• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিশা পুৰুষ হিচাপে শুইছিল, পুৱা সাৰ পাই উঠে দেখে নিজকে মহিলা হিচাপে, মুজাহিদৰ কাহিনী শুনি চকু পানী টুকিব আপুনিও

নিশা পুৰুষ হিচাপে শুইছিল, পুৱা সাৰ পাই উঠে দেখে নিজকে মহিলা হিচাপে, মুজাহিদৰ কাহিনী শুনি চকু পানী টুকিব আপুনিও

2 years ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

6 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

7 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

7 hours ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

8 hours ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

9 hours ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

9 hours ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

10 hours ago
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

11 hours ago
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

11 hours ago
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

12 hours ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

12 hours ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিশা পুৰুষ হিচাপে শুইছিল, পুৱা সাৰ পাই উঠে দেখে নিজকে মহিলা হিচাপে, মুজাহিদৰ কাহিনী শুনি চকু পানী টুকিব আপুনিও

editor by editor
June 25, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
নিশা পুৰুষ হিচাপে শুইছিল, পুৱা সাৰ পাই উঠে দেখে নিজকে মহিলা হিচাপে, মুজাহিদৰ কাহিনী শুনি চকু পানী টুকিব আপুনিও
0
SHARES
443
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিশা পুৰুষ হিচাপে শুইছিল, পুৱা সাৰ পাই উঠে দেখে নিজকে মহিলা হিচাপে, মুজাহিদৰ কাহিনী শুনি চকু পানী টুকিব আপুনিও

এগৰাকী ২০ বছৰীয়া যুৱকৰ কৰুণ কাহিনী। যি কাহিনীয়ে এতিয়া দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিশা পুৰুষ হিচাপে শুই পুৱা সাৰ পাই উঠি নিজকে মহিলাৰ শৰীৰত দেখা পাই। ইায়ৰ পিছত থকা কাহিনীয়ে হতচকিত কৰি তুলিছে বহুলোককে।

উত্তৰ প্ৰদেশৰ ২০ বছৰীয়া যুৱক মুজাহিদৰ কৰুণ কাহিনী এতিয়া সংবাদ মাধ্যমৰ শিৰোনামত। নিশাটোৰ ভিতৰতে মুজাহিদৰ জীৱনটোৱে লৈছে এক ভয়াৱহ ৰূপ। মুজাহিদৰ অজ্ঞাতেই নিশাৰ ভিতৰতে এক প্ৰতাৰকে চিকিৎসকৰ সৈতে মিলি লিংগ সলনি কৰি পেলায়।

মুজাফ্ফৰনগৰৰ এখন স্থানীয় চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ সৈতে গোপন বুজাবুজি কৰি এজন ব্যক্তিয়ে এই কথা আয়োজন কৰিছিল। এই চাঞ্চল্যকৰ গোচৰটোৱে ক্ষোভৰ সৃষ্টি কৰিছে মুজাহিদৰ পৰিয়ালৰ লোকৰ লগতে অন্য বহু লোকৰ মাজত। ভাৰতীয় কিষাণ সংঘইয়ো এই ঘটনাৰ প্ৰতিবাদ কৰে।

মনছুৰপুৰৰ বেগৰাজপুৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। সঞ্জক গাঁৱৰ বাসিন্দা ২০ বছৰীয়া মুজাহিদে ৩ জুনত ওম প্ৰকাশ নামৰ এজন লোকে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে। ওম প্ৰকাশে চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসকসকলক মুজাহিদৰ অস্ত্ৰোপচাৰ কৰিবলৈ পতিয়ন নিয়াইছিল, য’ত তেওঁৰ যৌনাংগ আঁতৰাই বলপূৰ্বক লিংগ পৰিৱৰ্তন কৰা হৈছিল।

পিতৃ-মাতৃৰ সৈতে ভুক্তভোগী মুজাহিদ

মুজাহিদে দাবী কৰে যে বিগত দুবছৰ ধৰি ওম প্ৰকাছে ভয়- ভাবুকি আৰু হাৰাশাস্তি কৰি আহিছিল। মুজাহিদক মিছাকৈ কোৱা হৈছিল যে তেওঁৰ চিকিৎসাজনিত সমস্যা আছে যাৰ বাবে চিকিৎসালয় পৰিদৰ্শন কৰিব লাগিব। ওমপ্ৰকাশৰ সৈতে চিকিৎসালয়ৰ কৰ্মচাৰীসকলে এনাস্থেচিয়া প্ৰদান কৰি লিংগ পৰিৱৰ্তন অপাৰেচন কৰা বুলি অভিযোগ উত্থাপন কৰে।

