• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ বক্ৰী পথেৰে যাত্ৰা কৰিব বৃহস্পতিয়ে, মাৰ্গী গুৰুৰ প্ৰভাৱত সৰস্বতী পূজাৰ পাছত ভাগ্য চমকিব ৫ ৰাশিৰ

এইবাৰ বক্ৰী পথেৰে যাত্ৰা কৰিব বৃহস্পতিয়ে, মাৰ্গী গুৰুৰ প্ৰভাৱত সৰস্বতী পূজাৰ পাছত ভাগ্য চমকিব ৫ ৰাশিৰ

1 year ago
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

12 hours ago
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

12 hours ago
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

13 hours ago
প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

13 hours ago
মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

14 hours ago
ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

16 hours ago
পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

17 hours ago
১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

18 hours ago
এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

19 hours ago
৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

21 hours ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

প্ৰস্ৰাৱৰ দুৰ্গন্ধ, বমি আৰু অস্থিৰতা, এয়া বৃক্কৰ সমস্যা নেকি?

21 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

পুৰুষৰ কি বস্তু ভাল পায় নাৰীয়ে? ৯৯% লোকে নাজানে এই কথা!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এইবাৰ বক্ৰী পথেৰে যাত্ৰা কৰিব বৃহস্পতিয়ে, মাৰ্গী গুৰুৰ প্ৰভাৱত সৰস্বতী পূজাৰ পাছত ভাগ্য চমকিব ৫ ৰাশিৰ

এইবাৰ বক্ৰী পথেৰে যাত্ৰা কৰিব বৃহস্পতিয়ে, মাৰ্গী গুৰুৰ প্ৰভাৱত সৰস্বতী পূজাৰ পাছত ভাগ্য চমকিব ৫ ৰাশিৰ

editor by editor
February 1, 2025 - Updated on February 3, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
এইবাৰ বক্ৰী পথেৰে যাত্ৰা কৰিব বৃহস্পতিয়ে, মাৰ্গী গুৰুৰ প্ৰভাৱত সৰস্বতী পূজাৰ পাছত ভাগ্য চমকিব ৫ ৰাশিৰ
0
SHARES
13.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দুধৰ্ম অনুসৰি বৃহস্পতিক দেৱতাসকলৰ গুৰু বুলি কোৱা হয়৷ সেয়ে বৃহস্পতিক গুৰুগ্ৰহ বুলি কোৱা হয়৷ এই গ্ৰহৰ শুভ প্ৰভাৱত জাতকে আৰ্থিক আৰু পেছাগতভাৱে প্ৰচুৰ উন্নতি কৰে৷ বৰ্তমান বৃহস্পতি বক্ৰীদশাত আছে৷ ৩ ফেব্ৰুৱাৰীত বসন্ত পঞ্চমী তিথিত পালিত হৈছে সৰস্বতী পূজা৷ ঠিক তাৰপাছতেই ৩ ফেব্ৰুৱাৰী ২০২৫ মঙলবাৰে বক্ৰী চলন এৰি মাৰ্গী হ’ব বৃহস্পতি৷ জানি থওক জ্যোতিষ গণনা অনুসৰি বৃহস্পতিয়ে চিধা পথেৰে যাত্ৰা কৰাৰ সময়ত কোন কোন ৰাশিৰ জাতক লাভৱান হ’ব?

মেষ ৰাশি

বসন্ত পঞ্চমীৰ পাছতেই মেষ ৰাশিৰ জাতকৰ জীৱনত বসন্তৰ আগমন হ’ব৷ এই সময়ত বেছ কিছু সুখৰ ঘটনা ঘটিব আপোনাৰ সৈতে৷ আৰ্থিক পৰিস্থিতিও মজবুত হ’ব মেষ ৰাশিৰ জাতকৰ৷ হঠাৎ কিছু অৰ্থ সম্পত্তি লাভ হ’ব আপোনাৰ৷ অফিচত প্ৰমোছন পাব পাৰে৷ পৰিয়ালতো সুখৰ পৰিবেশ থাকিব৷

