২০২৫-২০২৬ অৰ্থবৰ্ষৰ বাজেট উত্থাপন কৰিলে দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ এইবাৰ অষ্টমবাৰ বাজেট উত্থাপন কৰিলে তেওঁ৷ এই বাজেট ঘোষণাৰ পাছতেই কি কি সামগ্ৰীৰ দাম কমিল, জানি থওক সবিশেষ৷
১. কৰ্কটসহ বিৰল ৰোগৰ ৩৬বিধ জীৱনদায়ী ঔষধৰ ওপৰত থকা শুল্ক উঠাই লোৱাৰ প্ৰস্তাৱ দিছে চৰকাৰে৷ ফলত দাম কমিব কৰ্কটৰ ঔষধৰ৷
২. ৬বিধ জীৱনদায়ী ঔষধত ৫শতাংশ পৰ্যন্ত কৰ ৰেহাই দিয়াৰ প্ৰস্তাৱ দিয়া হৈছে বাজেটত৷ ফলত দাম কমিব এই সমূহ ঔষধৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