• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিনি পাইনে ‘শ্ৰী বিজয়পুৰম’ নামৰ ঠাই, মোদী চৰকাৰে সলাই পেলালে নাম

চিনি পাইনে ‘শ্ৰী বিজয়পুৰম’ নামৰ ঠাই, মোদী চৰকাৰে সলাই পেলালে নাম

2 years ago
গুপ্তাংগ চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগ চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

2 minutes ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

53 minutes ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

1 hour ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

2 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

3 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

4 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

5 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

5 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

5 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

5 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

6 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

চিনি পাইনে ‘শ্ৰী বিজয়পুৰম’ নামৰ ঠাই, মোদী চৰকাৰে সলাই পেলালে নাম

editor by editor
September 13, 2024
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
চিনি পাইনে ‘শ্ৰী বিজয়পুৰম’ নামৰ ঠাই, মোদী চৰকাৰে সলাই পেলালে নাম
0
SHARES
99
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চিনি পাইনে ‘শ্ৰী বিজয়পুৰম’ নামৰ ঠাই, মোদী চৰকাৰে সলাই পেলালে নাম

শুকুৰবাৰে প’ৰ্ট ব্লেয়াৰ সন্দৰ্ভত কেন্দ্ৰীয় মোদী চৰকাৰে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰত চৰকাৰে আন্দামান আৰু নিকোবৰৰ ৰাজধানী প’ৰ্ট ব্লেয়াৰৰ নাম সলনি কৰে। এতিয়াৰ পৰা প’ৰ্ট ব্লেয়াৰক শ্ৰী বিজয়পুৰম নামেৰে পৰিচিত হ’ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক্সত পোষ্ট কৰি এই সন্দৰ্ভত তথ্য সদৰি কৰে।

কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে টুইটাৰযোগে প’ষ্ট কৰি কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশখনক দাসত্বৰ সকলো প্রতীকৰ পৰা মুক্ত কৰাৰ সংকল্পৰ পৰা অনুপ্ৰাণিত হৈ আজি গৃহ মন্ত্র্যালয়ে প’র্ট ব্লেয়াৰৰ নাম শ্রী বিজয়াপুৰম নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্ত লৈছে৷

পোষ্টটোত লগতে ইয়াকো উল্লেখ কৰে যে, শ্ৰী বিজয়পুৰম নামটোৱে ভাৰতৰ স্বাধীনতাৰ সংগ্ৰাম আৰু তাত আন্দামান আৰু নিকোবৰৰ অৱদানৰ প্ৰতিফলন ঘটায়।

https://x.com/ANI/status/1834557483618308259

এই সন্দৰ্ভত আৰু কয় যে ভাৰতৰ স্বাধীনতা আৰু ইতিহাসত এই দ্বীপটোৰ এক অনন্য স্থান আছে। চোলা সাম্ৰাজ্যত নৌসেনাৰ ঘাটিৰ ভূমিকা পালন কৰা এই দ্বীপটো আজি দেশৰ নিৰাপত্তা আৰু উন্নয়ন ত্বৰান্বিত কৰিবলৈ সাজু হৈছে।

এই দ্বীপতো নেতাজী সুভাষ চন্দ্ৰ বসুৱে প্ৰথমে ত্ৰিৰংগ উত্তোলন কৰিছিল আৰু বীৰ সাৱৰকাৰ আৰু অন্যান্য স্বাধীনতা সংগ্ৰামীসকলে চেলুলাৰ জেলত ভাৰত মাতাৰ স্বাধীনতাৰ বাবে যুঁজি দিছিল।

উল্লেখ্য যে ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে আন্দামান আৰু নিকোবৰৰ বহু দ্বীপৰ নাম সলনি কৰিছে। ইয়াৰ পূৰ্বে ভাৰত চৰকাৰে ৰছ দ্বীপৰ নাম সলনি কৰি নেতাজী সুভাষ চন্দ্ৰ বসু দ্বীপ কৰিছিল। চৰকাৰে নীল দ্বীপক শ্বহীদ দ্বীপ আৰু হেলৱাক দ্বীপক স্বৰাজ দ্বীপ নামেৰে নামাকৰণ কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amit-shahmodi governmentName ChangePort BlairRenamedSri Vijaya Puram
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুপ্তাংগ চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং
বিনোদন

গুপ্তাংগ চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

March 27, 2026
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প
বাণিজ্য

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

March 27, 2026
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?
বিনোদন

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

March 27, 2026
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক
জীৱনশৈলী

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

March 27, 2026
Next Post
ৰেচন কাৰ্ড, শিক্ষক, অৰুণোদয় লগতে ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত কেবিনেটৰ বিশেষ বৈঠক

ৰেচন কাৰ্ড, শিক্ষক, অৰুণোদয় লগতে ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত কেবিনেটৰ বিশেষ বৈঠক

আজি পৰিৱৰ্তনী একাদশী, ১২টা ৰাশিৰ ওপৰত কেনে প্ৰভাৱ পৰিব আজিৰ দিনটোত

আজি পৰিৱৰ্তনী একাদশী, ১২টা ৰাশিৰ ওপৰত কেনে প্ৰভাৱ পৰিব আজিৰ দিনটোত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.