাম্পে ঘণ্টাত ডেৰ লাখ লিটাৰকৈ ক’ল ইণ্ডিয়াৰ পাম্পে নিষ্কাশন কৰিব পানী।

আনহাতে সেই গভীৰ খাদৰ পৰা ওলাই প্ৰাম ৰক্ষা পৰা শ্ৰমিকৰ শিহৰণকাৰী বৰ্ণনা, ৯ জন নহয় ৭ টাকৈ ৰেট হ’লত এতিয়াও আৱদ্ধ হৈ আছে প্ৰায় ২০ জন শ্ৰমিক।

ঘটনা বৰ্ণনা কৰা অনুসৰি, ঘটনা সংঘটিত হোৱা ১০ মিনিটৰ ভিতৰতে সকলো ৰেট হ’লত সোমাই পৰিছিল পানী।

তাতোকৈ চাঞ্চল্যকৰ মন্তব্য যে, ৩০০ ফুট নহয়, ৯০০-১০০০ ফুট ভিতৰত আৱদ্ধ হৈ আছে শ্ৰমিক। কেৱল কয়লা খাদটোৰ গভীৰতাহে ৩০০ ফুট। খাদটোৰ ভিতৰৰ ৰেট হ’ল একোটাৰ গভীৰতা ৯০০ৰ পৰা ১০০০ ফুট।

ঘটনা সংঘটিত হোৱাৰ পাছত ৰেট হ’লৰ পৰা চিৎকাৰ শুনিবলৈ পোৱা গৈছিল শ্ৰমিকৰ। বহু গভীৰতালৈ আৱদ্ধ হৈ আছিল শ্ৰমিকসকল। এই শিহৰণকাৰী বৰ্ণনা দৰঙৰ দুই শ্ৰমিকৰ ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamAssam umrangsoDima HasawDima Hasaw umrangso
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান
অসম

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

March 27, 2026
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ
উত্তৰ-পূব

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

March 27, 2026
ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?
অসম

ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

March 25, 2026
উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ
অসম

উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ

March 25, 2026
Next Post
কাইলৈ ১০ জানুৱাৰীত ৫ ৰাশিৰ লোকৰ খোল খাব ভাগ্যৰ দ্বাৰ, লাভ কৰিব শুভ সংবাদ

কাইলৈ ১০ জানুৱাৰীত ৫ ৰাশিৰ লোকৰ খোল খাব ভাগ্যৰ দ্বাৰ, লাভ কৰিব শুভ সংবাদ

সমুখলৈ আহিল বিশ্বৰ সবাতোকৈ শক্তিশালী পাছপোৰ্টৰ ৰেংকিং, ভাৰত অৱনমিত

সমুখলৈ আহিল বিশ্বৰ সবাতোকৈ শক্তিশালী পাছপোৰ্টৰ ৰেংকিং, ভাৰত অৱনমিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.