• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
UPI ৰে ২০০০তকৈ বেছি লেনদেন কৰিবলৈ এতিয়াৰে পৰা সময় ল’ব ৪ঘণ্টা, নতুন নিয়ম অনাৰ পথত মোদী চৰকাৰ

UPI ৰে ২০০০তকৈ বেছি লেনদেন কৰিবলৈ এতিয়াৰে পৰা সময় ল’ব ৪ঘণ্টা, নতুন নিয়ম অনাৰ পথত মোদী চৰকাৰ

2 years ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

5 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

5 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

6 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

7 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

7 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

8 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

8 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

10 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

10 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

11 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

12 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

UPI ৰে ২০০০তকৈ বেছি লেনদেন কৰিবলৈ এতিয়াৰে পৰা সময় ল’ব ৪ঘণ্টা, নতুন নিয়ম অনাৰ পথত মোদী চৰকাৰ

editor by editor
January 25, 2024
in প্ৰযুক্তি, বাণিজ্য
0
UPI ৰে ২০০০তকৈ বেছি লেনদেন কৰিবলৈ এতিয়াৰে পৰা সময় ল’ব ৪ঘণ্টা, নতুন নিয়ম অনাৰ পথত মোদী চৰকাৰ
0
SHARES
5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ UPI ৰ জগতত আহিব এইবাৰ বিৰাট পৰিবৰ্তন। মুহূৰ্ততেই লেনদেনৰ কৰিব পৰা যি সুবিধা বৰ্তমানলৈকে UPI ব্যৱহাৰকাৰীয়ে লাভ কৰি আহিছে তাৰ কিছু সালসলনি অনাৰ কথা ঘোষণা কৰিছে কেন্দ্ৰই। কাৰণ UPI লেনদেনত ৪ঘণ্টাৰ সময়সীমা ঠিক কৰিবলৈ আগবাঢ়িছে কেন্দ্ৰ। কিন্তু এই ৪ঘণ্টাৰ সময়সীমা প্ৰকৃততে কি?

একাধিক মিডিয়া ৰিপৰ্টৰ দাবী যে ২০০০টকাতকৈ বেছি পৰিমাণৰ অৰ্থ লেনদেন কৰিবলৈ এতিয়াৰে পৰা ৪ঘণ্টাতকৈ বেছি সময় লাগিব। এই নিয়ম সকলো UPI ট্ৰেন্সফাৰৰ বাবেই প্ৰযোজ্য হ’ব। প্রথমবাৰ ২০০০ টকাতকৈ বেছি লেনদেন কৰা ব্যৱহাৰকাৰীৰ বাবে এই নিয়ম প্ৰযোজ্য হ’ব। মূলত অনলাইন প্ৰতাৰণাৰ সমস্যা দূৰ কৰিবলৈকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। UPI অধিকাৰীসকলৰ সৈতে এই বিষয়ে আলোচনাও আৰম্ভ কৰিছে কেন্দ্ৰই। এই পদক্ষেপত UPI ব্যৱহাৰকাৰীৰ কিছু সমস্যা পোনতে হ’লেও অনলাইন পেমেণ্টৰ জালিয়াতি কিছু পৰিমাণে ৰোধ হ’ব বুলি জনাইছে কেন্দ্ৰই।

এই নিয়ম প্ৰযোজ্য হ’লে UPI-ত আহিব ৪ঘণ্টাৰ এটা উইণ্ড। এই উইণ্ডই কেনেকৈ কাম কৰিব? এই নতুন নিয়মৰ আওঁতাত ফোন পে, গুগল পে, পেটিএম আদি UPI-ব্যৱহাৰকাৰীয়ে তাৎক্ষণিকভাৱে কোনো অচিনাকী ব্যক্তিলৈ UPI-একাউণ্টেৰে ২০০০ টকাতকৈ বেছি ধনৰ লেনদেন কৰিব নোৱাৰিব। ইয়াৰবাবে ৪ঘণ্টাতকৈয়ো বেছি সময় লাগিব। যিসকলে দীৰ্ঘদিন ধৰি UPI-লেনদেন কৰি আছে তেওঁলোকৰ বাবে এই সমস্য নহয়। কেৱল অচিনাকী নম্বৰত পঠিয়াওতেহে এই সমস্যাই দেখা দিব।

বৰ্তমান UPI-ট্ৰেন্সফাৰ তাৎক্ষণিক। এটা নতুন UPI-আই ডি তৈয়াৰ কৰিলে প্ৰথম ২৪ ঘণ্টাত আপুনি সৰ্বাধিক ৫০০০টকা অন্য ব্যক্তিক পঠিয়াব বাবে। আই ডি ২৪ ঘণ্টাতকৈ পুৰণি হ’লে লেনদেনৰ সৰ্বোচ্চ সীমা ১লাখ টকাতকৈ বেছি কৰিব পাৰিব। এই পৰিমাণ অৱশ্যে বেংক অনুযায়ী ভিন্ন হয়। মঙলবাৰে অনুষ্ঠিত হোৱা বৈঠকত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ প্ৰতিনিধিসকলো উপস্থিত আছিল। বিষয়টো বৰ্তমানো আলোচনা পৰ্যায়তেই আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24Best Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!
বাণিজ্য

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

April 10, 2026
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?
প্ৰযুক্তি

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

April 10, 2026
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ
বাণিজ্য

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

April 10, 2026
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?
বাণিজ্য

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

April 9, 2026
Next Post
‘প্ৰাক্তন হিচাপে তেওঁৰ সুখে মোক…!’ অভিষেক-ঐশ্ব্যৰ্যৰ বিবাহ বিচ্ছেদৰ গুজৱক লৈ কি ক’লে ছলমান খানে?

'প্ৰাক্তন হিচাপে তেওঁৰ সুখে মোক...!’ অভিষেক-ঐশ্ব্যৰ্যৰ বিবাহ বিচ্ছেদৰ গুজৱক লৈ কি ক’লে ছলমান খানে?

সচাঁ প্ৰেম নে TIME PASS!  চিনি উলিয়াব কেনেকৈ?

সচাঁ প্ৰেম নে TIME PASS! চিনি উলিয়াব কেনেকৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.