• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গোঁড়া মুছলমান দেশৰ প্ৰথম মিছ ইউনিভাৰ্চ প্ৰতিযোগী, ৰুমী আলকাহতানি প্ৰকৃততে কোন?

গোঁড়া মুছলমান দেশৰ প্ৰথম মিছ ইউনিভাৰ্চ প্ৰতিযোগী, ৰুমী আলকাহতানি প্ৰকৃততে কোন?

2 years ago
সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

37 minutes ago
শৰীৰৰ ষ্টেমিনা কিয় কমে?

শৰীৰৰ ষ্টেমিনা কিয় কমে?

1 hour ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, জানক কিদৰে কৰিব আবেদন

2 hours ago
৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

2 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

3 hours ago
‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

‘মহিলাৰ বুকুত বলপূৰ্বকভাৱে হাত দিয়া কাৰ্য ধৰ্ষণৰ অপচেষ্টা নহয়’

3 hours ago
বন্ধ লালকিল্লা! কেতিয়া পাব পৰ্যটকে প্ৰৱেশৰ অনুমতি?

বন্ধ লালকিল্লা! কেতিয়া পাব পৰ্যটকে প্ৰৱেশৰ অনুমতি?

5 hours ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

কষ্ট কৰিলেও হাতত ধনৰ অভাৱ? তেন্তে নকৰিব এইবোৰ ভুল!

6 hours ago
PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

EPFO New Rules 2026: PF ৰ ৮ টা ডাঙৰ নিয়ম সলনি, জানক আপোনাৰ বাবে কি কি নতুন নিয়ম আছে

6 hours ago
কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!

কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!

7 hours ago
পাকিস্তানক মোক্ষম আঘাত, বেলুচিস্তানে কৰিলে স্বাধীন দেশ ঘোষণা!

পাকিস্তানক মোক্ষম আঘাত, বেলুচিস্তানে কৰিলে স্বাধীন দেশ ঘোষণা!

7 hours ago
আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল

আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গোঁড়া মুছলমান দেশৰ প্ৰথম মিছ ইউনিভাৰ্চ প্ৰতিযোগী, ৰুমী আলকাহতানি প্ৰকৃততে কোন?

editor by editor
March 27, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা, শিক্ষা
0
গোঁড়া মুছলমান দেশৰ প্ৰথম মিছ ইউনিভাৰ্চ প্ৰতিযোগী, ৰুমী আলকাহতানি প্ৰকৃততে কোন?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২০২৪ চনৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাৰ কথা স্বৰ্ণ আখৰেৰে এইবাৰ লিপিবদ্ধ হৈ ৰ’ব ইতিহাসৰ পৃষ্ঠাত৷ কাৰণ অত্যন্ত ৰক্ষণশীল দেশ ছৌদি আৰৱৰ পৰা প্ৰথম এগৰাকী সুন্দৰীয়ে খোজ পেলালে এই গ্লেমাৰ জগতত৷ বিশ্বসুন্দৰীৰ মঞ্চত খোজ দি ইতিহাস ৰচিলে ছৌদী মডেল ৰুমী আলকাহতানিয়ে৷ বোৰ্খা দলিয়াই বিকিনিত RAMP WALK দি বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে ২৭বছৰীয়া ছৌদী সুন্দৰী ৰুমীয়ে৷ অত্যন্ত ৰক্ষণশীল এই মুছলমান দেশৰ কন্যা ৰুমীয়ে ৰক্ষণশীল সমাজৰ বাধা নিষেধ আঁতৰাই দিয়া এই খোজক একাংশই প্ৰশংসা কৰিলেও বহুতেই আকৌ সামাজিক মাধ্যমত ৰুমীক সমালোচনাও কৰিছে৷

ৰুমী আলকহতানি প্ৰকৃততে কোন?
ছৌদী আৰৱৰ পৰা প্ৰথমবাৰৰ বাবে মিছ ইউনিভাৰ্ছৰ মঞ্চত খোজ দিছে ২৭ বছৰীয়া ৰুমী আলকাহতানিয়ে৷ প্ৰকিবন্ধকতাৰ সমস্ত দেৱাল ভাঙি এই সাহস দেখুৱাই ইতিহাসৰ পৃষ্ঠাত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে ৰুমীয়ে৷ ৰিয়াধত জন্মগ্ৰহণ কৰা ৰুমী পেছাত এগৰাকী মডেল হোৱাৰ ওপৰিও এগৰাকী অনলাইন ইনফ্লুয়েন্সৰ হিচাপেও জনপ্ৰিয়৷ ইনষ্টাগ্ৰাম ভেৰিফায়েড একাউণ্টো আছে ৰুমীৰ৷ ইনষ্টাগ্ৰামত ৰুমীৰ ফলোৱাৰ্ছৰ সংখ্যা প্ৰায় ১ মিলিয়ন অৰ্থাৎ ১০ লাখ৷

