• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিলাসী বাহন থাকিলেও নিব নোৱাৰিব অযোধ্যালৈ! টাটাৰ এই বাহন অবিহনে আপুনি প্ৰৱেশ কৰিব নোৱাৰিব অযোধ্যাত

বিলাসী বাহন থাকিলেও নিব নোৱাৰিব অযোধ্যালৈ! টাটাৰ এই বাহন অবিহনে আপুনি প্ৰৱেশ কৰিব নোৱাৰিব অযোধ্যাত

2 years ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

8 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

8 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

9 hours ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

9 hours ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

10 hours ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

11 hours ago
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

12 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

13 hours ago
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

14 hours ago
8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

15 hours ago
পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

15 hours ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিলাসী বাহন থাকিলেও নিব নোৱাৰিব অযোধ্যালৈ! টাটাৰ এই বাহন অবিহনে আপুনি প্ৰৱেশ কৰিব নোৱাৰিব অযোধ্যাত

editor by editor
January 15, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বিলাসী বাহন থাকিলেও নিব নোৱাৰিব অযোধ্যালৈ! টাটাৰ এই বাহন অবিহনে আপুনি প্ৰৱেশ কৰিব নোৱাৰিব অযোধ্যাত
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মন গ’লেই নিজৰ বাহন লৈ ৰাম মন্দিৰ চাই আহিম বুলি ভাৱি আছে নিশ্চয়! নহ’ব, নিজা বাহন লৈ আপুনি কোনো কাৰণতে অযোধ্যাৰ ৰাম মন্দিৰলৈ যাব নোৱাৰিব। অযোধ্যা ডেভেলপমেণ্ট অথৰিটি, সেউজ অযোধ্যাত চলিবলৈ নিদিয়ে ইন্ধন চালিত বাহন। উত্তৰ প্ৰদেশ চৰকাৰে অযোধ্যাত চলিব লগা বাহনক লৈ দিছে নতুন নিৰ্দেশনা। দেশ-বিদেশৰ পৰা আহিবলগীয়া ভক্তৰ বাবে অযোধ্যাত দিয়া হৈছে বিশেষ বাহন। বিশেষ ইলেকট্ৰিক বাহনেৰেহে আপুনি অযোধ্যাত চলাফিৰা কৰিব পাৰিব।

অযোধ্যাত ভক্তৰ বাবে বাহন যোগান ধৰিবলৈ উত্তৰ প্ৰদেশ চৰকাৰে টাটাৰ সৈতে বিশেষ বৈঠক অনুষ্ঠিত কৰিছে। মেক ইন ইণ্ডিয়া অভিযানৰ অধীনত টাটা মটৰছে তৈয়াৰ কৰা বিশেষ ইলেক্ট্ৰিক বাহনেৰেহে আপুনি চলাফিৰা কৰিব পাৰিব অযোধ্যাত। অন্যান্য কোম্পানীক লোৱাতকৈ টাটাক কিয় গুৰুত্ব দিছে উত্তৰপ্ৰদেশ চৰকাৰে? বহুতেই টাটাক বাচি লোৱাৰ কাৰণ নিজাকৈ বাখ্যাও কৰিছে। কিন্তু ইয়াৰ আঁৰত থকা প্ৰকৃত কাৰণ শেহতীয়াকৈ জনাইছে উত্তৰ প্ৰদেশ চৰকাৰে।

