• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হোলীৰ মাজতে গুৱাহাটীত তিনি কিশোৰীৰ সৈতে অপকৰ্ম, এতিয়াহে পোহৰলৈ ঘটনা, দুই অভিযুক্ত কোনোমতে আটক

হোলীৰ মাজতে গুৱাহাটীত তিনি কিশোৰীৰ সৈতে অপকৰ্ম, এতিয়াহে পোহৰলৈ ঘটনা, দুই অভিযুক্ত কোনোমতে আটক

3 years ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

3 minutes ago
‘হত শৈশৱ’

‘হত শৈশৱ’

2 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

3 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

3 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

4 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

6 hours ago
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

6 hours ago
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

7 hours ago
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

7 hours ago
দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

7 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

হোলীৰ মাজতে গুৱাহাটীত তিনি কিশোৰীৰ সৈতে অপকৰ্ম, এতিয়াহে পোহৰলৈ ঘটনা, দুই অভিযুক্ত কোনোমতে আটক

editor by editor
March 28, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
হোলীৰ মাজতে গুৱাহাটীত তিনি কিশোৰীৰ সৈতে অপকৰ্ম, এতিয়াহে পোহৰলৈ ঘটনা, দুই অভিযুক্ত কোনোমতে আটক
0
SHARES
103
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হোলীৰ মাজতে গুৱাহাটীত তিনি কিশোৰীৰ সৈতে অপকৰ্ম, এতিয়াহে পোহৰলৈ ঘটনা, দুই অভিযুক্ত কোনোমতে আটক

হোলীৰ উল্লাহৰ মাজতে গুৱাহাটী মহানগৰীত সংঘটিত হৈছে কিশোৰীৰ সৈতে অপকৰ্মৰ ঘটনা। মঙলবাৰতে সংঘটিত হোৱা ঘটনা কালিহে পোহৰলৈ আহে। তিনি কিশোৰীৰ সৈতে সংঘটিত হৈছে এই ঘটনা।

ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে দুই অভিযুক্তক আটক কৰিছে, আনহাতে এই ঘটনাৰ মাষ্টাৰ মাইণ্ড বৰ্তমানেও পলাতক অৱস্থাত। সন্ধান অব্যাহত আৰক্ষীৰ।

জানিব পৰা মতে, ২৬ মাৰ্চ মঙলবাৰে গুৱাহাটী মহানগৰীৰ ভৰলুমুখ অঞ্চলত সংঘটিত হৈছে এই জঘন্য ঘটনা। ঘৰত কোনো নথকাৰ সুযোগ লৈ হোলী খেলিম বুলি লৈ গৈছিল তিনিও কিশোৰীক।

এখন ইন’ভা বাহনত লৈ গৈছিল তিনিও কিশোৰীকে । পাছত পাষণ্ডৰ দলটোৱে নিজে সুৰাপান কৰাৰ লগতে কিশোৰী কেইগৰাকীকো অত্যাধিক মাত্ৰাত সুৰাপান কৰোৱাই অচেতন অৱস্থাত বাহনৰ ভিতৰতে সংঘটিত কৰে এই ঘটনা।

ঘটনাৰ বিষয়ে জানিব পৰাৰ লগে আৰক্ষীয়ে সন্ধান চলাই ঘটনাৰ দুই অভিযুক্ত ৰাজু আলী আৰু মণ্ডল আলীক আটক কৰাৰ লগতে ঘটনা সংঘটিত কৰা AS01BW8143 নম্বৰৰ ইন’ভা বাহনখনো জিম্মালৈ নিয়ে।

POSCO আইনৰ অধীনত ২২৬/২৪ নম্বৰত ৰুজু হৈছে গোচৰ , গোচৰ নম্বৰ Section 328/376/POSCO4/8, ঘটনাটোক লৈ মাৰ যোৱা নাই চাঞ্চল্য । পলাতক মাষ্টাৰমাইণ্ড ইনামুলক বিচাৰি ভৰলু আৰক্ষীৰ অভিযান অব্যাহত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam policeBharalu Policeguwahatiguwahati policeHoliMolestation Case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত
সমীক্ষণ (আলোচনী)

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

September 27, 2026
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?
অপৰাধ

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

September 27, 2026
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক
অসম

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

September 27, 2026
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?
অপৰাধ

বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

September 27, 2026
Next Post
কি হ’ব আজি কেজৰিৱালৰ, অন্ত হ’ল ইডিৰ ৰিমাণ্ড, লাভ কৰিব নে জামিন, নে পুনৰ যাব জিম্মালৈ

কি হ'ব আজি কেজৰিৱালৰ, অন্ত হ’ল ইডিৰ ৰিমাণ্ড, লাভ কৰিব নে জামিন, নে পুনৰ যাব জিম্মালৈ

টিকট নোপোৱাৰ দুখতে কৰি পেলাইছিল এনে কাম, কেইবাদিনো হাস্পতালত থকাৰ পাছত আজি হাৰ্ট এটেকত মৃত্যু সাংসদৰ

টিকট নোপোৱাৰ দুখতে কৰি পেলাইছিল এনে কাম, কেইবাদিনো হাস্পতালত থকাৰ পাছত আজি হাৰ্ট এটেকত মৃত্যু সাংসদৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.