অভিযোগ অনুসৰি ওম প্ৰকাশ নামৰ লোকজনে মুজাহিদক এই লিংগ পৰিৱৰ্তনৰ অপাৰেচৰ পাছত নিজৰ লগত ৰাখি বিয়া কৰাই সংসাৰ কৰিব বুলি কোৱাৰ লগতে যদিহে মুজাহিদে তেনে নকৰে তেন্তে মুজাহিদৰ পিতৃক গুলীয়াই হত্যা কৰি পৰিয়ালৰ মাটি বাৰী আদি সকলো জব্দ কৰাৰ ভাবুকি দিয়ে।

এই অস্ত্ৰোপ্ৰচাৰৰ বিষয়ে একোকে নজনা মুজাহিদে পুৱ উঠি যেতিয়া নিজকে ন ৰূপত দেখে লগে লগে অন্য লোকৰ সহায়ত ঘৰলৈ যোগাযোগ কৰি সমস্ত ঘটনা বৰ্ণনা কৰে। পৰিয়ালৰ লোক হাস্পতালত ভৰ্তি হোৱাৰ লগতে আৰক্ষীৰো কাষ চাপে।

পাছত আৰক্ষীৰ আগত দিয়া ভাষ্য অনুসৰি, মুজাহিদক ওম প্ৰকাশে এইদৰে কৈছে- ‘মই তোমাক পুৰুষৰ পৰা মহিলালৈ সলনি কৰিলোঁ আৰু এতিয়া তুমি মোৰ লগত থাকিব লাগিব। মই এজন উকীল প্ৰস্তুত কৰিছো আৰু তোমাৰ লগত আদালতত বিবাহ কৰোৱাৰ বাবে সাজু কৰিছো। যদি তুমি মান্তি নোহোৱা মই তোমাৰ দেউতাকক গুলীয়াই মাৰিম। লগতে তোমালোকৰ সকলো মাটি মই মোৰ নামত কৰি পিছত বিক্ৰী কৰি লক্ষ্ণৌলৈ যাম’।

এই ঘটনাৰ পাছতে ১৬ জুনত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল। কিন্তু আৰক্ষীৰ শিথিল মনোভাৱৰ বাবে আজি পৰ্ন্তন্ত শাস্তি হোৱা নাই অভিযুক্তৰ। যাৰ বাবে এই ঘটনাক সমালোচনা কৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় ভাৰতীয় কিষাণ সংঘই। তদুপৰি এই ঘটনাৰ ফলত জীৱন ক্ষতিগ্ৰস্ত হোৱা মুজাহিদৰ বাবে কমেও ২ কোটি ক্ষতিপূৰণৰ দাবী জনায়।

মুজাফ্ফৰনগৰ আৰক্ষীৰ জ্যেষ্ঠ বিষয়া ৰমাশীষ যাদৱে কয় যে পৰিয়াল আৰু প্ৰতিবাদকাৰীসকলে উত্থাপন কৰা সকলো অভিযোগৰ পুংখানুপুংখ তদন্ত কৰা হ’ব, আৰু দোষী সাব্যস্ত হোৱাসকলৰ বিৰুদ্ধে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। অৱশ্যে বৰ্তমানে আৰক্ষীয়ে ওমপ্ৰকাশক গ্ৰেপ্তাৰ কৰাৰ উপৰিও এই গোচৰৰ সৈতে জড়িত চিকিৎসালয়ৰ কৰ্মচাৰীসকলৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Asam Live 24 DigitalAsom LiveassamAssam best Web deskassam live 24AssamliveForcedeSex ChangSex-Change Surgery
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ
জীৱনশৈলী

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

October 1, 2026
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব
বাণিজ্য

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

October 1, 2026
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?
ভাৰত

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

October 1, 2026
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ
ভাৰত

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

October 1, 2026
Next Post
ভাৰতীয় সেনাত শীঘ্ৰেই জড়িত হ’ব ৰবট কুকুৰ, কি কি সুবিধা আছে এনে কুকুৰৰ, কি কি কাম কৰিব

ভাৰতীয় সেনাত শীঘ্ৰেই জড়িত হ'ব ৰবট কুকুৰ, কি কি সুবিধা আছে এনে কুকুৰৰ, কি কি কাম কৰিব

মহানগৰীত চাঞ্চল্যকৰ ঘটনা, ভাড়াঘৰত উদ্ধাৰ CRPF জোৱানৰ নিথৰ দেহ, পত্নীৰ অবৈধ প্ৰেমৰ সন্দেহ

মহানগৰীত চাঞ্চল্যকৰ ঘটনা, ভাড়াঘৰত উদ্ধাৰ CRPF জোৱানৰ নিথৰ দেহ, পত্নীৰ অবৈধ প্ৰেমৰ সন্দেহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.