• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লেবাননত বছৰ বছৰ ধৰি পণবন্দী কৰি ৰখা আমেৰিকাৰ সাংবাদিক টেৰী এণ্ডাৰছন নিহত

লেবাননত বছৰ বছৰ ধৰি পণবন্দী কৰি ৰখা আমেৰিকাৰ সাংবাদিক টেৰী এণ্ডাৰছন নিহত

3 years ago
ক’লৈ গ’ল দেৱাৰ্ষি-ৰিণিকাৰ এবছৰীয়া সন্তান?

ক’লৈ গ’ল দেৱাৰ্ষি-ৰিণিকাৰ এবছৰীয়া সন্তান?

4 hours ago
সম্পত্তিকেন্দ্ৰিক বিবাদে শেষ কৰিলে এটা পৰিয়াল

সম্পত্তিকেন্দ্ৰিক বিবাদে শেষ কৰিলে এটা পৰিয়াল

4 hours ago
পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!

পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!

5 hours ago
ঘনকান্ত গগৈ নামৰ এজনে সংঘটিত কৰিলে বিলাস INNৰ গুলীচালনাৰ ঘটনা!

ঘনকান্ত গগৈ নামৰ এজনে সংঘটিত কৰিলে বিলাস INNৰ গুলীচালনাৰ ঘটনা!

6 hours ago
গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫

গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫

7 hours ago
এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে

এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে

8 hours ago
শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!

শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!

9 hours ago
হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?

হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?

9 hours ago
পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

10 hours ago
প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই পিতৃক হ*ত্যা নাবালিকাৰ!

প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই পিতৃক হ*ত্যা নাবালিকাৰ!

10 hours ago
২১ বছৰৰ মূৰত পুনৰ একেলগে গান গাব উদিত নাৰায়ণ-কুমাৰ ছানু!

২১ বছৰৰ মূৰত পুনৰ একেলগে গান গাব উদিত নাৰায়ণ-কুমাৰ ছানু!

11 hours ago
আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

লেবাননত বছৰ বছৰ ধৰি পণবন্দী কৰি ৰখা আমেৰিকাৰ সাংবাদিক টেৰী এণ্ডাৰছন নিহত

editor by editor
April 22, 2024
in বিশ্ব
0
লেবাননত বছৰ বছৰ ধৰি পণবন্দী কৰি ৰখা আমেৰিকাৰ সাংবাদিক টেৰী এণ্ডাৰছন নিহত
0
SHARES
132
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লেবাননত বছৰ বছৰ ধৰি পণবন্দী কৰি ৰখা আমেৰিকাৰ সাংবাদিক টেৰী এণ্ডাৰছন নিহত

আমেৰিকাৰ সাংবাদিক টেৰী এণ্ডাৰছনৰ মৃত্যু। প্ৰায় সাত বছৰ ধৰি লেবাননত ইছলামিক সন্ত্ৰাসবাদীয়ে পণবন্দী কৰি ৰখা টেৰী এণ্ডাৰছনৰ নাম সমগ্ৰ বিশ্বতে চৰ্চাৰ বিষয় হৈ পৰিছিল।

সেই টেৰী এণ্ডাৰছনেই ৭৬ বছৰ বয়সত নিউয়ৰ্কৰ নিজৰ ঘৰত শেষ নিশ্বাস ত্যাগ কৰে । টেৰী এণ্ডাৰছন আছিল মধ্যপ্ৰাচ্যৰ এটা ডাঙৰ সংবাদ মাধ্যমৰ মুখ্য সম্পাদক, যি লেবাননত আটাইতকৈ দীৰ্ঘদিনীয়া সময় ধৰি পণবন্দী হৈ থকা পশ্চিমীয়া নাগৰিক আছিল।