বৃষ ৰাশি

সৰস্বতী পুজাৰ পাছৰে পৰাই ভাল সময় আৰম্ভ হ’ব বৃষ ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত আপুনি যি কামেই কৰিব তাতেই সম্পূৰ্ণ ভাগ্যৰ সাহায্য পাব৷ অসম্পূৰ্ণ কাম এই সময়ত শেষ কৰিব পাৰিব৷ ব্যৱসায়ত কোনো ডাঙৰ চুক্তি চূড়ান্ত কৰিব পাৰে৷ শিক্ষাক্ষেত্ৰৰ সৈতে যিসকল যুক্ত তেওঁলোকো এই সময়ত লাভৱান হ’ব৷

কন্যা ৰাশি

আগন্তুক ৪ ফেব্ৰুৱাৰীৰ পৰা কন্যা ৰাশিৰ জাতকৰ চাকৰিয়ালসকলে জীৱনত খুব ভাল সময় আহিব আপোনাৰ৷ এই সময়ত আপুনি নিজৰ কামত সন্তুষ্টি পাব৷ চাকৰিতো উন্নতি কৰিব পাৰে৷ ব্যৱসায়ীসকলে ডাঙৰ লাভ কৰাৰ যোগ আছে৷ হঠাৎ অতিৰিক্ত কিছু টকা আপোনাৰ হাতলৈ আহিব পাৰে৷ মাৰ্গী বৃহস্পতিৰ প্ৰভাৱত জীৱনত সকলো ক্ষেত্ৰতেই সুখ আৰু সাফল্য আহিব পাৰে কন্যা ৰাশিৰ জাতকৰ জীৱনলৈ৷

বৃশ্চিক ৰাশি

বসন্ত পঞ্চমীৰ পৰাই শুভ সময় আহিব বৃশ্চিক ৰাশিৰ জাতকৰ জীৱনত৷ বৃহস্পতিৰ কৃপাত এই সময়ত কোনো সুখবৰ পাব পাৰে আপুনি৷ পাৰ্টনাৰৰ সৈতে খুব ভাল সময় কটোৱাৰ সুযোগ পাব৷ অফিচত সহকৰ্মীৰ সমৰ্থন পাব আপুনি৷ কেৰিয়াৰত উন্নতি কৰাৰ নতুন পথ খোল খাব বৃশ্চিক ৰাশিৰ জাতকৰ সন্মুখত৷ প্ৰচুৰ অৰ্থলাভ কৰিব৷

মকৰ ৰাশি

বৃহস্পতিৰ প্ৰভাৱত এইবাৰ বিদেশ যাত্ৰা কৰিব পাৰে মকৰ ৰাশিৰ জাতকে৷ এই সময়ত আপুনি যিমানেই পৰিশ্ৰম কৰিব সিমানেই উপকাৰ পাব৷ গুৰুগ্ৰহই বক্ৰী পথেৰে আহিলে উন্নতি কৰাৰ এটাৰ পাছত এটা সুযোগ আহিব আপোনাৰ সন্মুখত৷ চাকৰিত আপোনাৰ সন্মান আৰু দায়িত্ব বৃদ্ধি পাব৷ ৰৈ থকা প্ৰমোছন এই সময়ত পাব৷ আত্মবিশ্বাসেৰে তুংগত থাকিব মকৰ ৰাশিৰ জাতক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ
বিশ্ব

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

June 10, 2026
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন
ক্ৰীড়া

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

June 10, 2026
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে
ভাৰত

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

June 10, 2026
প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা
ভাৰত

প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

June 10, 2026 - Updated on June 11, 2026
Next Post
২৭ বছৰ পাছত কুম্ভমেলাত হেৰুওৱা স্বামীক বিচাৰি পালে পত্নীয়ে, পত্নীক পাই কি কৈছে হেৰুওৱা স্বামীয়ে?

২৭ বছৰ পাছত কুম্ভমেলাত হেৰুওৱা স্বামীক বিচাৰি পালে পত্নীয়ে, পত্নীক পাই কি কৈছে হেৰুওৱা স্বামীয়ে?

শাৰীৰিক চাহিদাৰ আকাংক্ষা কমি গৈছে, এই ভিটামিনৰ অভাৱতেই হৈছে এই সমস্যা

শাৰীৰিক চাহিদাৰ আকাংক্ষা কমি গৈছে, এই ভিটামিনৰ অভাৱতেই হৈছে এই সমস্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.