• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰে পৰা UPI নতুন নিয়ম- এইসকল লোকে কৰিব নোৱাৰিব UPI পেমেণ্ট

আজিৰে পৰা UPI নতুন নিয়ম- এইসকল লোকে কৰিব নোৱাৰিব UPI পেমেণ্ট

12 months ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

2 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

4 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

5 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

5 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

6 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

6 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

7 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

7 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

9 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

9 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

1 day ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

আজিৰে পৰা UPI নতুন নিয়ম- এইসকল লোকে কৰিব নোৱাৰিব UPI পেমেণ্ট

editor by editor
April 1, 2025
in বাণিজ্য, বিবিধ, বিশ্ব, ভাৰত
0
আজিৰে পৰা UPI নতুন নিয়ম- এইসকল লোকে কৰিব নোৱাৰিব UPI পেমেণ্ট
0
SHARES
8.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিৰে পৰা UPI নতুন নিয়ম- এইসকল লোকে কৰিব নোৱাৰিব UPI পেমেণ্ট

ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ অৰ্থাৎ ইউপিআই, অনলাইন ট্ৰেনজেকশ্যন, যি ভাৰতত সৰ্বাধিক ব্যৱহাৰ কৰা হয়। বৰ্তমানে ই সৰ্ববৃহৎ ডিজিটেল পেমেণ্ট ব্যৱস্থাত পৰিণত হৈ পৰিছে দেশত।

সহজে অনলাইন ধন পৰিশোধ কৰাৰ বাবে ইউপিআই সকলোৰে পৰিচিত তথা প্ৰথম পছন্দ হৈ পৰিছে দেশত। অৱশ্যে ইয়াৰ সহায়ত বহু প্ৰৱঞ্চকেও প্ৰৱঞ্চনা কৰি আছে। এনে পৰিস্থিতিত ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগমে ব্যৱহাৰকাৰীৰ সুৰক্ষাৰ কথা মনত ৰাখি সময়ে সময়ে নতুন নিয়ম আৰু আপডেট জাৰি কৰি আহিছে।

সেই উদ্দেশ্যেই আজি ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হৈছে ইউ পি আইৰ নতুন নিয়ম। এনে পৰিস্থিতিত বহুতো ইউপিআই ব্যৱহাৰকাৰীৰ বাবে লেনদেন বন্ধ হ’ব পাৰে।

নতুন নিয়মৰ অধীনত সকলো ইউপিআই ব্যৱহাৰকাৰীয়ে অনলাইন লেনদেন কৰিব নোৱাৰিব। দীৰ্ঘদিন ধৰি বন্ধ থকা বা নিষ্ক্ৰিয় মোবাইল নম্বৰ ব্যৱহাৰকাৰীৰ সেই ফোন নম্বৰৰ বাবে ইউপিআই পেমেণ্ট বন্ধ কৰা হৈছে।

বেংকৰ সৈতে লিংক কৰা নম্বৰটো যদি দীৰ্ঘদিন ধৰি সক্ৰিয় নহয় তেন্তে ব্যৱহাৰকাৰীসকলৰ বাবে ইউপিআই ব্যৱহাৰ কৰাটো সম্ভৱ নহ’ব। বেংকৰ সৈতে কোনো নিষ্ক্ৰিয় ফোন নম্বৰ সংযুক্ত হ’লেও বেংকিং সেৱাত প্ৰভাৱ পৰিব পাৰে।

ইয়াৰ বাবে পঞ্জীয়নভুক্ত মোবাইল নম্বৰ সক্ৰিয় হ’ব লাগিব। নিষ্ক্ৰিয় নম্বৰৰ পৰা ধন পৰিশোধ কৰিব নোৱাৰিব। টেলিকম বিভাগৰ নিয়ম অনুসৰি ৯০ দিন যদি কোনো ফোন নম্বৰ ব্যৱহাৰ কৰা নহয় তেন্তে ফোন নম্বৰটো নিষ্ক্ৰিয় কৰা হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Online PaymentUPIUPI Payment
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!
জীৱনশৈলী

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

March 13, 2026
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ
ক্ৰীড়া

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

March 13, 2026
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী
বিবিধ

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

March 12, 2026
Next Post
১২ এপ্ৰিলৰ পৰা দূৰ হ’ব ৫ ৰাশিৰ দুখ-যন্ত্ৰণা, মংগল গ্ৰহৰ পূষ্য নক্ষত্ৰত ট্ৰেনজিট

১২ এপ্ৰিলৰ পৰা দূৰ হ'ব ৫ ৰাশিৰ দুখ-যন্ত্ৰণা, মংগল গ্ৰহৰ পূষ্য নক্ষত্ৰত ট্ৰেনজিট

ক্ৰিকেট খেলিবলৈ আহি চিনেমাৰ জনপ্ৰিয় ভিলেইন হৈ পৰিছিল ৰবীনা টেণ্ডনৰ মামা

ক্ৰিকেট খেলিবলৈ আহি চিনেমাৰ জনপ্ৰিয় ভিলেইন হৈ পৰিছিল ৰবীনা টেণ্ডনৰ মামা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.