টেৰীক পণবন্দী কৰি ৰাখিছিল এটা ছিয়া মুছলমান সন্ত্ৰাসবাদী সংগঠনে। এই সময়ছোৱাত টেৰীক হাত-ভৰি বান্ধি চকুত কাপোৰ বান্ধি এটা কোঠাত ৰখা হৈছিল, য’ত অতি কম পোহৰ আছিল।

মুক্তিৰ পিছত টেৰীয়ে কয় যে এটা সময়ত তেওঁ উন্মাদ হৈ আত্মহত্যা কৰিব বিচাৰিছিল, কিন্তু তেওঁৰ ৰোমান কেথলিক বিশ্বাসৰ বাবেই তেনে সিদ্ধান্তৰ পৰা নিজকে দুৰত ৰাখিছিল।

অৱশেষত ১৯৯১ চনৰ ডিচেম্বৰ মাহত টেৰীক মুকলি কৰি দিয়া হয়। টেৰীৰ কন্যা ছুলোমে কয় যে পণবন্দী কৰি ৰখাৰ সময়ত তেওঁৰ পিতৃয়ে বহুত কষ্ট ভোগ কৰিছিল।

চুল্লমে টেৰীৰ শেষ ইচ্ছাৰ বিষয়ে অৱগত কৰি কয় যে, ‘ মানুহে তেওঁক তেওঁৰ আটাইতকৈ বেয়া অভিজ্ঞতাৰ বাবে নহয়, তেওঁ কৰা সামাজিক কামৰ বাবেহে তেওঁক মনত ৰাখক। যেনেকৈ তেওঁ ভিয়েটনামৰ ল’ৰা-ছোৱালীৰ বাবে এটা পুঁজি সৃষ্টি কৰিছিল। সাংবাদিকৰ সুৰক্ষাৰ বাবে এখন সমিতি গঠনকে ধৰি বহু ভাল কাম কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: American JournalistLebanonTerry Anderson
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৭ লাখ ভাৰতীয়ৰ বাবে ডাঙৰ খবৰ!
নিয়োগ

২৭ লাখ ভাৰতীয়ৰ বাবে ডাঙৰ খবৰ!

October 26, 2026
চতুৰ্থবাৰৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভা, ভাৰতে পালে সুখৰ বতৰা!
বিশ্ব

চতুৰ্থবাৰৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভা, ভাৰতে পালে সুখৰ বতৰা!

October 26, 2026
পৃথিৱীৰ ভিতৰতে অন্য এখন জগত, ‘এলিয়েন গ্ৰহ’ত আবদ্ধ ৩৮ জন ভাৰতীয়!
বিশ্ব

পৃথিৱীৰ ভিতৰতে অন্য এখন জগত, ‘এলিয়েন গ্ৰহ’ত আবদ্ধ ৩৮ জন ভাৰতীয়!

October 26, 2026
সমগ্ৰ বিশ্বৰ মূৰত ৩৪,৬৭৫ লাখ কোটি টকাৰ ঋণৰ বোজা
বিশ্ব

সমগ্ৰ বিশ্বৰ মূৰত ৩৪,৬৭৫ লাখ কোটি টকাৰ ঋণৰ বোজা

October 25, 2026
Next Post
জেললৈ যাব লাগিব ৰাখী সাৱন্ত, ৪ সপ্তাহৰ সময় ৰাখীৰ হাতত, ন্যায়ালয়ৰ নিৰ্দেশনা

জেললৈ যাব লাগিব ৰাখী সাৱন্ত, ৪ সপ্তাহৰ সময় ৰাখীৰ হাতত, ন্যায়ালয়ৰ নিৰ্দেশনা

ভুমিকম্পৰ বাবে শেষ হৈ গৈছিল এক সভ্যতা, লাখৰ ঘৰত লোক হৈছিল গৃহহীন.

ভুমিকম্পৰ বাবে শেষ হৈ গৈছিল এক সভ্যতা, লাখৰ ঘৰত লোক হৈছিল গৃহহীন.

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.