• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৩ বছৰ বয়সত এডাল্ট ছবিৰে যাত্ৰা আৰম্ভ কৰা উৰ্ফীৰ ২৫ বছৰীয়া ওপজা দিন, ওপজা দিনত ধুসৰ অতীত সোঁৱৰি কি ক’লে উৰ্ফীয়ে?

১৩ বছৰ বয়সত এডাল্ট ছবিৰে যাত্ৰা আৰম্ভ কৰা উৰ্ফীৰ ২৫ বছৰীয়া ওপজা দিন, ওপজা দিনত ধুসৰ অতীত সোঁৱৰি কি ক’লে উৰ্ফীয়ে?

3 years ago
ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

1 hour ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৪ ৰাশিৰ হ’ব ভাগ্য উদয়! সুখ, সমৃদ্ধি, সফলতা হাতৰ মুঠিত, হাতলৈ আহিব প্ৰচূৰ টকা!

2 hours ago
বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

3 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

4 hours ago
৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

4 hours ago
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

5 hours ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

6 hours ago
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

6 hours ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

7 hours ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

8 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

9 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

১৩ বছৰ বয়সত এডাল্ট ছবিৰে যাত্ৰা আৰম্ভ কৰা উৰ্ফীৰ ২৫ বছৰীয়া ওপজা দিন, ওপজা দিনত ধুসৰ অতীত সোঁৱৰি কি ক’লে উৰ্ফীয়ে?

editor by editor
October 15, 2022
in চিনেমা, জীৱনশৈলী, ফেশ্বন, বিনোদন, ভাৰত
0
১৩ বছৰ বয়সত এডাল্ট ছবিৰে যাত্ৰা আৰম্ভ কৰা উৰ্ফীৰ ২৫ বছৰীয়া ওপজা দিন, ওপজা দিনত ধুসৰ অতীত সোঁৱৰি কি ক’লে উৰ্ফীয়ে?
0
SHARES
13.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ১৫ অক্টোবৰত ২৫ বছৰীয়া হ’ল বিতৰ্কিত অভিনেত্ৰী উৰ্ফী জাভেদ। বল্ড ষ্টাইলৰ বাবেই বাৰে বাৰে চৰ্চাৰ শিখৰলৈ অহা অভিনেত্ৰীগৰাকীয়ে ওপজা দিনৰ প্ৰাকক্ষণত জীৱনৰ ধুসৰ কিছু অধ্যায়ৰ কথা নিজমুখেই প্ৰকাশ কৰিছে। প্ৰাক্তন প্ৰেমিকৰ সৈতে প্ৰি-বাৰ্থডে উদযাপনৰ পিছতেই ব্যক্তিগত জীৱনৰ কিছু ঢাকি ৰখা অধ্যায় পোহৰলৈ আনিছে অভিনেত্ৰীগৰাকীয়ে।

উৰ্ফীৰ জীৱনতো আছে কিছু বেদনাদায়ক অধ্যায়। অতীতৰ কিছু কথাই কঠোৰ কৰি তোলা উৰ্ফীক চলিত সমালোচনাবোৰে কিয় ক্ৰিয়া কিৰব নোৱাৰে সেই সম্পৰ্কেও মন্তব্যত প্ৰকাশ কৰিছে উৰ্ফীয়ে। দুবছৰ পূৰ্বেই নিজ পিতৃয়ে মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাইছিল উৰ্ফীক। পিতৃয়ে দিয়া শাৰীৰিক-মানসিক যন্ত্ৰণা সহিব ঘৰ এৰি দিল্লীলৈ ৰাওনা হৈছিল উৰ্ফী। কেৱল এয়াই নহয়, মাত্ৰ ১১ বছৰ বয়সতেই উৰ্ফীক এডাল্ট ছবিত কাম কৰিবলৈ বাধ্য কৰোৱা হৈছিল।

এডাল্ট ছবিত অভিনয় কৰাৰ পিছতেই আত্মীয়-স্বজনেও উৰ্ফীক কটাক্ষ কৰা আৰম্ভ কৰিছিল। উৰ্ফীয়ে নিজৰ জীৱনৰ ক’লা অধ্যায়ৰ কথা প্ৰকাশ কৰাৰ লগতে কয় যে উৰ্ফীয়ে কাহানিও মুছলমান সম্প্ৰদায়ৰ যুৱকৰ সৈতে বিয়াত নবহে, মুছলমান ধৰ্মৰ প্ৰতি আনুগত্য কেতিয়াবাই হেৰুৱাই পেলোৱা বুলিও মন্তব্যত উল্লেখ কৰে উৰ্ফী জাভেদে।

উত্তৰপ্ৰদেশৰ এখন সাধাৰণ ঘৰৰ পৰা মায়ানগৰী মুম্বাইলৈ যাত্ৰা কৰা উৰ্ফীয়ে যাত্ৰাপথত পদে পদে পাইছে বাধা। আনকি বিগ বছত সুযোগ পাওঁতে পিন্ধিবলৈ পোছাকৰো অভাৱ আছিল উৰ্ফীৰ। খুব কম বয়সতেই মুম্বাইত নিজকে প্ৰতিষ্ঠা কৰাৰ দৌৰত উৰ্ফীয়ে জীৱনত বহু ঘাত-প্ৰতিঘাতেৰে মোকাবিলাও কৰিব লগা হৈছে বুলি ওপজা দিনৰ প্ৰাকক্ষণত দিয়া এক সাক্ষাৎকাৰত উল্লেখ কৰিছে বিতৰ্কিত নায়িকা উৰ্ফী জাভেদে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই
বিনোদন

ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

March 28, 2026
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা
জীৱনশৈলী

৪ ৰাশিৰ হ’ব ভাগ্য উদয়! সুখ, সমৃদ্ধি, সফলতা হাতৰ মুঠিত, হাতলৈ আহিব প্ৰচূৰ টকা!

March 28, 2026
বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?
বিনোদন

বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

March 28, 2026
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
জীৱনশৈলী

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

March 28, 2026
Next Post
শিল্পীক সন্মান জনাব নজনা আমি অসমীয়া জাতি! দাক্ষিণাত্যই কেনেদৰে জীয়াই ৰাখিছে ভূপেন হাজৰিকাৰ সৃষ্টিক?

শিল্পীক সন্মান জনাব নজনা আমি অসমীয়া জাতি! দাক্ষিণাত্যই কেনেদৰে জীয়াই ৰাখিছে ভূপেন হাজৰিকাৰ সৃষ্টিক?

অনুৰাগী হৈ উঠিল হত্যাকাৰী! বিৰাট কোহলীক সমালোচনা কৰাৰ বাবেই হত্যা কৰিলে নেকি ৰোহিতৰ অনুৰাগীক? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

অনুৰাগী হৈ উঠিল হত্যাকাৰী! বিৰাট কোহলীক সমালোচনা কৰাৰ বাবেই হত্যা কৰিলে নেকি ৰোহিতৰ অনুৰাগীক? সবিশেষ পঢ়িবলৈ ক্লিক কৰক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.