• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰৰ মাটিতে পৰাজিত, পৰাজয়ৰ পাছত কি ক’লে ৰিয়ানে

ঘৰৰ মাটিতে পৰাজিত, পৰাজয়ৰ পাছত কি ক’লে ৰিয়ানে

1 year ago
হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?

আপোনাৰ প্ৰতি স্বামীৰ অনিহা? মৰম বঢ়াবলৈ কৰক এই কাম

5 hours ago
গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

5 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াত পেট ফুলাৰ সমস্যা, ভুলতো নাখাব এইবিধ বস্তু!

6 hours ago
SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

6 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

Gold Price: হ্ৰাস পালে সোণৰ মূল্য! এয়াই অলংকাৰ ক্ৰয়ৰ উচিত সময় নেকি?

7 hours ago
পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

8 hours ago
১৯ ছেপ্টেম্বৰত ৪ ৰাশিৰ জীৱনত বিপদৰ আশংকা? হওক সাৱধান!

১৯ ছেপ্টেম্বৰত ৪ ৰাশিৰ জীৱনত বিপদৰ আশংকা? হওক সাৱধান!

8 hours ago
Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

9 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

হাতলৈ আহিব ধন, সলনি হ’ব আৰ্থিক স্থিতি! ১৯ ছেপ্তেম্বৰৰ ৰাশিফল জানো আহক

10 hours ago
PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

11 hours ago
মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

12 hours ago
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ঘৰৰ মাটিতে পৰাজিত, পৰাজয়ৰ পাছত কি ক’লে ৰিয়ানে

editor by editor
March 27, 2025
in অসম, উত্তৰ-পূব, ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
ঘৰৰ মাটিতে পৰাজিত, পৰাজয়ৰ পাছত কি ক’লে ৰিয়ানে
0
SHARES
3.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঘৰৰ মাটিতে পৰাজিত, পৰাজয়ৰ পাছত কি ক’লে ৰিয়ানে

ঘৰৰ মাটি, ঘৰুৱা দৰ্শক, কিন্তু পৰাজিত ৰিয়ান টিম। কালি ২৬ মাৰ্চ তাৰিখে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত উৰিল আজিংক্যা ৰাহানেৰ দলৰ বিজয়ধ্বজ । ৮ উইকেটত পৰাজিত ৰিয়ান দল।

প্ৰতিযোগিতাখনৰ এইখন আছিল ষষ্ঠখন খেল, য’ মুখামুখি হৈছিল ৰিয়ানৰ ৰাজস্থান আৰু ৰাহানেৰ কলকাতা। এই খেলখনত কলকাতা দলে ৮ উইকেটত জয়লাভ কৰে। কলকাতাৰ এয়া আছিল প্ৰতিযোগিতাখনৰ প্ৰথমখন বিজয় হোৱা খেল।

তাৰ বিপৰীতে ৰাজস্থানৰ এয়া একেৰাহে দ্বিতীয়টো পৰাজয়। এই পৰাজয়ৰ পিছত ৰাজস্থানৰ অধিনায়ক ৰিয়ান পৰাগ কিছু হতাশ যেন দিখা যায়। কাৰণ ৰিয়ানৰ অধিনায়কত্বত এয়া একেলগে দ্বিতীয় পৰাজয়। মেচৰ পিছত ৰিয়ানে সদৰি কৰে দলটোৱে ক’ত ভুল কৰিলে যাৰ বাবে মেচখন তেওঁলোকৰ হাতৰ পৰা গুচি যায়।

নিৰ্ধাৰিত ২০ অভাৰত ৯ উইকেট হেৰুৱাই ১৫১ ৰাণ সংগ্ৰহ কৰিছিল ৰাজস্থান দলে। ৰিয়ান পৰাগে ৩ টা ছিক্স মাৰি মুঠ ২৫ ৰাণৰ কৰি আউট হয়। কলকাতাক ১৫২ ৰাণৰ লক্ষ্য বান্ধি দিয়ে ৰাজস্থানে।

কলকাতাই ১৫২ ৰান খেদি ১৭ .৩ অভাৰতে লক্ষ্য পাৰ কৰি বিজয় সাব্যস্ত কৰে। যাৰ ফলত পুনৰবাৰ বিফলতাৰ সন্মুখিন হয় ৰিয়ান।

দ্বিতীয়বাৰ পৰাজিত হৈ ৰিয়ান কয়- ‘আমাৰ পৰিকল্পনা অনুসৰিয়ে আমি আগবাঢ়িছিলো। ১৭০ ৰান কৰাৰ বাবে ভাবিছিলো, কিন্তু ২০ ৰানৰ কৰাত বিফল হৈ ১৫১ হে কৰিব পাৰো। লগতে ডি কুকক সোনকালে আউট কৰাৰ কথা ভাবিছিলো। কিন্তু সেয়া হৈ নুঠে। বাস্তৱতে তেখেতে ভাল খেলিছে। ‘

‘এতিয়া সময় আহি পৰিছে আমি ভাল খেলাটো, লগতে খেলৰ পৰিনাম আমাৰ নামত অনাটো। আমি আমাৰ ভুলৰ পৰাই কিবা এটা নতুন শিকো। যাৰ ফলত সেই ভুল পুৰাই নকৰিবৰ বাবে আমি চেষ্টা কৰো। নেক্সট খেল খন জয় হোৱাৰ বাবে আমি সকলো চেষ্টা কৰিম। ‘

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketiplIPL 2025riyan parag
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?
জীৱনশৈলী

আপোনাৰ প্ৰতি স্বামীৰ অনিহা? মৰম বঢ়াবলৈ কৰক এই কাম

September 18, 2026
গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!
জীৱনশৈলী

গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

September 18, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

মাহেকীয়াত পেট ফুলাৰ সমস্যা, ভুলতো নাখাব এইবিধ বস্তু!

September 18, 2026
SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?
নিয়োগ

SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

September 18, 2026
Next Post
শ্বাহৰুখৰ সৈতে হিট ছবি কৰিয়ো অভিনয়ক চিৰ বিদায় দিয়া অভিনেত্ৰী এতিয়া ৪৪২৫০ কোটি টকাৰ মালিক

শ্বাহৰুখৰ সৈতে হিট ছবি কৰিয়ো অভিনয়ক চিৰ বিদায় দিয়া অভিনেত্ৰী এতিয়া ৪৪২৫০ কোটি টকাৰ মালিক

ভয়ংকৰ অগ্নিকাণ্ড, ডিব্ৰুগড়ৰ ১২০ বছৰীয়া চাহ বাগিচাৰ ফেক্টৰী জ্বলি ছাৰখাৰ

ভয়ংকৰ অগ্নিকাণ্ড, ডিব্ৰুগড়ৰ ১২০ বছৰীয়া চাহ বাগিচাৰ ফেক্টৰী জ্বলি ছাৰখাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.