তেওঁ নিজৰ ইনষ্টাগ্ৰামত মিছ ইউনিভাৰ্ছত অংশ লোৱাৰ খবৰো শ্বেয়াৰ কৰিছে৷ কেইটামান সপ্তাহৰ পূৰ্বে মালয়েছিয়াত অনুষ্ঠিত মিছ আৰু মিচেছ গ্লোবেল এছিয়ানত তেওঁ অংশ লৈছিল৷ বিশ্ব সংস্কৃতি সম্পৰ্কে জনা আৰু ছৌদী সংস্কৃতি আৰু ঐতিহ্যক বিশ্বৰ দৰবাৰত তুলি ধৰাই প্ৰধান লক্ষ্য বুলিও ইনষ্টাগ্ৰামযোগে প্ৰকাশ কৰিছে ৰুমীয়ে৷ মিছ ছৌদী আৰৱৰ মুকুট পৰিধান কৰাৰ পূৰ্বে তেওঁ মিছ মিডল ইষ্ট, মিছ আৰৱ ৱাৰ্ল্ড পিছ ২০২১ আৰু ৱমেনৰ খিতাপো অৰ্জন কৰিছে৷

ৰুমীৰ সফল কেৰিয়াৰ
এই বছৰৰ আৰম্ভণিতে ৰুমীয়ে ফিলিপাইনৰ ডায়নচেন মেড এবো মিছেচ গ্লোৱেল এছিয়ান ২০২৪ৰ মুকুট শিৰত তুলি ল’বলৈ সক্ষম হৈছিল৷ তেওঁ সেই বিশেষ প্ৰতিযোগিতাৰ সম্পূৰ্ণ যাত্ৰাৰ আপডেটসমূহ নিজৰ ইনষ্টাগ্ৰামতেই শ্বেয়াৰ কৰি আহিছে৷ মাৰ্জিত, ৰুচি সন্মত গাউন আৰু ঐতিহ্যবাহী ছৌদী পোছাকত অত্যন্ত মোহময়ী দেখা গৈছে ৰুমীক৷ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ছৌদী আৰৱৰ হৈ অংশগ্ৰহণ কৰাটো এক মাইলফলকতকৈ কোনো গুণে কম নহয়৷ ইয়াৰ মাজতেই ৰিয়াধত জন্মগ্ৰহণ কৰা এই ছৌদী সুন্দৰীৰ সাহসো কিন্তু কোনো গুণে কম নহয় বুলি চৰ্চা চলাইছে এতিয়া বহুসংখ্যক নেটিজেনে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা
জীৱনশৈলী

সমস্যাই লগ নেৰা হৈছে নেকি? শাওনৰ মাহত কৰক এই ৪ বিধ গছৰ পূজা

July 15, 2026
শৰীৰৰ ষ্টেমিনা কিয় কমে?
জীৱনশৈলী

শৰীৰৰ ষ্টেমিনা কিয় কমে?

July 15, 2026
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন
নিয়োগ

বেংকত ওলাইছে চাকৰি, জানক কিদৰে কৰিব আবেদন

July 15, 2026
৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?
জীৱনশৈলী

৫ বছৰত নিৱেশকাৰীৰ দুগুণ লাভ! এতিয়াও আছেনে এই সুবিধা?

July 15, 2026
Next Post
কিদৰে পাৰ হ’ব আজিৰ দিনটো, এই সকল ৰাশিৰ লোকৰ বহু ঠাইৰ পৰা আহিব পাৰে টকা, জানক শুভ ৰং-শুভ সংখ্যা

কিদৰে পাৰ হ'ব আজিৰ দিনটো, এই সকল ৰাশিৰ লোকৰ বহু ঠাইৰ পৰা আহিব পাৰে টকা, জানক শুভ ৰং-শুভ সংখ্যা

হোলীৰ মাজতে গুৱাহাটীত তিনি কিশোৰীৰ সৈতে অপকৰ্ম, এতিয়াহে পোহৰলৈ ঘটনা, দুই অভিযুক্ত কোনোমতে আটক

হোলীৰ মাজতে গুৱাহাটীত তিনি কিশোৰীৰ সৈতে অপকৰ্ম, এতিয়াহে পোহৰলৈ ঘটনা, দুই অভিযুক্ত কোনোমতে আটক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.