দেশজুৰি হঠাত বন্ধ হৈ পৰিছে ইউ পি আই সেৱা।
ভাৰতৰ ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ (ইউপিআই)ৰ চাৰ্ভাৰ বন্ধ হৈ পৰিছে।
Phonepe, Google Pay আৰু অন্যান্য পেমেণ্ট এপৰ পৰা ধন প্ৰেৰণ আৰু গ্ৰহণৰ ক্ষেত্ৰত সৃষ্টি হৈছে সমস্যাৰ।
বহু ইউজাৰে এই তথ্য ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰিছে।
কিয় বিকল হৈ পৰিছিল এই সেৱা সেই সন্দৰ্ভত কোনো তথ্য এতিয়াও প্ৰকাশ কৰা হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