• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
PhonePe, Google Pay, Paytmৰ লেনদেন বন্ধ হ’ব পাৰে আপোনাৰো! এবছৰৰ সময়সীমা বান্ধি দিলে কেন্দ্ৰীয় চৰকাৰে

PhonePe, Google Pay, Paytmৰ লেনদেন বন্ধ হ’ব পাৰে আপোনাৰো! এবছৰৰ সময়সীমা বান্ধি দিলে কেন্দ্ৰীয় চৰকাৰে

3 years ago
IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

46 minutes ago
ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

1 hour ago
ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

2 hours ago
উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

3 hours ago
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

4 hours ago
পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

4 hours ago
আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

5 hours ago

গুৱাহাটীত অপেনাৰ ৰোহিতৰ ছিক্সাৰৰ বৰষুণ, ৫টাকৈ মাইলষ্টোন স্পৰ্শ

16 hours ago
ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

18 hours ago
এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

18 hours ago
কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

18 hours ago
এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

PhonePe, Google Pay, Paytmৰ লেনদেন বন্ধ হ’ব পাৰে আপোনাৰো! এবছৰৰ সময়সীমা বান্ধি দিলে কেন্দ্ৰীয় চৰকাৰে

editor by editor
November 17, 2023
in প্ৰযুক্তি, বাণিজ্য, ভাৰত
0
PhonePe, Google Pay, Paytmৰ লেনদেন বন্ধ হ’ব পাৰে আপোনাৰো! এবছৰৰ সময়সীমা বান্ধি দিলে কেন্দ্ৰীয় চৰকাৰে
0
SHARES
407
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দেশত UPI অৰ্থাৎ অনলাইন লেনদেনৰ ব্যৱহাৰ দিনকদিনে বৃদ্ধি পাইছে। PhonePe, Google Pay, Paytmৰ দৰে থাৰ্ড পাৰ্টী এপসমূহে অনলাইন ইউপিআই লেনদেন আৰু বেছি সহজ কৰি তুলিছে। বৰ্তমান সৰু সৰু দোকানৰ পৰা আদি কৰি হকাৰলৈকে, শ্বপিং মলৰ পৰা ফুটপাথৰ দোকানলৈকে UPI লেনদেন সকলোতে। ডিজিটেল ইণ্ডিয়াৰ শ্ৰষ্টা হিচাপে ইতিহাসত নিজৰ নাম সন্নিবিষ্ট কৰা মোদীয়ে এইবাৰ লৈছে আন এক বৃহৎ সিদ্ধান্ত। এই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে নিজে লোৱা নাই। এই বৃহৎ সিদ্ধান্ত লৈছে নেশ্ব্যনেল পেমেণ্টছ কৰ্পোৰেশ্বন অফ ইণ্ডিয়াই মূলত UPI পৰিচালনা কৰাৰ দায়িত্বত আছে। এইবাৰ এই সংস্থাই PhonePe, Google Pay, Paytmৰ দৰে থাৰ্ড পাৰ্টী এপসমূহলৈ বিশেষ নিৰ্দেশনা প্ৰেৰণ কৰিছে নেশ্ব্যনেল পেমেণ্টছ কৰ্পোৰেশ্বন অফ ইণ্ডিয়াই।

যিসমূহ UPIidৰ পৰা বিগত এবছৰে কোনো লেনদেন হোৱা নাই তেনে UPIid বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে। বন্ধ কৰাৰ পূৰ্বে Email গ্ৰাহকক এই সন্দৰ্ভত বিশেষ মেছেজ প্ৰেৰণ কৰা হৈছে। নেশ্ব্যনেল পেমেণ্টছ কৰ্পোৰেশ্বন অফ ইণ্ডিয়াই এই সিন্ধান্তৰ ফলত UPI লেনদেন আৰু নিৰাপদ হ’ব বুলি আশা কৰা হৈছে। সমস্ত এপ আৰু বেংক নিষ্ক্ৰিয় গ্ৰাহকক ইউপি আইডিৰ সৈতে মোবাইল নম্বৰ এক্টিভ হৈ আছেনে নাই সেই কথাত নজৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে। বিগত এবছৰ ধৰি যিসকলৰ ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড অব্যৱহৃত হৈ আছে তেওঁলোকৰো UPI আইডি অচিৰেই বন্ধ কৰা হ’ব।

