• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশজুৰি আৰম্ভ হৈছে কাৰ্ডলেছ ATM! UPIৰে কেনেকৈ ATMৰ পৰা ধন উলিয়াব? শিকি থওক সবিশেষ

দেশজুৰি আৰম্ভ হৈছে কাৰ্ডলেছ ATM! UPIৰে কেনেকৈ ATMৰ পৰা ধন উলিয়াব? শিকি থওক সবিশেষ

2 years ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

14 minutes ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

52 minutes ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

1 hour ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

2 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

3 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

20 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

20 hours ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

21 hours ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

21 hours ago
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

22 hours ago
এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

23 hours ago
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দেশজুৰি আৰম্ভ হৈছে কাৰ্ডলেছ ATM! UPIৰে কেনেকৈ ATMৰ পৰা ধন উলিয়াব? শিকি থওক সবিশেষ

editor by editor
January 2, 2024
in জীৱনশৈলী, প্ৰযুক্তি, বিবিধ, ভাৰত, লেখা
0
দেশজুৰি আৰম্ভ হৈছে কাৰ্ডলেছ ATM! UPIৰে কেনেকৈ ATMৰ পৰা ধন উলিয়াব? শিকি থওক সবিশেষ
0
SHARES
14.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দেশজুৰি এইবাৰ UPI ATM খোলাৰ পৰিকল্পনা কৰিছো মোদী চৰকাৰে। ডেবিট বা ক্ৰেডিট কাৰ্ড অবিহনেই এতিয়াৰে পৰা বেংকৰ জমাধন উলিয়াব পাৰিব গ্ৰাহকে। এটিএমৰ পৰা ধন উলিয়াবলৈকো হাতত থাকিব লাগিব কেৱল মোবাইল ফোনটো। কেনেকৈ কাম কৰিব এই ATMয়ে? UPI ATMৰ পৰা ধন উলিয়াবলৈ কি কৰিব লাগিব?
১) UPI-ATMৰ পৰা ধন উলিয়াবলৈ কেইবাটাও পৰ্যায়ৰ মাজেৰে যাব লাগিব। গ্ৰাহকে পোনতে ATM ত গৈ UPI কেছ উইথড্ৰয়েল অপশ্ব্যন চিলেক্ট কৰিব লাগিব।
২) ইয়াৰ পাছতেই যিমান পৰিমানৰ ধন উলিয়াব সেই এমাউণ্টটো লিখিব লাগিব।
৩) টকাৰ এমাউণ্ট লিখাৰ পাছত ATMৰ স্ক্ৰিণত ভাঁহি আহিব বিশেষ QR কোড।
৪) গ্ৰাহকে এইবাৰ নিজৰ UPI এপলৈ যাওক। তাতেই স্কেনাৰ উলিয়াই QR কোডটো স্কেন কৰি লওক।
৫) স্কেনিং শেষ হ’লে গ্ৰাহকে UPI এপত নিৰ্দিষ্ট পিন নম্বৰটো দিব লাগিব।
৬) পিন নম্বৰ দিয়াৰ পাছতহে ATMৰ পৰা টকা উলাই আহিব।

UPI-ATM ব্যৱহাৰৰ সুবিধাসমূহ কি কি?

UPI-ATM ব্যৱহাৰৰ ক্ষেত্ৰত প্রথম সুবিধা হৈছে ধন উলিওৱাৰ বাবে গ্ৰাহকে সকলোসময়তে হাতত ডেবিট বা ক্ৰেডিট কাৰ্ড বহন কৰি নুফুৰিলেও হ’ব। ATMৰ পৰা একাউণ্ট বেলেন্সৰ কাগজ উলিওৱাৰো প্ৰয়োজন নাই। গ্ৰাহকে নিজৰ UPI লৈ গৈয়েই একাউণ্ট বেলেন্স চাব পাৰিব।

UPI-ATMৰ পৰা এবাৰত কিমান টকা উঠাব পাৰিব?
এই পদ্ধতিত গ্ৰাহকে এবাৰত ১০ হাজাৰ টকা পৰ্যন্ত ধন উঠাব পাৰিব। উল্লেখ্য যে, ডেবিট বা ক্ৰেডিট কাৰ্ডৰ গ্ৰাহকেও এবাৰত এই পৰিমাণৰ ধনেই ATM ৰ পৰা উঠাব পাৰে। অৰ্থাৎ টকা উঠোৱাৰ ক্ষেত্ৰত পৰিমাণৰ ক্ষেত্ৰত নিয়মৰ সলনি নহয়।

UPI-ATMৰ পৰা মুঠ কিমান ধন উঠাব পাৰিব?

সম্প্ৰতি UPIক লৈ নতুন নিৰ্দেশনা আনিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বা RBIয়ে। তাতেই UPIৰ মাধ্যমেৰে লেনদেনৰ ঊৰ্ধসীমা বঢ়াই ১লাখ পৰ্যন্ত কৰা হৈছে। UPI-ATMৰ ক্ষেত্ৰতো একেই নিয়মেই থাকিব। ATMসংক্ৰান্তীয় পূৰ্বৰ সকলো নিয়ম একেই থাকিব।

UPI-ATM ব্যৱহাৰৰ ডেমো ভিডিঅ’ শ্বেয়াৰ
বিগত বৃহস্পতিবাৰে UPI-ATM ব্যৱহাৰৰ এটা ডেমো ভিডিঅ’ X হেণ্ডেলত প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী পীয়ূষ গোৱেলে। তাতেই কেনেকৈ UPI-ATM ব্যৱহাৰ কৰিব সেই পদ্ধতি দেখুওৱা হৈছে। বিগত কেইঘণ্টামান ধৰি এই ভিডিঅ’ সমগ্ৰ দেশজুৰি ভাইৰেলো হৈ পৰিছে।

https://x.com/PiyushGoyal/status/1699652077679767851?s=20

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!
জীৱনশৈলী

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

March 13, 2026
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?
জীৱনশৈলী

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

March 13, 2026
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ
ক্ৰীড়া

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

March 13, 2026
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ
জীৱনশৈলী

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

March 13, 2026
Next Post
নৱবৰ্ষ জাপানত কটাবলৈ গৈছিলো কিন্তু… ভয়াৱহ ভূমিকম্পৰ মাজত জাপানত আৱদ্ধ জুনিয়ৰ এন টি আৰ বৰ্তমান কেনে আছে?

নৱবৰ্ষ জাপানত কটাবলৈ গৈছিলো কিন্তু... ভয়াৱহ ভূমিকম্পৰ মাজত জাপানত আৱদ্ধ জুনিয়ৰ এন টি আৰ বৰ্তমান কেনে আছে?

স্বাস্তি, পূৰ্বতকৈ অলপ সুস্থ! হাৰ্টত দুটাকৈ ব্লকৰ লগতে ডাইবেটিছতো আক্ৰান্ত দ্বীপজ্যোতি

স্বাস্তি, পূৰ্বতকৈ অলপ সুস্থ! হাৰ্টত দুটাকৈ ব্লকৰ লগতে ডাইবেটিছতো আক্ৰান্ত দ্বীপজ্যোতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.