• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভূ-পৃষ্টৰ ৮ ফুট ওপৰলৈ বৰফ, তাপমাত্ৰা মাইনাচ ৪৫ ডিগ্ৰীৰো তলত, ‘চাইক্ল’ন বোমা’ত মৃত্যুৰ সংখ্যা ৩৪ লৈ বৃদ্ধি

ভূ-পৃষ্টৰ ৮ ফুট ওপৰলৈ বৰফ, তাপমাত্ৰা মাইনাচ ৪৫ ডিগ্ৰীৰো তলত, ‘চাইক্ল’ন বোমা’ত মৃত্যুৰ সংখ্যা ৩৪ লৈ বৃদ্ধি

9 months ago
ইলেক্ট্ৰন জগতৰ দুৱাৰ খুলি পদাৰ্থ বিজ্ঞানত নোবেল লাভ কৰিলে তিনি বিজ্ঞানীয়ে

ইলেক্ট্ৰন জগতৰ দুৱাৰ খুলি পদাৰ্থ বিজ্ঞানত নোবেল লাভ কৰিলে তিনি বিজ্ঞানীয়ে

6 hours ago
ইন্দিৰা গান্ধীয়ে ১৯ মাহ কাৰাগাৰত ৰখা জনতা পাৰ্টিৰ নেতাই ১৯ ঘণ্টাৰ বাবেও কিয় কাৰাগাৰত ৰাখিব পৰা নাছিল ইন্দিৰা গান্ধীক? ইন্দিৰা গান্ধীক হেণ্ডকাফ লগাবলৈ কিয় সাহস কৰা নাছিল তদানীন্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইয়ে?

8 hours ago
হাতত থকা ফোনটোতেই লাভ কৰিব ভূমিকম্পৰ এলাৰ্ট, এলাৰ্ট পাবলৈ কি কৰিব লাগিব আপুনি?

হাতত থকা ফোনটোতেই লাভ কৰিব ভূমিকম্পৰ এলাৰ্ট, এলাৰ্ট পাবলৈ কি কৰিব লাগিব আপুনি?

11 hours ago
এই ৫বিধ সামগ্ৰী লক্ষ্মীৰ অত্যন্ত প্ৰিয়, লক্ষ্মীপূজাত এইকেইবিধ সামগ্ৰী নিবেদন কৰিলেহে সুফল পাব

এই ৫বিধ সামগ্ৰী লক্ষ্মীৰ অত্যন্ত প্ৰিয়, লক্ষ্মীপূজাত এইকেইবিধ সামগ্ৰী নিবেদন কৰিলেহে সুফল পাব

12 hours ago
লক্ষ্মী পূৰ্ণিমা আৰু চন্দ্ৰগ্ৰহণ একেদিনাই, এইবাৰ লক্ষ্মী পূজা কেনেকৈ কৰিব?

লক্ষ্মী পূৰ্ণিমা আৰু চন্দ্ৰগ্ৰহণ একেদিনাই, এইবাৰ লক্ষ্মী পূজা কেনেকৈ কৰিব?

1 day ago
কৰ’না ভেকছিন তৈয়াৰত বিশেষ অৱদানৰ বাবে এই বৰ্ষৰ চিকিৎসাৰ নোবেল কেটলিনা আৰু ওইছমেনলৈ

কৰ’না ভেকছিন তৈয়াৰত বিশেষ অৱদানৰ বাবে এই বৰ্ষৰ চিকিৎসাৰ নোবেল কেটলিনা আৰু ওইছমেনলৈ

1 day ago
২০২৫ পৰ্যন্ত ৰাজসুখ ৩ ৰাশিৰ ভাগ্যত, শনিৰ কৃপা থাকিব এই তিনি ৰাশিৰ ওপৰত

২০২৫ পৰ্যন্ত ৰাজসুখ ৩ ৰাশিৰ ভাগ্যত, শনিৰ কৃপা থাকিব এই তিনি ৰাশিৰ ওপৰত

1 day ago
তিথি নাজানিলে কেতিয়াকৈ পূৰ্বপুৰুষৰ শ্ৰাদ্ধ কৰিব? পিতৃতৰ্পণত মানি চলক এইকেইটা নিয়ম

তিথি নাজানিলে কেতিয়াকৈ পূৰ্বপুৰুষৰ শ্ৰাদ্ধ কৰিব? পিতৃতৰ্পণত মানি চলক এইকেইটা নিয়ম

1 day ago
১৫৪ সংখ্যক ওপজা দিনত চৰ্চাঃ মহাত্মা গান্ধীয়ে প্ৰধানমন্ত্ৰী হিচাপে জৱাহৰলাল নেহৰুক কিয় বিচাৰিছিল?

