• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশ কঁপাই যোৱা ঘটনা, উত্তৰপ্ৰদেশৰ বদায়ুত এটা নিশাতে শেষ এখন ঘৰৰ সকলো

দেশ কঁপাই যোৱা ঘটনা, উত্তৰপ্ৰদেশৰ বদায়ুত এটা নিশাতে শেষ এখন ঘৰৰ সকলো

2 years ago
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

28 minutes ago
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

40 minutes ago
ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

55 minutes ago
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

2 hours ago
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

2 hours ago
৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

3 hours ago
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

4 hours ago
ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

5 hours ago
‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

5 hours ago
খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

6 hours ago
আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

7 hours ago
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

দেশ কঁপাই যোৱা ঘটনা, উত্তৰপ্ৰদেশৰ বদায়ুত এটা নিশাতে শেষ এখন ঘৰৰ সকলো

editor by editor
March 20, 2024
in ভাৰত
0
দেশ কঁপাই যোৱা ঘটনা, উত্তৰপ্ৰদেশৰ বদায়ুত এটা নিশাতে শেষ এখন ঘৰৰ সকলো
0
SHARES
516
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশ কঁপাই যোৱা ঘটনা, উত্তৰপ্ৰদেশৰ বদায়ুত এটা নিশাতে শেষ এখন ঘৰৰ সকলো

মাথো এটা নিশাতে শেষ হৈ যায় সকলো। কোনো ব্যক্তিগত মনোমালিন্যৰ বাবে প্ৰাণ হেৰুৱালে এখন ঘৰৰে দুই কনমানি শিশুৱে, তৃতীয় শিশুটিও আক্ৰমণৰ বলি, কোনোমতে প্ৰাণ লৈ পলায়ন ঘটনাস্থলীৰ পৰা। শেষত আৰক্ষীৰ এনকাউন্টাৰত হত্যাকাৰীয়ো নিহত।

১৯ মাৰ্চ মঙলবাৰে উত্তৰ প্ৰদেশৰ বদায়ুত সংঘটিত হৈছে এই লোমহৰ্ষক ঘটনা। যি ঘটনাৰ চাক্ষুষ প্ৰমাণ এটি ৬ বছৰীয়া কনমানি। যি হত্যাকাৰীৰ আক্ৰমণত হেৰুৱাই নিজৰ বুঢ়া আঙুলি।

সেই কনমানিৰ সমুখতে হত্যাকাৰীয়ে ১৩ বছৰীয়া আৰু ৭ বছৰীয়া ককায়েকক কাটি দুচেও কৰে। ৬ বছৰীয়া সৰু ভায়েককো প্ৰাণে মাৰিবৰ বাবে খেদি যাওতে দাৰ ঘাপ কেৱল হাতৰ বুঢ়া আঙুলিত পৰে।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, ওচৰা ওচৰিকৈ একেলগে বাস কৰে দুয়োঘৰ । পাছে কোনো কাৰণত সামান্য মনোমালিন্য থাকে, তথাপি মাতবোল অব্যাহত দুয়োখন ঘৰৰ মাজত।

কালি সন্ধ্যাৰ সময়তে এখন ঘৰৰ ছাডিদ নামৰ যুৱকজনে ইখন ঘৰলৈ আহি বৌ বুলি সম্বোধন কৰা ৩ সন্তানৰ মাতৃগৰাকীক ৫ হাজাৰ টকাৰ সহায় বিচাৰে পত্নীৰ প্ৰসৱৰ সময় আহি পোৱা বুলি।

মহিলাগৰাকীয়ে এফালে অন্য এটা কোঠাৰ ভিতৰলৈ টকা আনিবলৈ যাওতেই সিফালে ছাজিতে ঘৰৰ ছাদলৈ নি এজন এজনকৈ কাটি হত্যা কৰে ঘৰখনৰ দুই পুত্ৰক। সৰু পুত্ৰ পলাই যোৱাত তাক হত্যা কৰাত বিফল হয়।

তাৰ পাছত ঘৰৰ তললৈ আহি মহিলাগৰাকীৰ আগত দুই পুত্ৰক হত্যা কৰাৰ কথা কৈ তাৰ পৰা বীৰদৰ্পে ওলাই লগৰ এজনৰ লগত বাইকত উঠি পলাই যায়। লগে লগে চাৰিওফালে হাহাকাৰ লাগি যায়।

সন্তানকেইটিৰ পিতৃক খবৰ দিয়াৰ লগতে আৰক্ষীকো খবৰ কৰে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তেজেৰে লুতুৰি পুতুৰি হৈ থকা মৃতদেহ কেইটি উদ্ধাৰ কৰাৰ লগতে হত্যাকাৰীৰো সন্ধানত নামি পৰে।

পাছত নিশাৰ ভাগত ছাজিদে পলায়ন কৰিবলৈ ধৰাৰ সময়তে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। সেই সংঘৰ্ষতে এগৰাকী আৰক্ষী বেয়াকৈ আহত হোৱাৰ লগতে আৰক্ষীয়েও শেষত এনকাউণ্টাৰ কৰে ছাজিদৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Badaunencounterindiamurder caseUttar Preadesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?
অসম

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

August 27, 2026
ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী
জীৱনশৈলী

ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

August 27, 2026
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী
ভাৰত

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

August 27, 2026
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে
অপৰাধ

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

August 27, 2026
Next Post
নতুন নিয়মেৰে অধিক ৰোমাঞ্চিত হ’ব এইবাৰৰ আই পি এল, মাজত মাথো দুটা দিন বাকি

নতুন নিয়মেৰে অধিক ৰোমাঞ্চিত হ'ব এইবাৰৰ আই পি এল, মাজত মাথো দুটা দিন বাকি

৫০ বছৰৰ মূৰত সবাতোকৈ দীঘল সূৰ্যগ্ৰহণ, ৭ মিনিটৰ বাবে নোহোৱা হৈ পৰিব সূৰ্য

৫০ বছৰৰ মূৰত সবাতোকৈ দীঘল সূৰ্যগ্ৰহণ, ৭ মিনিটৰ বাবে নোহোৱা হৈ পৰিব সূৰ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.