• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাজেটত দাম কমিল কি কি সামগ্ৰীৰ, চাওক সম্পূৰ্ণ তালিকা

বাজেটত দাম কমিল কি কি সামগ্ৰীৰ, চাওক সম্পূৰ্ণ তালিকা

1 year ago
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

11 minutes ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

48 minutes ago
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

1 hour ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

15 hours ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

15 hours ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

16 hours ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

16 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

16 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

20 hours ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

21 hours ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

22 hours ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বাজেটত দাম কমিল কি কি সামগ্ৰীৰ, চাওক সম্পূৰ্ণ তালিকা

বাজেটত দাম কমিল কি কি সামগ্ৰীৰ, চাওক সম্পূৰ্ণ তালিকা

editor by editor
February 1, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
বাজেটত দাম কমিল কি কি সামগ্ৰীৰ, চাওক সম্পূৰ্ণ তালিকা
0
SHARES
26.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৫-২০২৬ অৰ্থবৰ্ষৰ বাজেট উত্থাপন কৰিলে দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ এইবাৰ অষ্টমবাৰ বাজেট উত্থাপন কৰিলে তেওঁ৷ এই বাজেট ঘোষণাৰ পাছতেই কি কি সামগ্ৰীৰ দাম কমিল, জানি থওক সবিশেষ৷

১. কৰ্কটসহ বিৰল ৰোগৰ ৩৬বিধ জীৱনদায়ী ঔষধৰ ওপৰত থকা শুল্ক উঠাই লোৱাৰ প্ৰস্তাৱ দিছে চৰকাৰে৷ ফলত দাম কমিব কৰ্কটৰ ঔষধৰ৷

২. ৬বিধ জীৱনদায়ী ঔষধত ৫শতাংশ পৰ্যন্ত কৰ ৰেহাই দিয়াৰ প্ৰস্তাৱ দিয়া হৈছে বাজেটত৷ ফলত দাম কমিব এই সমূহ ঔষধৰ৷

৩. দাম কমিব মোবাইল ফোন, লিথিয়াম বেটেৰি, এল ই ডি টিভি, এল ছি ডি, গাড়ীৰ বেটাৰী৷

৪. বৰফজাত মাছ, ছামৰাৰ সামগ্ৰীৰ দাম কমিব৷

৫. ১২ বিধ ক্ৰিটিকেল মিনাৰেলছ, মেৰিন প্ৰডাক্ট, কোবাল্ট প্ৰডাক্টৰ কমিব দাম৷

দাম বাঢ়িব কি কি সামগ্ৰীৰ?

ছচিয়েল ৱেলফেয়াৰৰ সৈতে সংগতি থকা সামগ্ৰীৰ দাম বাঢ়িব৷ ইণ্টাৰেক্টিভ ফ্লেট পেনেল ডিছপ্লেতো বেছিক শুল্ক ১০শতাংশৰ পৰা বঢ়াই ২০শতাংশ কৰাৰ প্ৰস্তাৱ দিছে চৰকাৰে৷

এইবাৰৰ বাজেটত বিশেষভাৱে জোৰ দিয়া হৈছে কৰ্কট চিকিৎসা ক্ষেত্ৰত৷ কেৱল কৰ্কটৰ ঔষধ শুল্কমুক্তই নহয়, সমস্ত ৰাজ্যত কৰ্কট চেণ্টাৰ তৈয়াৰৰ ঘোষণাও কৰা হৈছে৷ প্ৰত্যেক জিলা হাস্পতালত এই কৰ্কট চেণ্টাৰ হ’ব আৰু সেয়া ৩ বছৰৰ ভিতৰত তৈয়াৰ কৰাৰ লক্ষ্য লৈছে কেন্দ্ৰই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ
জীৱনশৈলী

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

June 21, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

June 21, 2026
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?
জীৱনশৈলী

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

June 21, 2026
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

June 20, 2026
Next Post
২৪ ঘণ্টাত এবাৰ আমাৰ জিভাত থাকে মা সৰস্বতী, এই সময়ত যি কয় সঁচা প্ৰমাণিত হয়

২৪ ঘণ্টাত এবাৰ আমাৰ জিভাত থাকে মা সৰস্বতী, এই সময়ত যি কয় সঁচা প্ৰমাণিত হয়

এইবাৰ বক্ৰী পথেৰে যাত্ৰা কৰিব বৃহস্পতিয়ে, মাৰ্গী গুৰুৰ প্ৰভাৱত সৰস্বতী পূজাৰ পাছত ভাগ্য চমকিব ৫ ৰাশিৰ

এইবাৰ বক্ৰী পথেৰে যাত্ৰা কৰিব বৃহস্পতিয়ে, মাৰ্গী গুৰুৰ প্ৰভাৱত সৰস্বতী পূজাৰ পাছত ভাগ্য চমকিব ৫ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.