• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

6 months ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

10 minutes ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

2 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

2 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

3 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

3 hours ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

6 hours ago
এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

6 hours ago
পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

7 hours ago
গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

7 hours ago
এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

8 hours ago
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

9 hours ago
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

editor by editor
April 10, 2026
in বাণিজ্য
0
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰত জুৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মী আৰু পেঞ্চনভোগীয়ে অষ্টম পে কমিছনক লৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে৷ আৰু এই পে কমিছন আহিলে তেওঁলোকৰ দৰমহা আৰু পেঞ্চন উল্লেখযোগ্যভাৱে বৃদ্ধি পাব৷ অষ্টম পে কমিছন আহিলে চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা এক ধাক্কাত ৩০ৰ পৰা ৩৪শতাংশ পৰ্যন্ত বৃদ্ধি পাব৷ এই সংশোধিত দৰমহা কাঠামো ২০২৬বা ২০২৭ চনত কাৰ্যকৰ হোৱাৰ কথা আছে বুলিও ধাৰণা কৰা হৈছে৷ ইয়াৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ কোষাগাৰত অতিৰিক্ত ১.৮লাখ কোটি টকাৰ বোজা বাঢ়িব৷

২০১৬ চনৰ জানুৱাৰী মাহত বৰ্তমান চলি থকা সপ্তম পে কমিছন কাঠামো আৰম্ভ কৰা হৈছিল৷ প্ৰতি ১০ বছৰ অন্তৰে অন্তৰে সাধাৰণ পে কমিছন সলনি হয় দেশত৷ এই ধাৰণাৰ পৰা বহুতেই ধাৰণা কৰিছে যে আগন্তুক বৰ্ষত অৰ্থাৎ ২০২৬ চনৰ পৰাই সম্ভৱত অষ্টম পে কমিছন আৰম্ভ হব৷

এক ৰিপৰ্ট অনুসৰি ধাৰণা কৰা হৈছে যে ১.৮৩ৰ পৰা ২.৪৬ৰ মাজত থাকিব এই ফিটমেণ্ট ফেক্টৰ৷ আৰু এই ফিটমেণ্ট ফেক্টৰ আৰম্ভ হলে চৰকাৰী কৰ্মীসকলৰ নূন্যতম দৰমহা হব ৩২ হাজাৰ ৯৪০ টকাৰ পৰা ৪৪হাজাৰ২৮০ টকা৷ ফিটমেণ্ট ফেক্টৰ ১.৮৩ ধৰিলে বৰ্তমান নূন্যতম দৰমহা ১৮০০০ টকাৰ সৈতে ১.৮৩ গুণ কৰিলে হব ৩২,৯৪০ টকা৷ আৰু সৰ্বোচ্চ ২.৪৬ ফিটমেণ্ট ফেক্টৰ ধৰিলে নূন্যতম দৰমহা হব ১৮০০০ × ২.৪৬ = ৪৪,২৮০ টকা৷

আৰু যি ব্যক্তিৰ দৰমহা ৫০ হাজাৰ টকা তেওঁলোকৰ দৰমহা ১.৮৩ ফিটমেণ্ট ফেক্টৰ ধৰিলে হব ৯১,৫০০ টকা আৰু ফিটমেণ্ট ফেক্টৰ ২.৪৬ ধৰিলে হব ১.২৩ লাখ টকা৷ এই দৰমহা কেৱলমাত্ৰ চৰকাৰী কৰ্মীসকলৰ বাবেই নহয়, বৰং ভাৰতৰ অৰ্থনীতিৰ বাবেও এক যুগান্তকাৰী পৰিবৰ্তন হব বুলি আশা কৰা হৈছে৷ কাৰণ ক্ৰমবৰ্ধমান দৰমহাৰ ফলত খৰচ, ঘৰভাড়া, স্বাস্থ্যসেৱা, অৱসৰৰ পাছত লাভ কৰিবলগা ধনৰ পৰিমানো বহুপৰিমাণে বৃদ্ধি পাব৷

এই বছৰৰ জানুৱাৰী মাহত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এক প্ৰেছ ব্ৰিফিঙত কৈছিল যে চৰকাৰী কৰ্মচাৰীসকলে শীঘ্ৰেই অষ্টম পে কমিছন কমিটি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব৷ যাতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে মূল দৰমহা, ভাট্টা, পেঞ্চন আৰু অন্যান্য সুবিধাসমূহ লাভ কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?
বাণিজ্য

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

October 3, 2026
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক
বাণিজ্য

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

October 3, 2026
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ
বিশ্ব

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

October 3, 2026
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব
বাণিজ্য

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

October 1, 2026
Next Post
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.