• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

1 year ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

14 minutes ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

38 minutes ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

1 hour ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

2 hours ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

3 hours ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

3 hours ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

4 hours ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

5 hours ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

5 hours ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

17 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

18 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

editor by editor
March 3, 2025
in খাদ্য, জীৱনশৈলী
0
সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা
0
SHARES
650
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যৌন স্বাস্থ্য বজায় ৰাখিবলৈ বা উন্নত কৰি ৰাখিবলৈ সঠিক খাদ্য অত্যন্ত গুৰুত্বপূৰ্ণ৷ চিকিৎসকৰ পৰামৰ্শ অনুসৰি কিছু বিশেষ খাদ্য আছে যিসমূহে যৌন স্বাস্থ্য উন্নত কৰিবলৈ সহায় কৰে৷ এনে কিছু গুৰুত্বপূৰ্ণ খাদ্য তালিকাৰ বিষয়ে জানি থওক আজিয়েই৷

শাক পাচলিঃ শাক পাচলি বিশেষকৈ পালেং শাক আৰু বন্ধাকবি হৈছে ভিটামিন আৰু মিনাৰেলছ সমৃদ্ধ উৎস, যিয়ে শৰীৰৰ সঠিক ৰক্ত সঞ্চালন বজায় ৰখাত সহায় কৰে৷ ইয়াৰ মাজত আয়ৰণ আৰু ফোলেট থাকে, যিয়ে যৌন শক্তি বৃদ্ধিত সহায় কৰে৷

বাদামঃ বিশেষকৈ আখৰোট আৰু বাদামে যৌন স্বাস্থ্য বঢ়োৱাত সহায় কৰে৷ ইয়াত আছে এণ্টি অক্সিডেণ্ট আৰু স্বাস্থ্যকৰ চৰ্বি, যিয়ে টেষ্টোষ্টেৰণ উৎপাদন বঢ়োৱাত সহায় কৰে৷

মাছঃ বিশেষকৈ তেলযুক্ত মাছ যেনে ছেমন, টুনা আৰু মেকৰেল যিসমূহৰ মাজত ওমেগা-৩ ফেটি এছিড থাকে, যিয়ে ৰক্ত সঞ্চালন বৃদ্ধি কৰে আৰু যৌন শক্তি উন্নত কৰে৷

চকলেটঃ ডাৰ্ক চকলেট উপস্থিত ফ্লাভোনয়েডে যৌন স্বাস্থ্যক প্ৰভাৱিত কৰে৷ ই শৰীৰৰ ব্লাড ফ্লো বৃদ্ধি কৰাত সহায় কৰে৷ ফলত যৌন শক্তি বৃদ্ধি পায়৷

তাজা ফলমূলঃ আপেল, কলা, জাম আৰু ষ্ট্ৰবেৰিয়ে যৌন স্বাস্থ্য উন্নত কৰাৰ বাবে উপকাৰী৷ এইসমূহ ফলত থকা এণ্টি অক্সিডেণ্ট আৰু ভিটামিন চিয়ে যৌন শক্তিৰ উন্নতি ঘটাত সহায়ক হয়৷

আদাঃ আদাই মেটাবলিজম বঢ়াই আৰু যৌন উদ্দীপনা উন্নত কৰাত সহায় কৰে৷ আদাই ৰক্ত সঞ্চালন বঢ়োৱাত সহায় কৰে৷ যিয়ে যৌন শক্তি বঢ়াই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা
জীৱনশৈলী

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

April 13, 2026
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক
জীৱনশৈলী

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

April 13, 2026
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?
জীৱনশৈলী

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

April 13, 2026
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু
জীৱনশৈলী

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

April 13, 2026
Next Post
বিৰল পৰিঘটনা চাবলৈ সাজুনে আপুনি? ব্লাড মুন দেখা যাব আকাশত, কেতিয়া আকাশত দেখা যাব ব্লাড মুন?

বিৰল পৰিঘটনা চাবলৈ সাজুনে আপুনি? ব্লাড মুন দেখা যাব আকাশত, কেতিয়া আকাশত দেখা যাব ব্লাড মুন?

SBIৰ পৰা ৩০বছৰৰ বাবে ১ কোটি গৃহ ঋণ ল’লে মাহিলী EMI কিমান হ’ব?

SBIৰ পৰা ৩০বছৰৰ বাবে ১ কোটি গৃহ ঋণ ল’লে মাহিলী EMI কিমান হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.