ভুল UPI লেনদেন কমি যাব

কেন্দ্ৰীয় সংস্থাৰ এই সিদ্ধান্তত ভুল লেনদেন কমি যাব বুলি আশা কৰা হৈছে। বহুতৰে ক্ষেত্ৰত দেখা যায় যে, নিজৰ মোবাইল নম্বৰ সলাই কিন্তু UPI লেনদেনত অন্য নম্বৰ দি থয়। এনে অব্যৱহৃত মোবাইল নম্বৰৰ সৈতে যুক্ত UPI id বন্ধ কৰি দিয়া হ’ব। এই ক্ষেত্ৰত কোনো লোকে যদি আকৌ পুৰণি নম্বৰটো এক্টিভ কৰে তেন্তে তেওঁৰ ইউপিআই আইডি সক্ৰিয় হৈ পৰিব। ফোন নম্বৰত টকা পঠিয়ালেও লাভ কৰিব। ১বছৰলৈকে ডিএক্টিভ হৈ থকা সকলোবোৰ ইউপিআই আইডিয়েই বন্ধ হৈ পৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

UPI ID এক্টিভ ৰাখিবলৈ কি কৰিব?

বহুক্ষেত্ৰত দেখা যায় যে, এজন ব্যক্তিৰ দুই বা তাতোধিক UPI ID থাকে। কিন্তু বেছিভাগ সময়েই সেই UPI IDৰে লেনদেন নহয়। তেনে অব্যৱহৃত UPI IDসমূহ নিষ্ক্ৰিয় কৰি দিয়া হ’ব। এজন ব্যৱহাৰকাৰীয়ে অত্যাধিক UPI ID এক্টিভ ৰাখিলে মাজে মাজে সেই আইডিৰেও পেমেণ্ট কৰি থাকিলেহে সেই আইডিসমূহ থাকিব অন্যথা চিৰদিনৰ বাবে বন্ধ কৰি দিব নেশ্ব্যনেল পেমেণ্টছ কৰ্পোৰেশ্বন অফ ইণ্ডিয়াই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?
বিনোদন

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

August 12, 2026
ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!
ভাৰত

ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

August 12, 2026
ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?
প্ৰযুক্তি

ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

August 12, 2026
উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!
অপৰাধ

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

August 12, 2026
Next Post
খালী ভৰিৰেই এদিন বিশ্বক চমক দিছিল ভাৰতীয় ফুটবল দলে, এইবাৰ ফিফাত ভাৰতীয়ই সমৰ্থনৰ বাবে অন্য দেশক বাছনি নকৰিলেও হ’ব!

খালী ভৰিৰেই এদিন বিশ্বক চমক দিছিল ভাৰতীয় ফুটবল দলে, এইবাৰ ফিফাত ভাৰতীয়ই সমৰ্থনৰ বাবে অন্য দেশক বাছনি নকৰিলেও হ’ব!

সম্পৰ্কত ফাঁট মেলাটো সঁচা কথা! ঐশ্বৰ্যৰ পাছত আৰাধ্যাৰ জন্মদিনতো শুভেচ্ছা নজনালে বচ্চন পৰিয়ালৰ কোনো এজন সদস্যইয়ো

সম্পৰ্কত ফাঁট মেলাটো সঁচা কথা! ঐশ্বৰ্যৰ পাছত আৰাধ্যাৰ জন্মদিনতো শুভেচ্ছা নজনালে বচ্চন পৰিয়ালৰ কোনো এজন সদস্যইয়ো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.