• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

1 month ago
উশাহ চুটি আৰু অত্যধিক ঘাম ওলোৱা… এয়া গেছৰ নে হাৰ্ট এটেকৰ সংকেত?

উশাহ চুটি আৰু অত্যধিক ঘাম ওলোৱা… এয়া গেছৰ নে হাৰ্ট এটেকৰ সংকেত?

36 minutes ago
৫ ৰাশিৰ ভাগ্যই ল’ব নতুন ৰূপ! ধন-সম্পত্তি আৰু কেৰিয়াৰত আহিব নতুন সুযোগ?

৫ ৰাশিৰ ভাগ্যই ল’ব নতুন ৰূপ! ধন-সম্পত্তি আৰু কেৰিয়াৰত আহিব নতুন সুযোগ?

1 hour ago
দৈনিক ৰাশিফল- আজি বজৰংবলীৰ কৃপা বৃষ আৰু তুলা ৰাশিৰ ওপৰত, কি আছে অন্য ৰাশিৰ ভাগ্যত

ভাগ্যই দেখুৱাব যাদু! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

2 hours ago
ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

9 hours ago
গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

10 hours ago
PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

10 hours ago
নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

11 hours ago
নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

11 hours ago
অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

12 hours ago
ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

13 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

সোমবাৰে ভাগ্যই সংগ দিবনে আপোনাক? জানক ১২টা ৰাশিৰ আজিৰ ভৱিষ্যৎ

13 hours ago
ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

ইণ্টাৰনেট অবিহনে ইউপিআই পেমেণ্ট কেনেকৈ সম্ভৱ?

editor by editor
September 13, 2026
in বাণিজ্য, বিবিধ, লেখা
0
UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা
0
SHARES
150
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

UPI পেমেণ্ট কৰিব বিচাৰে, কিন্তু আপোনাৰ মোবাইলত নেটৱৰ্ক নাই বা ইণ্টাৰনেটৰ সমস্যা হৈছে। বহুতে এনে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে। শেষত এই সমস্যাটোও সমাধান হ’বলৈ গৈ আছে। শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে ইউ পি আই পে এণ্ড টেপ সেৱা আৰম্ভ কৰিছে। ইয়াৰ জৰিয়তে এনএফচি সমৰ্থিত স্মাৰ্টফোন ব্যৱহাৰ কৰি এনএফচি সক্ষম পিঅ’এছ মেচিনত পেমেণ্ট কৰিব পৰা যাব। ফোনটো আনলক কৰি পি অ’ এছ মেচিনৰ ওচৰত টেপ কৰি পেমেণ্ট কৰিব পাৰি।

যোৱা ১০ ছেপ্টেম্বৰত আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই এই নতুন সেৱাৰ কথা ঘোষণা কৰিছিল।ডিজিটেল পেমেণ্ট সহজ কৰি তোলাৰ লগতে গ্ৰাহকৰ সুৰক্ষা আৰু সমৰ্থন বৃদ্ধি কৰাৰ উদ্দেশ্যে দুটা নতুন সেৱা আৰম্ভ কৰা হৈছে। এটা হৈছে ‘ইউপিআই পে এণ্ড টেপ’, আৰু আনটো হৈছে এআই চালিত ‘মাইইউপিআই’।

ইণ্টাৰনেট অবিহনে ইউপিআইয়ে সকলোতে কাম কৰিবনে?

এটা কথা মনত ৰাখিব লাগে। ‘ইউপিআই পে এণ্ড টেপ’ আৰম্ভ হোৱাৰ অৰ্থ এইটো নহয় যে এতিয়াৰ পৰা ইণ্টাৰনেট অবিহনে সকলোতে ইউপিআই পেমেণ্ট কৰিব পৰা যাব। এই ব্যৱস্থাত গ্ৰাহকক তেওঁলোকৰ স্মাৰ্টফোনত মোবাইল ইণ্টাৰনেটৰ প্ৰয়োজন নহ’ব। অৱশ্যে পেমেণ্ট কৰা পি অ’ এছ মেচিনৰ ইণ্টাৰনেট সংযোগ ব্যৱহাৰ কৰি লেনদেন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব।

ইউ পি আই পে এণ্ড টেপে কেনেকৈ কাম কৰিব ?