১৫৪ সংখ্যক ওপজা দিনত চৰ্চাঃ মহাত্মা গান্ধীয়ে প্ৰধানমন্ত্ৰী হিচাপে জৱাহৰলাল নেহৰুক কিয় বিচাৰিছিল?

1 day ago
দেশ স্বাধীন কৰাত তেওঁৰ ভূমিকা অপৰিহীম! স্বাধীনতাৰ উৎসৱ দেশবাসীয়ে উদযাপন কৰাৰ সময়ত গান্ধীজীয়ে নিজকে কিয় গৃহবন্দী কৰিছিল? গান্ধী জয়ন্তীত মহাত্মা গান্ধীৰ অজানা কথা

দেশ স্বাধীন কৰাত তেওঁৰ ভূমিকা অপৰিহীম! স্বাধীনতাৰ উৎসৱ দেশবাসীয়ে উদযাপন কৰাৰ সময়ত গান্ধীজীয়ে নিজকে কিয় গৃহবন্দী কৰিছিল? গান্ধী জয়ন্তীত মহাত্মা গান্ধীৰ অজানা কথা

2 days ago
এলিয়েন বিচাৰি এনেই অভিযান চলোৱা নাই বিজ্ঞানীয়ে! বিজ্ঞানীয়ে ব্ৰহ্মাণ্ডত পাইছে বিশেষ ক্লু, চিলিৰ পৰা কেনেকৈ বিজ্ঞানীয়ে চাব অন্যান্য নক্ষত্ৰক প্ৰদক্ষিণ কৰা গ্ৰহ?

এলিয়েন বিচাৰি এনেই অভিযান চলোৱা নাই বিজ্ঞানীয়ে! বিজ্ঞানীয়ে ব্ৰহ্মাণ্ডত পাইছে বিশেষ ক্লু, চিলিৰ পৰা কেনেকৈ বিজ্ঞানীয়ে চাব অন্যান্য নক্ষত্ৰক প্ৰদক্ষিণ কৰা গ্ৰহ?

2 days ago
সোমবাৰে ২ শুভ যোগত ভাগ্য খুলিব এই ৫ ৰাশিৰ, কোনকেইটা ৰাশিৰ জাতকৰ ভাগ্য উদয় হ’ব

সোমবাৰে ২ শুভ যোগত ভাগ্য খুলিব এই ৫ ৰাশিৰ, কোনকেইটা ৰাশিৰ জাতকৰ ভাগ্য উদয় হ’ব

2 days ago
  • About
  • Advertise
  • Careers
Wednesday, October 4, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভূ-পৃষ্টৰ ৮ ফুট ওপৰলৈ বৰফ, তাপমাত্ৰা মাইনাচ ৪৫ ডিগ্ৰীৰো তলত, ‘চাইক্ল’ন বোমা’ত মৃত্যুৰ সংখ্যা ৩৪ লৈ বৃদ্ধি

editor by editor
December 26, 2022
in জীৱনশৈলী, বিশ্ব
0
ভূ-পৃষ্টৰ ৮ ফুট ওপৰলৈ বৰফ, তাপমাত্ৰা মাইনাচ ৪৫ ডিগ্ৰীৰো তলত, ‘চাইক্ল’ন বোমা’ত মৃত্যুৰ সংখ্যা ৩৪ লৈ বৃদ্ধি
0
SHARES
173
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বহুদিনৰ অন্তত আমেৰিকাত হাড়কপোঁৱা জাৰ। বৰফে ঢাকিছে আমেৰিকা। হাজাৰ হাজাৰ মানুহ দুৰ্যোগৰ সন্মুখীন হোৱাৰ বিপৰীতে বিদ্যুত সংযোগো সম্পূৰ্ণৰূপে কৰ্তন হৈছে বহুকেইটা এলেকাত। বৰ্তমানলৈ এই ছাইক্লনত ৩৪ জনৰো অধিক লোক নিহত হোৱা বুলি প্ৰকাশ কৰিছে আমেৰিকাৰ বিশেষ সংবাদ সংস্থাই। কৰোবাত যদি ভুপৃষ্টৰ পৰা ৮ ফুট ওপৰলৈকে বৰফৰ তৰপ আন কৰোবাত ১০ ফুটলৈকে বৰফেই ঢাকি ধৰিছে। বৰদিনৰ সময়তেই এই বিপৰ্যয়ত সমগ্ৰ আমেৰিকাতে শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।

আমেৰিকাৰ এই ভয়ংকৰ তুষাৰপাতত ‘চাইক্ল’ন বম’ বুলি নামকৰণ কৰা হৈছে। ইপিনে এই ছাইক্লনৰ বাবেই আমেৰিকাৰ বহু এলেকাৰ তাপমাত্ৰা মাইনাছ ৪০ ৰ পৰা মাইনাছ ৪৫ ডিগ্ৰীলৈ নামিছে তাপমাত্ৰা। তুষাৰপাত আৰু অত্যাধিকভাৱে কমি অহা তাপমাত্ৰাৰ বাবেই উদ্ধাৰকাৰী দলেও উদ্ধাৰ কাৰ্যত বাধাৰ সন্মুখীন হোৱা বুলি প্ৰকাশ কৰিছে ৱাছিংটন টাইমছে।

