• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫০ বছৰৰ মূৰত সবাতোকৈ দীঘল সূৰ্যগ্ৰহণ, ৭ মিনিটৰ বাবে নোহোৱা হৈ পৰিব সূৰ্য

৫০ বছৰৰ মূৰত সবাতোকৈ দীঘল সূৰ্যগ্ৰহণ, ৭ মিনিটৰ বাবে নোহোৱা হৈ পৰিব সূৰ্য

3 years ago
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

ঘাতক ঘনকান্তৰ গাৰ নোম এডালো লৰাব নোৱাৰিব অসম আৰক্ষীয়ে! দিব লাগিব সুৰক্ষা, কিয়?

1 hour ago
নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল

নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল

2 hours ago
হোটেল বিলাস ইনৰ ঘটনাই নিমিষতে তচনচ কৰিলে এটা পৰিয়াল, কোনে কাক দিলে মুখাগ্নি?

হোটেল বিলাস ইনৰ ঘটনাই নিমিষতে তচনচ কৰিলে এটা পৰিয়াল, কোনে কাক দিলে মুখাগ্নি?

2 hours ago
ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

3 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

ভাগ্যই দিব লগ? জানক ১২ ৰাশিৰ আৰ্থিক অৱস্থা, কেৰিয়াৰ, প্ৰেম আৰু স্বাস্থ্যৰ ভৱিষ্যৎ!

3 hours ago
বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

11 hours ago
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

11 hours ago
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

11 hours ago
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

12 hours ago
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

12 hours ago
কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

13 hours ago
কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

৫০ বছৰৰ মূৰত সবাতোকৈ দীঘল সূৰ্যগ্ৰহণ, ৭ মিনিটৰ বাবে নোহোৱা হৈ পৰিব সূৰ্য

editor by editor
March 20, 2024
in ভাৰত
0
৫০ বছৰৰ মূৰত সবাতোকৈ দীঘল সূৰ্যগ্ৰহণ, ৭ মিনিটৰ বাবে নোহোৱা হৈ পৰিব সূৰ্য
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৫০ বছৰৰ মূৰত সবাতোকৈ দীঘল সূৰ্যগ্ৰহণ, ৭ মিনিটৰ বাবে নোহোৱা হৈ পৰিব সূৰ্য

বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ অহা ৮ এপ্ৰিল তাৰিখে হ’বলৈ গৈ আছে। বিগত ৫০ বছৰৰ মূৰত এইবাৰ সবাতোকৈ দীঘল সূৰ্যগ্ৰহণ হ’ব। ৭ মিনিটৰ বাবে নোহোৱা হৈ পৰিব সূৰ্য। দিনতেই অন্ধকাৰ হৈ পৰিব সকলো।

চলিত চ’ত মাহৰ শেষৰটো অমাবশ্যাত হ’বলৈ গৈ আছে এই সূৰ্যগ্ৰহণ। ৰিপোৰ্ট অনুসৰি প্ৰায় ৭.৫ মিনিটৰ বাবে চন্দ্ৰৰ পাছত থাকিব সূৰ্য।

এইবাৰৰ এই পূৰ্ণ সূৰ্যগ্ৰহণত সূৰ্যক চন্দ্ৰই সম্পূৰ্ণৰূপে ঢাকি পেলাব। যাৰ ফলত সন্ধ্যাৰ লেখিয়া অন্ধকাৰ নামিব ধৰাৰ বুকুত। গ্ৰহণৰ দিনা পৃথিৱী আৰু চন্দ্ৰৰ দূৰত্ব সূৰ্যতকৈ প্ৰায় ১৫ কোটি কিলোমিটাৰ হ’ব। যাৰ ফলতেই বহু সময়লৈ সূৰ্য নোহোৱা হৈ পৰিব।

এয়া হ’ব এক বিৰল মহাজাগতিক ঘটনা। ইয়াৰ পূৰ্বে ১৯৭৩ চনত এইদৰে এক দীঘল সূৰ্যগ্ৰহণ হৈছিল।

কোন কোন ঠাইত দেখা পোৱা যাব এই গ্ৰহণ- এই বিৰল মহাজাগতিক ঘটনাৰ পৰা বঞ্চিত হ’ব ভাৰত। কিয়নো সেই সময়ত ভাৰতত ৰাতি হৈ থাকিব। অন্যহাতে উত্তৰ আমেৰিকা, মেক্সিকো, কানাডা, দক্ষিণ প্ৰশান্ত মহাসাগৰত পূৰ্ণ সূৰ্যগ্ৰহণ দেখা পোৱা যাব।

ভাৰতীয় সময় অনুসৰি ৮ এপ্ৰিলৰ নিশা ৯ বাজি ১২ মিনিটত আৰম্ভ হৈ ২ বাজি ২২ মিনিটলৈ থাকিব এই সূৰ্যগ্ৰহণ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Solar Eclipse 2024solar eclipse effectsSurya Grahan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী
ভাৰত

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

October 27, 2026
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?
ৰাজনীতি

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

October 27, 2026
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক
বিনোদন

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

October 27, 2026
কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!
নিয়োগ

কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

October 27, 2026
Next Post
আই চি ইউত ভৰ্তি অভিনেত্ৰী, ব্ৰেইন ডেড হোৱাৰ ভয়, চিকিৎসাৰ বাব হাহাকাৰ

আই চি ইউত ভৰ্তি অভিনেত্ৰী, ব্ৰেইন ডেড হোৱাৰ ভয়, চিকিৎসাৰ বাব হাহাকাৰ

হোলী বিশেষ ব্যঞ্জন, কম সামগ্ৰী-কম সময়-কম কষ্টৰে প্ৰস্তুত কৰক এই ব্যঞ্জন, শলাগ লওক অতিথিৰ

হোলী বিশেষ ব্যঞ্জন, কম সামগ্ৰী-কম সময়-কম কষ্টৰে প্ৰস্তুত কৰক এই ব্যঞ্জন, শলাগ লওক অতিথিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.