এই সেৱাই কন্টাক্টলেছ ডেবিট বা ক্ৰেডিট কাৰ্ড পেমেণ্টৰ দৰেই কাম কৰিব, আৰু গ্ৰাহকৰ হাতত এনএফচি সমৰ্থিত স্মাৰ্টফোন থকাটো প্ৰয়োজনীয়।

প্ৰথমে আপোনাৰ ফোনটো আনলক কৰিব লাগিব। তাৰ পিছত, এটা NFC-সমৰ্থিত POS মেচিনৰ ওচৰত আপোনাৰ ফোনটো টেপ কৰক। পি অ’ এছ টাৰ্মিনেলৰ ইণ্টাৰনেট সংযোগ ব্যৱহাৰ কৰি পেমেণ্ট প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব।

ইউপিআইৰ সৈতে সংযুক্ত বিভিন্ন ধৰণৰ একাউণ্টৰ বাবে এই সুবিধা উপলব্ধ হ’ব। আনকি এই সেৱা ইউপিআইৰ সৈতে সংযুক্ত ৰূপে ক্ৰেডিট কাৰ্ডৰ বাবেও ব্যৱহাৰ কৰিব পাৰি।

UPI PIN ৰ প্ৰয়োজন নাই নেকি?

সৰু সৰু লেনদেন সহজ কৰি তোলা হৈছে। ৫,০০০ টকা পৰ্যন্ত পেমেণ্টৰ বাবে UPI PIN ৰ প্ৰয়োজন নহ’ব। অৱশ্যে ৫ হাজাৰ টকাৰ ওপৰৰ লেনদেনৰ বাবে ইউ পি আই পিনৰ প্ৰয়োজন হ’ব।

MyUPI কি?

মাইইউপিআই হৈছে এনপিচিআইয়ে বেংক আৰু ইউপিআই এপসমূহৰ মাজেৰে গ্ৰাহকৰ ইউপিআই লেনদেন আৰু অটো পে মেণ্ডেট তথ্য একত্ৰিত কৰিবলৈ বিকশিত কৰা এটা এআই-চালিত প্লেটফৰ্ম।

MyUPI ত এটা সুৰক্ষা চুইচ আছে। যদি কোনো গ্ৰাহকে সন্দেহ কৰে যে তেওঁলোকৰ একাউণ্টৰ সুৰক্ষাত আপোচ কৰা হৈছে, তেন্তে তেওঁলোকে এই সেৱাৰ জৰিয়তে ইউপিআই ডেবিট লেনদেন বন্ধ কৰিবলৈ অনুৰোধ কৰিব পাৰে। MyUPI এ কাৰোবালৈ ধন পঠোৱাৰ আগতে গ্ৰাহকৰ বিষয়ে অতিৰিক্ত তথ্যও দেখুৱাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উশাহ চুটি আৰু অত্যধিক ঘাম ওলোৱা… এয়া গেছৰ নে হাৰ্ট এটেকৰ সংকেত?
জীৱনশৈলী

উশাহ চুটি আৰু অত্যধিক ঘাম ওলোৱা… এয়া গেছৰ নে হাৰ্ট এটেকৰ সংকেত?

October 26, 2026
৫ ৰাশিৰ ভাগ্যই ল’ব নতুন ৰূপ! ধন-সম্পত্তি আৰু কেৰিয়াৰত আহিব নতুন সুযোগ?
জীৱনশৈলী

৫ ৰাশিৰ ভাগ্যই ল’ব নতুন ৰূপ! ধন-সম্পত্তি আৰু কেৰিয়াৰত আহিব নতুন সুযোগ?

October 26, 2026
দৈনিক ৰাশিফল- আজি বজৰংবলীৰ কৃপা বৃষ আৰু তুলা ৰাশিৰ ওপৰত, কি আছে অন্য ৰাশিৰ ভাগ্যত
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

October 26, 2026
ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ
জীৱনশৈলী

ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

October 25, 2026
Next Post
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

জন্নত নচিব কৰক... জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

১০ লাখৰ FD নে ১০ হাজাৰৰ RD? ১০ বছৰৰ পিছত কোনে বেছি ৰিটাৰ্ণ পাব জানক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.