এই ছাইক্লনৰ বাবেই এই অঞ্চলৰ ব্যক্তিসকলক বাহিৰলৈ ওলোৱাত বাধা আৰোপ কৰা হৈছে। অত্যাধিক প্ৰয়োজনীয় কাম নাথাকিলে ঘৰৰ বাহিৰলৈ ওলোৱা সম্পূৰ্ণ নিষেধ বুলি জনাইছে আমেৰিকাৰ প্ৰশাসনে। এই ছাইক্ল’নৰ বাবেই প্ৰায় ২ লাখ মানুহৰ বিদ্যুত কৰ্তন কৰা হৈছে। পৰিস্থিতি স্বাভাৱিক হ’বলৈ কিমান দিনৰ প্ৰযোজন হ’ব সেই সম্পৰ্কেও নিশ্চিত হ’ব পৰা নাই বতৰ বিজ্ঞান কেন্দ্ৰই। বহুঠাইত বিদ্যুতৰ পষ্টসমূহ বৰফে ঢাকি ধৰাৰ বাবেই বিদ্যুত কৰ্তন কৰা বুলি প্ৰকাশ কৰিছে আমেৰিকাৰ প্ৰশাসনে। আনহাতে বিপৰ্যস্ত হৈ পৰিছে যাতায়াত ব্যৱস্থাও। কেৱল ঠাণ্ডাতেই আমেৰিকাৰ কলোৰাডোত মৃত্যু হৈছে ৪ জনকৈ লোকৰ। নিউৱৰ্কতো মৃত্যু ঘটিছে ১২ জনকৈ লোকৰ। বৰ্তমানলৈ আমেৰিকাৰ মুঠ ৯ খন প্ৰদেশৰ পৰা আহিছে মৃত্যুৰ খবৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইলেক্ট্ৰন জগতৰ দুৱাৰ খুলি পদাৰ্থ বিজ্ঞানত নোবেল লাভ কৰিলে তিনি বিজ্ঞানীয়ে
বিজ্ঞান

ইলেক্ট্ৰন জগতৰ দুৱাৰ খুলি পদাৰ্থ বিজ্ঞানত নোবেল লাভ কৰিলে তিনি বিজ্ঞানীয়ে

October 3, 2023
হাতত থকা ফোনটোতেই লাভ কৰিব ভূমিকম্পৰ এলাৰ্ট, এলাৰ্ট পাবলৈ কি কৰিব লাগিব আপুনি?
জীৱনশৈলী

হাতত থকা ফোনটোতেই লাভ কৰিব ভূমিকম্পৰ এলাৰ্ট, এলাৰ্ট পাবলৈ কি কৰিব লাগিব আপুনি?

October 3, 2023
এই ৫বিধ সামগ্ৰী লক্ষ্মীৰ অত্যন্ত প্ৰিয়, লক্ষ্মীপূজাত এইকেইবিধ সামগ্ৰী নিবেদন কৰিলেহে সুফল পাব
জীৱনশৈলী

এই ৫বিধ সামগ্ৰী লক্ষ্মীৰ অত্যন্ত প্ৰিয়, লক্ষ্মীপূজাত এইকেইবিধ সামগ্ৰী নিবেদন কৰিলেহে সুফল পাব

October 3, 2023
লক্ষ্মী পূৰ্ণিমা আৰু চন্দ্ৰগ্ৰহণ একেদিনাই, এইবাৰ লক্ষ্মী পূজা কেনেকৈ কৰিব?
জীৱনশৈলী

লক্ষ্মী পূৰ্ণিমা আৰু চন্দ্ৰগ্ৰহণ একেদিনাই, এইবাৰ লক্ষ্মী পূজা কেনেকৈ কৰিব?

October 2, 2023
Next Post
অন্তঃসত্ত্বা কেটৰিণা! বেবীবাম্প লুকুৱাই তুলা ফটো ভাইৰেল সামাজিক মাধ্যমত…

অন্তঃসত্ত্বা কেটৰিণা! বেবীবাম্প লুকুৱাই তুলা ফটো ভাইৰেল সামাজিক মাধ্যমত...

মধ্যবিত্তলৈ বেয়া খবৰ! ২০২৩ ত বন্ধ হ’ব এইকেইখন বিশেষ মডেলৰ বাহন…

মধ্যবিত্তলৈ বেয়া খবৰ! ২০২৩ ত বন্ধ হ’ব এইকেইখন বিশেষ মডেলৰ বাহন...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.