• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বকাপৰ মেচ চলি থকাৰ মাজতেই গেলাৰীত ঢলি পৰি মৃত্যু মাৰ্কিন সাংবাদিকৰ! কাটাৰ কিয় জগৰীয়া এই মৃত্যুৰ বাবে? সবিশেষ…

বিশ্বকাপৰ মেচ চলি থকাৰ মাজতেই গেলাৰীত ঢলি পৰি মৃত্যু মাৰ্কিন সাংবাদিকৰ! কাটাৰ কিয় জগৰীয়া এই মৃত্যুৰ বাবে? সবিশেষ…

4 years ago
ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

2 hours ago
এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

2 hours ago
ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

3 hours ago
বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

3 hours ago
মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

4 hours ago
৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

4 hours ago
‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

6 hours ago
নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

6 hours ago
১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

7 hours ago
বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

7 hours ago
‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

9 hours ago
নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিশ্বকাপৰ মেচ চলি থকাৰ মাজতেই গেলাৰীত ঢলি পৰি মৃত্যু মাৰ্কিন সাংবাদিকৰ! কাটাৰ কিয় জগৰীয়া এই মৃত্যুৰ বাবে? সবিশেষ…

editor by editor
December 10, 2022
in ক্ৰীড়া, জীৱনশৈলী, বিশ্ব, স্বাস্থ্য
0
বিশ্বকাপৰ মেচ চলি থকাৰ মাজতেই গেলাৰীত ঢলি পৰি মৃত্যু মাৰ্কিন সাংবাদিকৰ! কাটাৰ কিয় জগৰীয়া এই মৃত্যুৰ বাবে? সবিশেষ…
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আৰ্জেণ্টিনা-নেদাৰলেণ্ডৰ মেচ চলি আছিল তেতিয়া। কাটাৰত অনুষ্ঠিত সেই শ্বাসৰূদ্ধকৰ মেচখন চলি থকাৰ মাজতেই হঠাতেই মৃত্যুক সাবটি ল’লে এজন সাংবাদিকে। মাৰ্কিন সাংবাদিকজনৰ কাটাৰৰ প্ৰেছ গেলাৰীতেই হঠাতে মৃত্যু হোৱাত সকলো আচম্বিত হৈ পৰে। কিন্তু কেনেকৈ মৃত্যু হ’ল মাৰ্কিন সাংবাদিকজনৰ? মৃত সাংবাদিকগৰাকীৰ ভাতৃয়ে অনা অভিযোগ অনুসৰি তেওঁৰ ভাতৃক হত্যা কৰা হৈছে।

উল্লেখ্য যে ফিফা বিশ্বকাপৰ আৰম্ভণিতে LGBTQ সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰি ৰামধেনু ৰঙৰ চাৰ্ট পৰিধান কৰি কাটাৰৰ ফিফা ষ্টেডিয়ামলৈ আহিছিল মাৰ্কিন সাংবাদিকগৰাকী৷ সূত্ৰৰ খবৰ অনুসৰি এনেদৰে ৰামধেনুৰঙী চাৰ্ট পৰিধান কৰি অহাৰ বাবে ভাবুকিৰ সন্মুখীন হৈছিল মাৰ্কিন সাংবাদিকগৰাকী৷ হঠতেই শুকুৰবাৰে আৰ্জেণ্টিনা-নেদাৰলেণ্ডৰ খেল চলি থকা ষ্টেডিয়ামৰ গেলাৰীতেই মৃত্যু হৈছে মাৰ্কিন খেল সাংবাদিক গ্ৰেণ্ট ওৱেলৰ৷ লুইছেল আইকনিক ষ্টেডিয়ামতেই মৃত্যুক সাবটি লোৱা গ্ৰেণ্টৰ হৃদৰোগত মৃত্যু হোৱা বুলি জনাইছে চিকিৎসকে৷

গ্ৰেণ্টৰ মৃ্ত্যুৰ খবৰ ভাইৰেল হৈ পৰাৰ মাত্ৰকেই তেওঁৰ ভাতৃয়ে সামাজিক মাধ্যমত দিছে বিশেষ পষ্ট৷ ভাতৃৰ দাবী, মাৰ্কিন সাংবাদিকজনৰ মৃত্যুৰ বাবে কাটাৰ প্ৰশাসনেই দায়ী৷ ভাতৃ এৰিকে টুইটযোগে লিখিছে, ‘মই এৰিক ওয়েল৷ মই ৱাছিংটনৰ চিয়াটেলৰ বাসিন্দা৷ মই এজন সমকামী৷ আমাক প্ৰতিনিধিত্ব কৰিয়েই দাদা গ্ৰেণ্টে ৰামধেনু ৰঙী চাৰ্ট পৰিধান কৰিছিল৷ তেওঁ মৃত্যুৰ পূৰ্বে কৈছিল এই চাৰ্ট পৰিধান কৰাৰ বাবেই তেওঁ ভাবুকিৰ সন্মুখীন হৈছে৷ সেয়ে এই মৃ্ত্যুক মই স্বাভাৱিক বুলি ভাবিব নোৱাৰো৷ মোৰ মনে কৈছে তেওঁক হত্যা কৰা হৈছে৷ আমাক এই মৃত্যুৰ উচিত তদন্ত লাগে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ
জীৱনশৈলী

এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

August 6, 2026
ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ
বিনোদন

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

August 6, 2026
মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি
জীৱনশৈলী

মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

August 6, 2026
৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ
জীৱনশৈলী

৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

August 6, 2026
Next Post
বাংলাদেশত ঈশানৰাজ! তৃতীয় এদিনীয়াত বাংলাদেশৰ বিৰুদ্ধে ডাবল চেঞ্চুৰী কোবাই চৰ্চাত ঈশান…

বাংলাদেশত ঈশানৰাজ! তৃতীয় এদিনীয়াত বাংলাদেশৰ বিৰুদ্ধে ডাবল চেঞ্চুৰী কোবাই চৰ্চাত ঈশান...

অশিক্ষিত ৰাজনীতিবিদ আমাৰ দেশতেই সৰ্বাধিক নে? অষ্টম শ্ৰেণীৰ পৰীক্ষাত বহিল সকলো সাংসদ, ফলাফল শুনিলে আপুনিও হ’ব সচকিত…

অশিক্ষিত ৰাজনীতিবিদ আমাৰ দেশতেই সৰ্বাধিক নে? অষ্টম শ্ৰেণীৰ পৰীক্ষাত বহিল সকলো সাংসদ, ফলাফল শুনিলে আপুনিও হ’ব সচকিত...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.