উত্তৰ প্ৰদেশ চৰকাৰৰ তৰফৰ পৰা জনোৱা অনুসৰি প্ৰথম পৰ্যায়ত ভক্তসকলক অনা নিয়া কৰিবৰ বাবে মুঠ ১৫ খন Tata Tigorইলেক্ট্ৰিক বাহন নিৰ্বাচন কৰিছে অযোধ্যা ডেভেলপমেণ্ট অথৰিটিয়ে। টাটা টাইগৰ ইভি সংস্থাই সম্প্ৰতি লঞ্চ কৰা এখন ইলেক্ট্ৰিক বাহন ফুল চাৰ্জ দিলে মুঠ ৩১৫ কিঃমিঃ ৰেঞ্জ দিয়ে। ২৬kwh ক্ষমতা সম্পন্ন বেটেৰী থকা এই বাহন সৰ্বোচ্চ ৭৪ হৰ্ছপাৱাৰেৰে তৈয়াৰ কৰা হৈছে। এই বাহন ছাব কম্পেক্ট চেডাৰ্নৰ। এই বাহনত আসনৰ সংখ্যা ৫। বাহনৰ সুৰক্ষাৰ পৰ্যাপ্ত ব্যৱস্থা আছে। টাটা টাইগৰ ইভিয়ে লক্ষ্নৌৰ পৰা অযোধ্যাৰ ৰাম মন্দিৰলৈকে কঢ়িয়াব দৰ্শনাৰ্থীক। ইলেক্ট্ৰিক বাহনৰ ওপৰিও ইলেক্ট্ৰিক গল্ফ কাৰ্ট ব্যৱহাৰ কৰা হ’ব যাত্ৰীৰ বাবে। বিগত বছৰৰ পৰাই অযোধ্যাত গল্ফ কাৰ্ট ব্যৱহাৰ কৰি থকা হৈছে। এই গল্ফ কাৰ্টসমূহে এবাৰত ৬জন যাত্ৰী কঢ়িয়াব পাৰে।

মূলত ৰাম জন্মভূমি মন্দিৰ প্ৰাংগনত বয়স্ক মানুহৰ যাতায়াতৰ বাবে ব্যৱহাৰ কৰা হ’ব এই গল্ফ কাৰ্ট। এই গল্ফ কাৰ্ট বা টাটা টাইগৰত যাত্ৰা কৰিবলৈ আপুনি কিমান টকা ব্যয় কৰিব লাগিব সেই সম্পৰ্কেও বহুতেই জানিবলৈ আগ্ৰহী হৈ উঠিছে। বেচৰকাৰী সংস্থাৰ সৈতে হাত মিলাই লক্ষ্নৌৰ পৰা অযোধ্যালৈ ইলেক্ট্ৰিক বাহন যোগান ধৰিছে অযোধ্যা ডেভেলপমেণ্ট অথৰিটিয়ে। পৰিসেৱাৰ নাম দিয়া হৈছে My EV Plu। এই বাহনৰ ভাড়া নুন্যতম ২৫০ৰ পৰা ৩০০০ টকা। এই পৰিসেৱাৰ অধীনত ২০০ খন বাহন চলোৱা হ’ব বুলিও অযোধ্যা ডেভেলপমেণ্ট অথৰিটিয়ে জনাইছে। এই বাহনত যাত্ৰা কৰিবৰ বাবে পোনতে এপৰ মাধ্যমেৰে এই বাহন বুক কৰিব লাগিব। যদি মাজতে বাহনৰ চাৰ্জ শেষ হয় তেন্তে চাৰ্জ দিবৰ বাবেও বিশেষ চাৰ্জিং ষ্টেচন বহুৱাইছে টাটা পাৱাৰে। অযোধ্যাৰ ৰে’লৱে ষ্টেচনৰ কাষত আৰু অযোধ্যাৰ মূল পথৰ কাষত এই ধৰণৰ ষ্টেচন বহুওৱাৰ ব্যৱস্থা কৰিছে টাটা পাৱাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ
জীৱনশৈলী

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

April 12, 2026
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ
জীৱনশৈলী

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

April 12, 2026
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
বিনোদন

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

April 12, 2026
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!
জীৱনশৈলী

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

April 12, 2026
Next Post
ৰীল বনাই ধন উপাৰ্জন কৰিব খোজে? এই ৫ উপায় গ্ৰহণ কৰিলে এদিনতেই বাঢ়িব অনুৰাগীৰ সংখ্যা

ৰীল বনাই ধন উপাৰ্জন কৰিব খোজে? এই ৫ উপায় গ্ৰহণ কৰিলে এদিনতেই বাঢ়িব অনুৰাগীৰ সংখ্যা

মাৰ্চত উদয় হৈ শক্তি বঢ়াব শনিয়ে, শনিৰ উদয়ে ৩ ৰাশিৰ হাতত বঢ়াব ধন

মাৰ্চত উদয় হৈ শক্তি বঢ়াব শনিয়ে, শনিৰ উদয়ে ৩ ৰাশিৰ হাতত বঢ়াব ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.